Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Nitin Gadkari: সপৰিয়ালে মহাকুম্ভত ডুব দিলে নীতিন গাডকাৰীয়ে , যোগীৰ ব্যৱস্থাপনাত মুগ্ধ কেন্দ্রীয় মন্ত্রী

publisher by publisher
February 17, 2025
in India, National
Reading Time: 1 min read
0
Nitin Gadkari: সপৰিয়ালে মহাকুম্ভত ডুব দিলে নীতিন গাডকাৰীয়ে , যোগীৰ ব্যৱস্থাপনাত মুগ্ধ কেন্দ্রীয় মন্ত্রী
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Nitin Gadkari:ৰাজপথত দুৰ্ঘটনাত আহত হোৱা ব্যক্তিক চিকিৎসাললৈ অনা ব্যক্তিক ২৫০০০ টকাৰ পুৰস্কাৰ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে:নিতীন গাডকাৰী

নীতিন গাডকাৰীৰ ঘৰত বোমাৰ আতংক! 

টোল প্লাজাত যান-জঁট হ্ৰাস কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম

Nitin Gadkari: সপৰিয়ালে মহাকুম্ভত ডুব দিলে নীতিন গাডকাৰীয়ে , যোগীৰ ব্যৱস্থাপনাত মুগ্ধ কেন্দ্রীয় মন্ত্রী

সপৰিয়ালৰ স’তে মহাকুম্ভৰ ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিলে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে । দেওবাৰে পুৱা পবিত্ৰ স্নানৰ পাছত সংবাদ মাধ্যমক যোগী চৰকাৰৰ ইয়াৰ সুন্দৰ ব্যৱস্থাপনাৰ বাবে প্ৰশংসা কৰে।

ADVERTISEMENT

তেঁও কয়,”উত্তৰ প্ৰদেশ চৰকাৰে অতি কঠিন এটা কাম সুন্দৰভাৱে সম্পন্ন কৰিছে। নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও কুম্ভত ডুব দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দেওবাৰে ৰাতিপুৱা প্ৰয়াগৰাজত অৱতৰণ কৰে । তেওঁক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অন্যান্য বিষয়াসকলে আদৰণি জনাই।

তাৰ পৰা, মন্ত্ৰীজন পোনপটীয়াকৈ কুম্ভলৈ ৰাওনা হয়। তেওঁৰ আগমনৰ বাবে বিশেষ ব্যৱস্থা কৰা হয়। পত্নীৰ স’তে ত্ৰিবেণী সঙ্গমত ডুব দিয়াৰ পাছত তেওঁক পূজা কৰা দেখা যায়।

সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, “গংগা স্নান আৰু পূজা শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে। মোৰ চহৰ নাগপুৰৰ পৰা হেজাৰ হেজাৰ ভক্ত গাড়ীত ইয়ালৈ আহিছে। মা গঙ্গাই তেওঁলোক সকলোকে আশীৰ্বাদ কৰক। ”

ইয়াৰ উপৰিও ভাল ব্যৱস্থাপনাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰি গাডকাৰীয়ে কয় ,”ৰাজ্য চৰকাৰে বিশাল অনুষ্ঠানটো আৰু তীৰ্থযাত্ৰীসকলৰ ভিৰ চম্ভালিবলৈ পৰ্যাপ্ত ব্যৱস্থা কৰিছে। আৰক্ষী আৰু প্ৰশাসনে গোটেই পৰিস্থিতিটো সঁচাকৈয়ে দক্ষ হাতেৰে চম্ভালি আছে।সামগ্ৰিকভাৱে, এইটো এক অভূতপূৰ্ব ঘটনা। হেজাৰ হেজাৰ ভক্তও ৰাস্তাৰে ইয়ালৈ আহি আছে। মই সকলোৰে বাবে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক সকলোৱে যেন সুস্থভাৱে গন্তব্যস্থানত উপনীত হ’ব পাৰে।”

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও মহাকুম্ভত পবিত্ৰ ডুব দিয়াৰ পাছত সংবাদ মাধ্যমৰ স’তে বাৰ্তালাপ কৰি তেওঁ কয়, “সঙ্গমত গা ধুই ঈশ্বৰৰ আশীৰ্বাদ লোৱাটো মোৰ বাবে এক ডাঙৰ সৌভাগ্য। মহাকুম্ভ কেৱল এক ধৰ্মীয় অনুষ্ঠান নহয়, ভাৰতৰ আধ্যাত্মিক শক্তি আৰু ঐক্যৰ আটাইতকৈ ডাঙৰ মিলনস্থলী। ”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NITIN GADKARI
publisher

publisher

Related Posts

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

September 5, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d