Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এডভান্টেজ কাৰ ?

#প্রাঞ্জলসেন ডেকা

publisher by publisher
May 12, 2025
in News, Assam
Reading Time: 3 mins read
0
এডভান্টেজ কাৰ ?
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

এডভান্টেজ কাৰ ?

#প্রাঞ্জলসেন ডেকা

যেন এক অপ্রত্যাশিত শনিবাৰৰ সন্মুখীন হ’ল দেশবাসী! শনিবাৰে পুৱতি নিশা পাকিস্তানৰ আক্ৰমণ আৰু তাৰ শক্তিশালী প্ৰত্যুত্তৰৰে আৰম্ভ হোৱা এই দিনটোৱে সন্ধিয়ালৈ কি বার্তা কঢ়িয়াই আনিব সেই সম্পর্কত দেশবাসীয়ে ধাৰণা কৰিব নোৱাৰাটোৱে স্বাভাৱিক আছিল। ভাৰতৰ বৈদেশিক সচিব আৰু প্ৰতিৰক্ষা বাহিনীৰ দ্বাৰা পুৱা আয়োজিত যৌথ সংবাদমেলত শুকুৰবাৰে নিশাৰে পৰা পুৱালৈ দুই দেশৰ সেনাবাহিনীৰ মাজত হোৱা সংঘৰ্ষত ক্ষয়-ক্ষতিৰ বিৱৰণ দাঙি ধৰা হয়। লগতে পূর্ণাংগ যুদ্ধত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে পাকিস্তানী সেনাবাহিনী ভাৰত সীমান্তলৈ অগ্ৰসৰ হোৱাৰ তথ্যও প্ৰকাশ কৰা হয়। তাৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীসকলৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ স’তে উচ্চস্তৰীয় জৰুৰী বৈঠকত মিলিত হয়। উভয় পক্ষৰ এনে গতিবিধিলৈ লক্ষ্য কৰি সেনাবাহিনীৰ এই সংঘৰ্ষই পূর্ণ পৰ্যায়ৰ যুদ্ধৰ ৰূপ পৰিগ্ৰহণ কৰিব বুলি দেশবাসী পতিয়ন যোৱাৰ গত্যন্তৰ নাছিল। পৰস্পৰৰ বিৰুদ্ধে ক্ষেপণাস্ত্র নিক্ষেপ তথা সেনা আৰু বায়ুসেনাৰ ঘাটিত আক্রমণে ইয়াক ক্রমশঃ এখন পূর্ণাংগ যুদ্ধৰ ৰূপ দিয়াৰ দিশে অগ্ৰসৰ হৈছিল।

ADVERTISEMENT

দেশজুৰি তেনে এক চৰম উত্তেজনাপূর্ণ পৰিবেশতে হঠাতে আবেলি সম্পূর্ণ আকস্মিকভাবে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰে যে আমেৰিকাৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানে তাৎক্ষণিকভাবে তথা সম্পূর্ণ যুদ্ধবিৰতিৰ বাবে সম্মত হৈছে। তাৰ বাবে তেওঁ দুই দেশৰ নেতৃত্বৰ শুভবুদ্ধিৰ শলাগ লয়। অৱধাৰিতভাৱেই ৰাষ্ট্ৰপতি ট্রাম্পৰ এই ঘোষণাই দেশৰ জনতাক হতবাক কৰি তোলে। পূর্ণাংগ যুদ্ধত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই যুদ্ধবিৰতি, তাকো ভাৰত বা পাকিস্তানৰ পৰিৱৰ্তে সুদূৰ ৱাশিংটন ডিচিৰ পৰা মার্কিন ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰাটো যথার্থতে দেশবাসীৰ বাবে আছিল সম্পূর্ণ অপ্রত্যাশিত। তাৰ কিছু সময় পাছত অৱশ্যে ভাৰত আৰু পাকিস্তানৰ তৰফৰ পৰাও এই কথা দোহৰা হয়।

ভাৰতৰ বৈদেশিক সচিব বিক্রম মিস্রিয়ে এই ক্ষেত্রত মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰসংগ উল্লেখ নকৰাকৈয়ে কয় যে দুই দেশৰ সেনাবাহিনীয়ে আবেলি পাঁচ বজাৰ পৰাই গুলীয়াগুলি অথবা সামৰিক অভিযান বন্ধ ৰখাৰ সিদ্ধান্তত উপনীত হৈছে। ইয়াৰ বিপৰীতে নিশা দেশবাসীৰ উদ্দেশ্যে দিয়া এক বার্তাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে এয়া পাকিস্তানৰ এক ঐতিহাসিক বিজয় বুলি দাবী কৰে। তেওঁ দুই দেশৰ যুদ্ধবিৰতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাবে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে। লগতে ‘বহুত মৰমৰ, অতি বিশ্বাসী আৰু প্রিয় মিত্র’ চীনক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে। প্রধানমন্ত্রী শ্বৰীফে আগন্তুক সময়ছোৱাত নৈৰ পানীৰ ভাগ-বাটোৱাৰা, কাশ্মীৰ আৰু অন্যান্য বিবাদপূর্ণ বিষয়সমূহো আলোচনাৰ মাধ্যমৰে সমাধান হ’ব বুলি গভীৰ বিশ্বাস প্রকাশ কৰে।

লক্ষ্যণীয়ভাৱে পাক প্রধানমন্ত্রীৰ এনে বক্তব্যৰ কোনো প্রতিক্রিয়া দেওবাৰে বিয়লি পর্যন্ত ভাৰত চৰকাৰে প্ৰকাশ কৰা নাই। অৱশ্যে যুদ্ধবিৰতি ঘোষণাৰ ঘণ্টা চেৰেক পাছতে পাকিস্তানে জম্মু-কাশ্মীৰসহ উত্তৰ-পশ্চিম সীমান্তৱৰ্তী ৰাজ্যসমূহৰ বিভিন্ন স্থানত অপ্ৰৰোচিতভাৱে গোলাবর্ষণ কৰে। ইয়াকে লৈ দেশত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়। পাছত নিশা বৈদেশিক সচিব মিশ্রিয়ে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰা বুলি ক্ষোভ প্রকাশ কৰে আৰু এই ক্ষেত্ৰত যথাযোগ্য প্রত্যুত্তৰ প্ৰদানৰ নির্দেশ দিয়া হৈছে বুলি স্পষ্ট কৰি দিয়ে।

এই কথা ঠিক যে কোনো শুভবুদ্ধিসম্পন্ন সমাজৰ বাবেই যুদ্ধ কাম্য নহয়; কিন্তু স্বদেশৰ সুৰক্ষাৰ বাবে কেতিয়াবা যুদ্ধ অপৰিহাৰ্য হৈ পৰে। বাৰম্বাৰ সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সেয়েহে ভাৰততো পাকিস্তানৰ বিৰুদ্ধে এখন নির্ণায়ক যুদ্ধৰ সপক্ষে জনমতৰ সৃষ্টি হৈছিল। যোৱা সাত মে’ৰ নিশাৰ পৰা আৰম্ভ হোৱা সংঘর্ষ কোনো নির্ণায়ক স্থিতিত উপনীত হোৱাৰ পূৰ্বেই আকস্মিকভাবে স্থগিত হৈ পৰাত স্বাভাৱিকতে বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছে। কোনবোৰ চৰ্তৰ ওপৰত ভিত্তি কৰি এই যুদ্ধবিৰতি সম্পন্ন হ’ল, সেয়া এই পর্যন্ত চৰকাৰীভাৱে প্ৰকাশ কৰা হোৱা নাই। অহা ১২ মে’ত পুনৰ দুই দেশৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত আলোচনা অনুষ্ঠিত হ’ব বুলি বৈদেশিক সচিবে ইতিমধ্যে সদৰী কৰিছে।

সম্প্রতি সবাতোকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে, পাকিস্তানৰ স’তে চলি অহা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কোনো তৃতীয় পক্ষৰ মধ্যস্থতা স্বীকাৰ নকৰাটোৱে ভাৰতৰ নীতি; অথচ সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে দেশবাসীয়ে এক নির্ণায়ক যুদ্ধৰ পোষকতা কৰি অহাৰ সময়তে মার্কিন যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত যুদ্ধৰ পূৰ্বেই যুদ্ধবিৰতিত সম্মত হোৱাটোৱে দুই দেশৰ মাজত তৃতীয় শক্তিক প্ৰৱেশৰ সুযোগ প্রদান নকৰিলে নে? এই প্রসংগতে মার্কিন বৈদেশিক সচিব মার্কো কবিয়’ৰ ভাষ্য ভাৰতৰ বাবে অধিক উদ্বেগজনক বুলিয়ে ক’ব লাগিব। শনিবাৰে আবেলি তেওঁ কৈছে যে বিগত ৪৮ ঘণ্টা ধৰি মার্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু তেওঁ ভাৰত-পাকিস্তানৰ প্ৰধানমন্ত্ৰীদ্বয়ৰ লগতে শীর্ষ নেতৃত্বৰ স’তে ধাৰাবাহিকভাবে বার্তালাপত মিলিত হৈছে আৰু দুই দেশক যুদ্ধবিৰতিত সম্মত কৰিবলৈ সক্ষম হৈছে।

তেওঁ লগতে তাৎপর্যপূর্ণভারে কৈছে যে পৰৱর্তী পর্যায়ত কোনো ‘নিৰপেক্ষ স্থান’ত দুই দেশৰ মাজৰ ‘ব্যাপক বিষয়সমূহ’ৰ বাৰ্তা আৰম্ভ কৰিবলৈও ভাৰত-পাকিস্তান সম্মত হৈছে। এই ‘ব্যাপক বিষয়সমূহ’ৰ ভিতৰত কাশ্মীৰ, জলচুক্তি, সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা আদিও অন্তর্ভুক্ত হৈ আছে নে সেই সম্পৰ্কত চৰকাৰে দেশবাসীক অৱগত কৰা উচিত। দেশৰ ঘোষিত নীতিক উলংঘা কৰি এনেবোৰ দ্বিপাক্ষিক বিষয়ত তৃতীয় পক্ষক মধ্যস্থতাৰ সুযোগ, তাকো কোনো ‘নিৰপেক্ষ স্থানত’ প্রদান কৰিবলৈ মোদী চৰকাৰ সন্মত হ’ল কেনেকৈ? পাকিস্তানেও দীর্ঘদিন ধৰি এনে দ্বিপাক্ষিক বিবাদসমূহ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ নিয়াৰ লগতে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ তথা অন্যান্য শক্তিৰ মধ্যস্থতাৰ দাবী কৰি আহিছে। ইয়াৰ বিপৰীতে ভাৰতে তেনে কোনো ধৰণৰ প্ৰস্তাৱ কোনোপধ্যে গ্রহণ কৰা নহ’ব বুলিয়ে সুদীর্ঘকাল ধৰি ঘোষণা কৰি আহিছে; কিন্তু শনিবাৰৰ যুদ্ধবিৰতিয়ে পাকিস্তানৰ সেই দাবীকে পূৰণৰ সুযোগ আনি দিলে নেকি ?

পহলগামৰ নৰসংহাৰৰ ঘটনাই সুৰক্ষা ব্যৱস্থাৰ শিথিলতা নগ্নভাৱে উদঙাই দিয়াৰ পাছত প্রধানমন্ত্রী মোদী প্রমুখ্যে শীর্ষ নেতাসকলে এই ঘটনাত জড়িত আৰু ইয়াৰ পৃষ্ঠপোষকসকলক মাটিত মিহলাই কল্পনাতীত শাস্তি প্ৰদানৰ হুংকাৰ দিছিল। সেই অনুসৰি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে সাত মে’ৰ নিশা ‘অপাৰেছন সিন্দূৰ’ অভিযান চলাই পাকিস্তান অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ নটাকৈ স্থানত থকা সন্ত্রাসবাদীৰ ঘাটি ক্ষেপণাস্ত্ৰ আক্ৰমণৰে ধ্বংস কৰে। এই আক্ৰমণত শতাধিক সন্ত্রাসবাদী ধৰাশায়ী হয় বুলিও প্রতিৰক্ষা মন্ত্রী সিঙে সদৰী কৰিছে। তাৰে পাঁচজনৰ পৰিচয় যোৱা শনিবাৰে প্ৰতিৰক্ষা বিভাগে প্রকাশ কৰিছে। অৱশ্যে এই পর্যন্ত পহলগামৰ হত্যালীলাত জড়িতসকলক গ্ৰেপ্তাৰ অথবা বধ কৰাটো সম্ভৱ হোৱা নাই। সেয়েহে প্রশ্ন উত্থাপন হোৱাটো স্বাভাৱিক যে অপাৰেছন সিন্দুৰে পাক পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্রাসবাদ মষিমূৰ কৰিবলৈ সফল হ’ল নে? কিয়নো ভাৰত চৰকাৰে ঘোষণা কৰি আহিছে যে সন্ত্রাসবাদ আৰু বাৰ্তালাপ একে সময়তে চলিব নোৱাৰে।

সেইবাবে সন্ত্রাসবাদক পৃষ্ঠপোষকতা বন্ধ নকৰা পর্যন্ত পাকিস্তানৰ স’তে কোনো ধৰণৰ আলোচনাত মিলিত নহয় বুলিও সিদ্ধান্ত গ্রহণ কৰি থৈছে। লক্ষ্যণীয়ভাবে বিগত দিনকেইটাৰ সংঘৰ্ষৰ মাজতে ভাৰতত প্ৰৱেশৰ চেষ্ট চলোৱা সাতজনকৈ পাক সন্ত্রাসবাদীক সীমান্তত গুলীয়াই হত্যা কৰা হয়। ইয়ে স্পষ্ট কৰি দিছে যে সীমান্তৰ সিপাৰৰ পৰা ভাৰতত সন্ত্রাসবাদী কার্যকলাপ বন্ধ কৰাৰ সম্ভাৱনা নাই আৰু ভাৰতৰ শেহতীয়া অভিযানেও তাক মষিমূৰ কৰিব পৰা নাই। এতিয়া এই যুদ্ধবিৰতিত সম্মত হোৱাৰ পৰিণতিত ভাৰতে সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ ক্ষেত্ৰতো বাধাৰ সম্মুখীন হ’ব নেকি সিও এক উদ্বেগজনক প্রশ্ন। ইয়াৰ বিপৰীতে পাকিস্তানে কোনো ধৰণৰ সন্ত্রাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতাৰ অভিযোগ খণ্ডন কৰি এনে ধৰণৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী কৰি আহিছে। এনে পৰিপ্ৰেক্ষিতত ঘোষিত নীতিৰ বিপৰীতে গৈ পাকিস্তানৰ স’তে তৃতীয় শক্তিৰ মধ্যস্থতাত প্রথমে যুদ্ধবিৰতি আৰু পাছত ‘ব্যাপক বিষয়’ক লৈ বার্তালাপত মিলিত হ’বলৈ সম্মত হোৱা বিষয়টোৱে দেশবাসীক অসন্তুষ্ট কৰাটোৱে স্বাভাৱিক।

সেয়েহে এই বিষয়সমূহ ভাৰত চৰকাৰে দেশবাসীৰ সন্মুখত স্পষ্টভাবে দাঙি ধৰা উচিত। যদিহে মার্কিন প্রশাসনে ঘোষণা কৰাৰ দৰে তৃতীয় শক্তিৰ মধ্যস্থতা আৰু ব্যাপক বিষয়সমূহৰ বাৰ্তালাপত ভাৰত চৰকাৰ সন্মত হৈছে, তেন্তে ইয়াৰ আঁৰত কিহে ক্ৰিয়া কৰিছে, সেই বিষয়ে অৱগত হোৱাৰ অধিকাৰ দেশবাসীৰ আছে। চৰকাৰৰ সন্ত্রাসবিৰোধী অভিযানলৈ মুকলি সমর্থন প্ৰকাশ কৰি দেশৰ সুৰক্ষাৰ প্ৰসংগত ঐক্যমত প্ৰদৰ্শন কৰা বিৰোধী পক্ষয়ো এই বিষয়সমূহত চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে শীঘ্রে সংসদৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈ প্ৰধানমন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰিছে।

যোৱা ২২ এপ্ৰিলৰ পহলগামৰ নৰসংহাৰৰ ঘটনাক আমেৰিকা, ইউৰোপ প্ৰমুখ্যে বিভিন্ন দেশে কঠোৰভাৱে গৰিহণা দিছে যদিও এনে সন্ত্রাসবাদী আক্ৰমণৰ আঁৰৰ শক্তি পাকিস্তানক কোনো ধৰণৰ সকীয়নি প্ৰদান নকৰাটো পৰিতাপৰ বিষয়। ২০০৮ৰ মুম্বাই আক্ৰমণৰ ঘটনাৰ পৰাই ভাৰত চৰকাৰে এনেবোৰ সন্ত্রাসবাদী কার্যত পাকিস্তানৰ শক্তি জড়িত থকাৰ প্রামাণ্য তথ্য চুবুৰীয়া দেশখনৰ চৰকাৰক প্ৰদান কৰি আহিছে যদিও এই পর্যন্ত ইছলামাবাদে এই ক্ষেত্রত কোনো পদক্ষেপ গ্ৰহণ কৰাৰ দৃষ্টান্ত নাই। সততে সন্ত্রাসবাদ আৰু সন্ত্রাসবাদৰ পৃষ্ঠপোষক শক্তিৰ বিৰুদ্ধে সৰৱ হোৱা বুলি দাবী কৰা পশ্চিমীয়া দেশসমূহেও এই ক্ষেত্রত যে পক্ষপাতমূলক স্থিতি গ্রহণ কৰি আহিছে সেয়া বিগত কেইদিনৰ ঘটনাই পুনৰ প্ৰমাণ কৰিলে।

মূলতঃ সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাক কেন্দ্ৰ কৰিয়ে ভাৰতৰ স’তে সংঘর্ষ অব্যাহত থকাৰ সময়তে আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ) য়ে পাকিস্তানক আঠ হেজাৰ কোটি টকাৰ ঋণ মঞ্জুৰ কৰিছে। এনে সিদ্ধান্তৰ বিৰুদ্ধে ভাৰতৰ তীব্র আপত্তিয়ে কোনো গুৰুত্ব লাভ কৰিবলৈ সক্ষম নহ’ল। লক্ষ্যণীয় যে আইএমএফত সর্বাধিক ১৭ শতাংশ অংশীদাৰিত্ব মার্কিন যুক্তৰাষ্ট্ৰৰ; অথচ পূৰ্বতে এনে ঋণৰ সদ্ব্যৱহাৰৰ লগতে সম্পূর্ণ চর্ত পূৰণতো পাকিস্তান ব্যর্থ হৈছে। সদ্য মঞ্জুৰিকৃত ঋণৰ ধনৰাশি পাকিস্তানে যুদ্ধজাতীয় কাৰণতে ব্যয় কৰিব পাৰে বুলি বিভিন্ন মহলে শংকা প্রকাশ কৰিছে যদিও সেইবোৰলৈ ভ্রূক্ষেপ কৰা নহ’ল।

সন্ত্রাসবাদ আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে হুংকাৰ দিলেও পাকিস্তানৰ বিৰুদ্ধে এক নির্ণায়ক যুদ্ধত ভাৰত চৰকাৰ অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা পূৰ পৰাই পৰিলক্ষিত হোৱা নাছিল; বৰঞ্চ দেশত গঢ় লৈ উঠা জনমতলৈ লক্ষ্য ৰাখি দুই-এক নির্দিষ্ট স্থানত আঘাত হানি সন্ত্রাসবাদীৰ শিবিৰ উচ্ছেদ কৰাতে ভাৰতৰ অভিযান সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছিল। ইয়াৰ বিপৰীতে ভাৰতক আক্ৰমণৰ বাবে পাক সেনাৰ ওপৰতো কম চাপৰ সৃষ্টি হোৱা নাছিল।

সেয়েহে দেশবাসীৰ সন্মুখত নিজৰ দৃঢ় স্থিতি প্ৰদৰ্শনৰ বাবে পাকিস্তানে ড্র’ন আৰু ক্ষেপণাস্ত্ৰৰে সীমান্তৱৰ্তী ভাৰতৰ ৰাজ্যসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়। এই আক্ৰমণৰ তৎপৰতাৰে প্ৰত্যুত্তৰ দিলেও অধিক অগ্ৰসৰ হৈ পূর্ণাংগ যুদ্ধত অৱতীৰ্ণ হ’বলৈ ভাৰত এই মুহূর্তত যে ইচ্ছুক নাছিল, সেয়া শেহতীয়া ঘটনাৱলীয়ে প্রমাণ নকৰিলেনে? একেদৰে এশ এবুৰি সমস্যাত জৰ্জৰিত পাকিস্তান কোনোপধ্যে ভাৰতৰ বিৰুদ্ধে এখন যুদ্ধত লিপ্ত হ’ব পৰাকৈ সমর্থবান নহয়। সেয়েহে উভয় পক্ষই এটা সম্মানজনক প্রস্থানৰ পথ বিচাৰিছিল। এতিয়া আমেৰিকাৰ মধ্যস্থতাত সম্পন্ন হোৱা এই যুদ্ধবিৰতি কিমান দিনলৈ উলংঘা নোহোৱাকৈ থাকে, সেয়াই আগন্তুক সময়ছোৱাত লক্ষ্যণীয় হ’ব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: India Pakistan ConflictPranjalsen DekaSpl Articles
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d