Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

বিশ্বজুৰি উদ্বেগজনক পৰিস্থিতি, 

ছেকেণ্ডত দেশত উধাও ২০ লক্ষ কোটি 

publisher by publisher
April 8, 2025
in International, News
Reading Time: 1 min read
0
বিশ্বজুৰি উদ্বেগজনক পৰিস্থিতি, 
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৯৪.৮২ টকালৈ অৱনমন

বিশ্বৰ বজাৰত অস্থিৰতা: যুদ্ধৰ প্ৰভাৱত তেলৰ মূল্য বৃদ্ধি

বৃহৎ ক্ষতিৰ সন্মুখীন চাৰি ভাৰতীয় ধনকুবেৰ

Sensex

ADVERTISEMENT

মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ শুল্ক নীতিয়ে ভাৰতৰ শ্বেয়াৰ বজাৰত ভূমিকম্পৰ সৃষ্টি কৰিছে। বিশ্বজুৰি মাৰ্কিন শুল্ক নীতিয়ে সৃষ্টি কৰা পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ বাট বিচাৰি সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতিৰ মাজতে বুধবাৰে ৰক্তাক্ত হোৱা ভাৰতীয় শ্বেয়াৰ বজাৰত বুধবাৰে ১০ মাহৰ ভিতৰত সৰ্বাধিক পতন ঘটে।

ইয়াৰ ফলত মাত্ৰ এটা ছেকেণ্ডৰ ভিতৰতে ২০ লাখ কোটি টকাৰ সম্পদ হেৰুৱালে বিনিয়োগকাৰীয়ে। বুধবাৰে পুৱা শ্বেয়াৰ বজাৰৰ আৰম্ভণিৰ সময়তে চাৰি হেজাৰ পইণ্ট নিম্নগামী হয় ছেনছেক্স।আনহাতে, নিফটীও এহেজাৰ পইণ্ট তললৈ নামে।

ট্রাম্পৰ কঠোৰ নীতিত আতংকিত হৈ এছিয়াৰ বজাৰত সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতিৰ বাবেই এই শোচনীয় দশা। ট্রাম্প আতংকই খেদা এছীয় বজাৰত শ্বেয়াৰৰ অংশ বিনিয়োগকাৰীয়ে ধুমুহাৰ গতিত কম দামত বিক্ৰী কৰাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি বিশ্লেষকসকলে কয়। একে সময়তে এনে শংকাই গ্ৰাস কৰা ইউৰোপীয় বজাৰতো বিপর্যয় ঘটিছে।

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ মতে নতুনকৈ আৰোপিত শুল্কই মার্কিন উদ্যোগসমূহৰ বাবে সোণালী সময় কঢ়িয়াই আনিব। অৱশ্যে আজি আমেৰিকাৰ বজাৰতো খহনীয়া আৰম্ভ হয়। উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা নতুন শুল্কৰ পৰিমাণ হৈছে ২৬ শতাংশ ।

এই শুল্কই ৰপ্তানিকাৰী আৰু ব্যৱসায়ীসকলৰ মাজত ভীতিগ্ৰস্ততাৰ সঞ্চাৰ কৰিছে। বিশ্ব বজাৰত হোৱা ৰক্তাক্ত পৰিস্থিতি অৱশ্যে ট্রাম্পৰ দৃঢ়তা সামান্যও লৰচৰ কৰিব পৰা নাই । বুধবাৰে পুৱা তেওঁ সংবাদ মাধ্যমক তেওঁৰ দৰবে কাম দিয়া বুলিও কয়।

ভাৰতীয় শ্বেয়াৰ বজাৰৰ অংশীদাৰৰ ক্ষতি ৩.৫ শতাংশ

বুধবাৰে পুৱা ন বজাত দুদিনীয়া সপ্তাহন্তৰ বন্ধৰ পাছত বজাৰ খোলাৰ সময়ত ছেনছেক্সত ৩,৯৩৯.৬৮ পইণ্ট খহনীয়া হয়। এই সময়ছোৱাত নিফটীয়ে ১,১৬০.৮ পইণ্টৰ পৰা ২১,৭৪৩.৬৫ পইণ্টলৈ কে’বাবাৰো উত্থান-পতনৰ সন্মুখীন হয়।

দুপৰীয়ালৈ ছেনছেক্সৰ তিনি হেজাৰ পইণ্টলৈ পতন ঘটে। একেদৰে নিফটী ২২ হেজাৰৰ তললৈ যায়। বুধবাৰে পুৱা সমান্তৰালভাৱে টকাৰ মূল্যও ডলাৰৰ তুলনাত ৩০ পইচা অৱনমিত হৈ ৮৫.৭৪ হয়।

বিশ্লেষকসকলৰ মতে, ট্রাম্পৰ শুল্কই নিশ্চিতভাৱে ভাৰতীয় বজাৰত ভীতিগ্ৰস্ততাৰ সৃষ্টি কৰিব। তেওঁলোকৰ মতে বিশ্ব বাণিজ্য যুদ্ধৰ নীতিবাচক প্ৰভাৱৰ পৰা ঘৰুৱা অৰ্থনীতিক সুৰক্ষিত কৰিবলৈ দেশৰ বাবে বর্তমান প্রয়োজন বিত্তীয় সংস্কাৰৰ। এজন বজাৰ বিশেষজ্ঞ অজয় বাগ্গাই কয়, ‘ভাৰতীয় বজাৰ নিশ্চিতভাৱে দহনৰ সন্মুখীন হ’ব। অৱশ্যে ঘৰুৱা কাৰণৰ বাবে নহয়। ইয়াৰ কাৰণ হৈছে বিশ্ব বাণিজ্যৰ ঢৌৰ আন্তঃসংযোগী শৃংখলা । বিশ্বই নিশ্চিতভাৱে সন্মুখীন হ’বলগীয়া এই বিশ্ব অর্থনীতিৰ শীতলতাৰ পৰা ঘৰুৱা অর্থনীতিক সুৰক্ষিত কৰিবলৈ ভাৰতৰ প্ৰয়োজন আছে এক বিত্তীয়, মুদ্রানীতি আৰু সংস্কাৰমূলক পেকেজ।’ আন এজন বিশ্লেষক সুনীল গুৰজাৰে কয় যে নিফটীৰ অধিক পতন ঘটিব।

বিশ্ব অংশীদাৰৰ বিপর্যয়

ট্রাম্পৰ নীতিৰ প্ৰভাৱত থৰকবৰক হোৱা এছীয় বজাৰৰ অংশীদাৰৰ বাবে আজিৰ দিনটো আছিল চৰম বিপর্যয়ৰ মুহূর্ত। বুধবাৰে বিশ্বৰ সকলো বজাৰৰ ভিতৰতে প্ৰথমতে মুকলি হয় এছীয় বজাৰ।

ট্রাম্পৰ শুল্কনীতিৰ ফলত চীন, জাপান, টাইৱান আৰু হংকঙৰ বজাৰত শ্বেয়াৰৰ ধুমুহাৰ গতিত পানীৰ দৰত বিক্ৰীৰ ফলত এছীয় বজাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। মার্কিন শুল্কনীতিক ৩৪ শতাংশ মার্কিন সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰি প্ৰত্যাহ্বান জনোৱা চীনৰ কমিউনিষ্ট

চৰকাৰেও খহনীয়া প্ৰতিৰোধ কৰিব পৰা নাই ।

চীনত চাৰি শতাংশ পতন ঘটে শ্বেয়াৰ বজাৰৰ আৰু হংকঙৰ শ্বেয়াৰ বজাৰত (হাং ছেঙ) ১০ শতাংশৰ অধিক খহনীয়া হয়। একেদৰে জাপানৰ শ্বেয়াৰ বজাৰ (নিক্কেই)ত পুৱাৰ ভাগত আঠ শতাংশ পতন ঘটে।

ইপিনে, টাইৱানত মূল সূচকাংক প্ৰায় ১০ শতাংশ আৰু ছিংগাপুৰত আঠ শতাংশৰ অধিক অৱনমিত হয়। একেদৰে ইউৰোপৰ বজাৰতো খহনীয়াৰ সৃষ্টি হৈছে। জার্মানীত ১০ শতাংশ, ফ্ৰান্সত চাৰি শতাংশ, লণ্ডনত ছয় শতাংশ,আমষ্টাডাম আৰু অছল ত পাঁচ শতাংশ আৰু মিলানত তিনি শতাংশৰ অধিক শ্বেয়াৰ বজাৰত পতন ঘটে।

নিউ য়ৰ্কৰ বিখ্যাত ৱাল ষ্ট্ৰীটৰ ছবিখনো উদ্বেগজনক হৈ আছে। নিউ য়র্ক ষ্টক এক্সচেঞ্জত লেনদেনত খহনীয়া হৈছে আৰু বিশ্লেষকসকলৰ মতে, মার্কিন বজাৰতো লক্ষ্যণীয় ক্ষতিসাধন হ’ব। ট্রাম্পৰ বাণিজ্য নীতিয়ে শ্বেয়াৰ বজাৰ ৰক্তাক্ত কৰি তোলাই নহয়, ইয়াৰ ফলত বিশ্ব মন্দাৱস্থাৰ সৃষ্টি হ’ব পাৰে বুলি

আশংকাৰ ডাৱৰ ঘনীভূত হৈছে। তদুপৰি এই পৰিস্থিতিৰ প্ৰতি ট্রাম্পৰ আঁকোৰগোঁজ মনোভাবে বজাৰ বিশেষজ্ঞসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।

কিহৰ বাবে ৰক্তাক্ত হ’ল ভাৰতৰ শ্বেয়াৰ বজাৰ

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ বৰ্ধিত শুল্ক আৰোপেই নহয় চীনৰ প্ৰত্যাহ্বানেও বিনিয়োগকাৰীসকলৰ মনত ভীতিগ্ৰস্ততাৰ সৃষ্টি কৰিছে। বাণিজ্য যুদ্ধৰ ফলত বিশ্বজুৰি অৰ্থনৈতিক বিকাশৰ গতি বাধাগ্ৰস্ত হ’ব বুলি শংকিত বিনিয়োগকাৰী। ট্রাম্পক চীনে উভতি ধৰা কাৰ্যই দীঘলীয়া সময়ৰ বাবে অব্যাহত থাকিব বাণিজ্য যুদ্ধ আৰু ইয়াৰ ফলত ধৰাশায়ী হ’ব বিশ্বৰে অর্থনীতি এইদৰে কয় বিশ্লেষকমহলে।

এনে এজন বিশ্লেষক সঞ্জীৱ প্ৰসাদে কয় যে চীনৰ প্ৰত্যাহ্বানমূলক শুল্ক সাময়িক সময়ৰ বাবে আৰোপিত হ’লেও ইয়াৰ দ্বাৰা কোম্পানীসমূহ আৰু বিনিয়োগকাৰীৰ মনত অনিশ্ য়তাৰ সৃষ্টি হ’ব। তেওঁ কয় যে এই শুল্ক পৰিস্থিতিত বুজাপৰা হ’ব নে প্ৰত্যাক্ৰমণৰ নীতি অব্যাহত থাকিব তাৰ ওপৰতে অনাগত কিছু সপ্তাহৰ বাবে ভাৰতীয় বজাৰৰ প্ৰদৰ্শন নিৰ্ভৰ কৰিব।

একেদৰে এই পৰিস্থিতিৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে ভাৰতৰ খুচুৰা বজাৰ আৰু ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ আচৰণ। সম্প্ৰতি চূড়ান্ত অনিশ্চয়তাৰ মাজেৰে গতি কৰিছে বিশ্বৰে বজাৰ। এই মন্তব্য কৰে জিঅ’জিত ফাইনেন্সিয়েল ছাৰ্ভিচেছৰ মুখ্য বিনিয়োগ কৌশলী ভি কে বিজয় কুমাৰে।

ট্রাম্পৰ শুল্কৰ ফলত সৃষ্টি হোৱা

এই ধুমুহাৰ কিদৰে অন্ত পৰিব তাৰ কোনো সূত্ৰ এই মুহূৰ্তলৈ নিৰ্ধাৰণ হোৱা নাই। বজাৰৰ এনে অশান্ত পৰিস্থিতিত উত্তম কৌশল হ’ব পৰিস্থিতিৰ পৰ্যবেক্ষণ আৰু অপেক্ষা। এইদৰে কয় বিশ্লেষকসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Low Price sensexSensex
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d