Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গৌৰৱ গগৈ হ’ব নেকি নতুন সভাপতি ?

বিধানসভা নিৰ্বাচনী যুঁজলৈ প্ৰস্তুতিৰ পৰিকল্পনা

publisher by publisher
May 17, 2025
in Assam, News
Reading Time: 1 min read
0
গৌৰৱ গগৈ হ’ব নেকি নতুন সভাপতি ?
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Congress: পঞ্চায়ত নির্বাচন শেষ হোৱাৰ লগে লগে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি নিযুক্তিৰ চৰ্চা পুনৰ তীব্ৰতৰ হৈছে। এই চৰ্চাত বৰ্তমানৰ সভাপতি ভূপেন বৰাৰ স্থলাভিষিক্ত কোন হ’ব, তাকে লৈয়ো আলোচনা অব্যাহত আছে; কিন্তু সকলোৰে শেষত সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ নামেই চৰ্চাৰ শীৰ্ষত আছে।

ADVERTISEMENT

দলীয় সূত্ৰৰ তথ্য অনুসৰি, যোৱা মার্চৰ শেষ সপ্তাহতে অসমত কংগ্ৰেছৰ দায়িত্ব গৌৰৱ গগৈক দিবলৈ হাইকমাণ্ডে চিন্তা-চৰ্চা কৰিছিল; কিন্তু গগৈয়ে নিজেই এই দায়িত্ব ল’বলৈ প্রথমৰে পৰা ইতস্ততঃ প্রকাশ কৰি আহিছে।

যাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ পাছত বিষয়টোত তেওঁ মনোনিবেশ কৰিব বুলি হাইকমাণ্ডক জনাইছিল। এতিয়া নির্বাচন পাৰ হোৱাত গগৈক দায়িত্ব অর্পণ কৰিবলৈ হাইকমাণ্ডে চিন্তা-চৰ্চা কৰিছে। ভূপেন বৰাৰ নেতৃত্বত পঞ্চায়ত নির্বাচনত কংগ্রেছে একপ্ৰকাৰ মুখ থেকেচা খোৱাটোৱেও বিষয়টোত আগবাঢ়িবলৈ হাইকমাণ্ডক দায়বদ্ধ কৰিছে।

পঞ্চায়ত নির্বাচন হ’ল একেবাৰে তৃণমূল পর্যায়ৰ নির্বাচন। বিধানসভা নির্বাচনলৈ মাজত এবছৰো নথকা অবস্থাত পঞ্চায়ত নির্বাচনত দলটোৱে নিজৰ ভেটি থকা সমষ্টিতো সফলতা অর্জন কৰিব নোৱাৰাটোৱে পৰা হাইকমাণ্ডৰ দুশ্চিন্তা বৃদ্ধি কৰিছে।

সেয়েহে আজি দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটী (এআইচিচি)ৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত এখন পর্যালোচনা সভা অনুষ্ঠিত হ’ব।

এই সভাৰ বাবে অসমত থকা গৌৰৱ গগৈয়ো আজি পুৱা দিল্লীলৈ যাব। এই সভাৰ পাছতে সভাপতিকেন্দ্রিক বিষয়টোত হাইকমাণ্ডে গভীৰভাৱে চৰ্চা কৰাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্ৰত প্রকাশ।

সূত্ৰটোৱে এই বুলিও কয় যে নিৰ্বাচনৰ আগমুহূৰ্তত নেতৃত্বৰ সালসলনি কৰিলে যথেষ্ট খেলিমেলি হোৱাৰ সম্ভাৱনা থাকে। নির্বাচনলৈ এতিয়াও ন্যূনতম আঠ মাহ বাকী আছে। অন্ততঃ এই সময়তে যদি সভাপতি সলনি কৰা হয়, তেন্তে সম্ভাব্য বহু অসুবিধা নাথাকে।

অৱশ্যে ভূপেন বৰাই সভাপতি সলনিৰ বিষয়টোক পূৰ্বৰে পৰা নস্যাৎ কৰি আহিছে। তেৱেঁই সভাপতি হিচাপে অসমত কংগ্রেছক বিধানসভা নির্বাচনত নেতৃত্ব দিব বুলিও একাধিকবাৰ প্ৰকাশ কৰিছে।

গৌৰৱ গগৈৰ নাম নতুন সভাপতি হিচাপে চৰ্চাত থাকিলেও দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ প্রদ্যুৎ বৰদলৈকো বিবেচনাত ৰখা হৈছে বুলি সূত্রত প্রকাশ।

অৱশ্যে বৰদলৈ নিজেও পদটোৰ শক্তিশালী দাবীদাৰ। তেওঁ এই চেষ্টা দীর্ঘদিনৰ পৰা কৰি আহিছে; কিন্তু বৰদলৈৰ নিৰ্বাচনী ‘কৰিশ্মা’ হাইকমাণ্ডে বিচাৰি পোৱা নাই। তাৰ পৰিৱৰ্তে গৌৰৱ গগৈৰহে এনে সক্ষমতা বিচাৰি পাইছে।

প্রসংগক্রমে দলটোৰ উচ্চস্তৰীয় সূত্রই কয় যে ৰাজ্যৰ বহু জিলাত কংগ্ৰেছৰ সংগঠন দুর্বল হৈ পৰিছে। বিজেপিক প্রত্যাহ্বান জনাব পৰাকৈ সেই সংগঠন শক্তিশালী ৰূপত গঢ়ি নির্বাচনত জয়লাভ কৰিব পৰাৰ সময় এতিয়া নাই বুলিয়ে হাইকমাণ্ডে ভাবে।

সেয়ে সংগঠনতকৈয়ো ‘কৰিশ্মা’ আৰু বিৰোধী প্ৰচাৰত দলটোৱে মূল গুৰুত্ব দিছে। সেই কৰিশ্মাৰে উপাদান কৰি লোৱা হৈছে সাংসদ গগৈক। সূত্রত প্রকাশ যে কংগ্ৰেছ সভাপতিৰূপে মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে শশী থাৰুৰে প্ৰাৰ্থিত্ব প্রদান কৰাৰ সময়ত বৰদলৈয়ে থাৰুৰৰ পক্ষত থিয় দিয়াক লৈয়ো এআইচিচিত অসন্তুষ্টি আছে।

বিশেষকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পছন্দৰ প্ৰাৰ্থী খাৰ্গেৰ বিৰোধী পক্ষত বৰদলৈৰ অৱস্থান কৰাক লৈ অসন্তুষ্টি অধিক তীব্র হয়। ইপিনে, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্রত শইকীয়া আৰু শেহতীয়াকৈ ৰিপুন বৰাৰ নামো বিবেচনালৈ আহিছে।

অৱশ্যে দলৰ প্ৰাক্তন সভাপতি বৰাই মাজতে দল সলনি কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ বিষয়টো তেওঁৰ বাবে এই ক্ষেত্রত নেতিবাচক দিশ হিচাপে থিয় দিছে। সূত্ৰটোৱে জনোৱা মতে, শেহতীয়াকৈ এআইচিচিয়ে বৰাক যথেষ্ট পৰিমাণৰ দলীয় গুৰুত্বপূৰ্ণ কাম-কাজৰ দায়িত্ব প্রদান কৰাটো লক্ষ্যণীয় বিষয়।

ইপিনে, চর্চা হোৱা অনুসৰি, গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’ব বুলি হৈ থকা আলোচনাবোৰৰ বাবেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাও তেওঁৰ বিৰুদ্ধে অধিক আগ্রাসী হৈ উঠিছে।

পত্নীসহ সাংসদজনৰ পাকিস্তানৰ লগত গোপন সম্পৰ্কৰ অভিযোগ বাৰম্বাৰ উত্থাপন কৰি ইয়াক প্ৰতিষ্ঠা কৰিবলৈয়ো এটা পর্যায়ত মুখ্যমন্ত্রী সফল হোৱা বুলি কংগ্ৰেছ শিবিৰতে চর্চা চলিছে। তেনে ক্ষেত্রত যদিহে গগৈক সভাপতি পদত অধিষ্ঠিত কৰা নহয়, তেন্তে মুখ্যমন্ত্ৰীৰ অভিযোগৰ ওচৰতে সেও মনাৰ দৰে হ’ব বুলি কংগ্ৰেছৰ এটা পক্ষই ভাবে।

সর্বোপৰি ২০২৬ত ৰাজ্যত চৰকাৰ গঠনত যিহেতু কংগ্ৰেছে মূল গুৰুত্ব দিছে, সেয়েহে এতিয়া দলটোৰ বাবে নিৰ্বাচন জয়েই হৈছে প্রধান লক্ষ্য। তাৰ বাবে দলৰ কোনজন নেতাৰ প্ৰতি সম্প্রতি ভোটাৰৰ আকৰ্ষণ বেছি, সেই বিষয়টোতো গুৰুত্ব প্রদান কৰিছে হাইকমাণ্ডে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Congress
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d