Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ

    Kamrup Metro DC Pressmeet:খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংবাদমেল

    Illegal Bangladeshi arrested in Naharani:দেৰগাঁৱৰ নাহৰণিত আৰক্ষীৰ জালত বাংলাদেশী

    Cyber Criminal Arrested in Guwahati: মহানগৰীৰ পাঞ্জাবাৰীত আটক দুই চাইবাৰ অপৰাধীক

    Guwahati:ৰাজ্যত এইবাৰ মাত্ৰ দুটা সংস্থাকহে এমএছপিত ধান ক্ৰয়ৰ দায়িত্ব চৰকাৰৰ

    Maguri Beel:অইলৰ চৰম গাফিলতি: ধ্বংসমুখী ঐতিহ্যমণ্ডিত মতাপুং মাগুৰী বিল ডিব্ৰু নদীত জাল পেলাই খাৰুৱা তেল নিষ্কাসনৰ হাস্যকৰ কৌশল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

US has returned mangoes sent by India at the Airport: ভাৰতে প্ৰেৰণ কৰা আম বিমানবন্দৰতে ওভতাই দিলে আমেৰিকাই

publisher by publisher
May 20, 2025
in International, News
Reading Time: 2 mins read
0
US has returned mangoes sent by India at the Airport: ভাৰতে প্ৰেৰণ কৰা আম বিমানবন্দৰতে ওভতাই দিলে আমেৰিকাই
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Side -Effects of Mangoes : গৰম পৰিলেই সদায় আম খাই ? নিয়মিত আম খালে কি হয়

US has returned mangoes sent by India at the Airport:

বৃহৎ ক্ষতিৰ সম্মুখীন হ’ল ভাৰতৰ আম ৰপ্তানি ব্যৱসায়ীসকল। সম্প্রতি মার্কিন যুক্তৰাষ্ট্ৰই ভাৰতৰ পৰা প্ৰেৰণ কৰা সুস্বাদু আমৰ কমেও ১৫টা চালান বাতিল কৰিছে। নথিপত্ৰৰ প্ৰক্ৰিয়াত ত্রুটিৰ বাবে এই বৃহৎ পৰিমাণৰ আম বিমান বন্দৰৰ পৰাই আমেৰিকাই ওভতাই পঠোৱা বুলি তথ্য সদৰী কৰিছে।

ADVERTISEMENT

মার্কিন প্রশাসনে এই আমসমূহ ভাৰতলৈ ওভতাই পঠিয়াবলৈ অথবা ইয়াক নষ্ট কৰি পেলাবলৈ নির্দেশ দিয়ে। ফলত আম নষ্ট হোৱাৰ সমান্তৰালভাৱে মোটা অংকৰ লোকচানৰ সন্মুখীন হৈছে আম ৰপ্তানিকাৰীসকল। মার্কিন কৃষি বিভাগৰ মুম্বাইস্থিত এজন পৰিদৰ্শক এই প্ৰক্ৰিয়াৰ ভাৰপ্ৰাপ্তৰ দায়িত্বত আছিল যদিও নথিপত্ৰৰ খেলিমেলিৰ বাবেই ভাৰতৰ এই আম আমেৰিকালৈ প্ৰেৰণৰ ক্ষেত্ৰত বাধা দিলে মার্কিন যুক্তৰাষ্ট্ৰই। লছ এঞ্জেলছ, ছান ফ্রান্সিছক’ আৰু আটলান্টিকা বিমান বন্দৰত ভাৰতৰ আমখিনি লৈ যোৱাৰ পাছত বাতিল কৰি দিয়া হয়।

ৰপ্তানিকাৰীসকলে অৱশ্যে এই আমসমূহ ভাৰতলৈ পুনৰ প্ৰেৰণ নকৰিবলৈ সিদ্ধান্ত লয়। কিয়নো ইয়াৰ পৰিবহণ ব্যয় বহু বেছি হোৱাৰ উপৰি এইবোৰ গেলি-পচি যাব বাবেই এনে সিদ্ধান্ত লয়। এই আম দেশলৈ ওভতাই আনিবলৈ যিহেতু বৃহৎ পৰিমাণৰ ধন আদায় দিব লাগিব, সেয়েহে আমসমূহ আমেৰিকাতেই পেলাই থৈ আহিব বুলি ব্যৱসায়ীসকলে সিদ্ধান্ত লয়। কিমান পৰিমাণৰ আম এই ১৫টা চালানত আছিল সেয়া স্পষ্ট নহয় যদিও অনুমান অনুসৰি, আম ব্যৱসায়ীৰ প্ৰায় পাঁচ লাখ মার্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় টকা অনুসৰি প্ৰায় চাৰি কোটি ২৭ লাখ ২০ হেজাৰ টকা হ’ব। সূত্ৰত প্ৰকাশ যে যোৱা আঠ আৰু ন মে’ত মুম্বাইৰ পৰা আম ৰপ্তানিৰ প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল।

অভিযোগ অনুসৰি, ৰপ্তানি সংক্রান্তীয় নথিপত্রত বিসংগতি আছে। উল্লেখ্য যে ভাৰতত উৎপাদিত আম ৰপ্তানিৰ সৰ্ববৃহৎ বজাৰ হৈছে আমেৰিকা। আম যিহেতু সোনকালে পচি যায় সেয়েহে সাধাৰণতে বিমানৰ জৰিয়তে ভাৰতৰ পৰা আমেৰিকালৈ আম প্ৰেৰণ কৰা হয়। ফলত আমৰ ৰপ্তানি ব্যয় বহু বেছি। সেই বাবেই আম ওভতাই অনাৰ সলনি আমেৰিকাতে বিনষ্ট কৰি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: India's MangoMangoesUs AirportUS has returned
publisher

publisher

Related Posts

Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ
Assam

November 12, 2026
Kamrup Metro DC Pressmeet:খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংবাদমেল
Assam

Kamrup Metro DC Pressmeet:খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংবাদমেল

November 12, 2026
Illegal Bangladeshi arrested in Naharani:দেৰগাঁৱৰ নাহৰণিত আৰক্ষীৰ জালত বাংলাদেশী
Assam

Illegal Bangladeshi arrested in Naharani:দেৰগাঁৱৰ নাহৰণিত আৰক্ষীৰ জালত বাংলাদেশী

November 12, 2026
Cyber Criminal Arrested in Guwahati: মহানগৰীৰ পাঞ্জাবাৰীত আটক দুই চাইবাৰ অপৰাধীক
Assam

Cyber Criminal Arrested in Guwahati: মহানগৰীৰ পাঞ্জাবাৰীত আটক দুই চাইবাৰ অপৰাধীক

November 12, 2026
Guwahati:ৰাজ্যত এইবাৰ মাত্ৰ দুটা সংস্থাকহে এমএছপিত ধান ক্ৰয়ৰ দায়িত্ব চৰকাৰৰ
Assam

Guwahati:ৰাজ্যত এইবাৰ মাত্ৰ দুটা সংস্থাকহে এমএছপিত ধান ক্ৰয়ৰ দায়িত্ব চৰকাৰৰ

November 12, 2026
Maguri Beel:অইলৰ চৰম গাফিলতি: ধ্বংসমুখী ঐতিহ্যমণ্ডিত মতাপুং মাগুৰী বিল ডিব্ৰু নদীত জাল পেলাই খাৰুৱা তেল নিষ্কাসনৰ হাস্যকৰ কৌশল
Assam

Maguri Beel:অইলৰ চৰম গাফিলতি: ধ্বংসমুখী ঐতিহ্যমণ্ডিত মতাপুং মাগুৰী বিল ডিব্ৰু নদীত জাল পেলাই খাৰুৱা তেল নিষ্কাসনৰ হাস্যকৰ কৌশল

November 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d