Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

    প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

    ৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!

মৃত্যু দুজনৰ, গ্ৰেপ্তাৰ কমেও ৫০০

publisher by publisher
June 1, 2025
in International, News
Reading Time: 1 min read
0
চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!

BARCELONA, SPAIN - APRIL 5: FC Barcelona fans chant as they gather with smoke pots and flares prior the Semi Final Second Leg of the Copa Del Rey match between FC Barcelona v Real Madrid at Spotify Camp Nou on April 5, 2023 in Barcelona, Spain. (Footage by Javier Mostacero Carrera/Getty Images)

2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোঁ ভাৰত সফৰত, নতুন ৰাফাল চুক্তিৰ সম্ভাৱনা

১১৪টা ৰাফাল ক্ৰয়ৰ অনুমোদন: ভাৰতৰ আটাইতকৈ বৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথ মুকলি

Champions League:চেম্পিয়নছ লীগৰ জয়ৰ উদযাপনক কেন্দ্ৰ কৰি যুদ্ধক্ষেত্ৰলৈ পৰিণত হয় পেৰিছ ।এই ঘটনাত কমেও দুজন লোকে প্ৰাণ হেৰুৱালে। আহতসকলৰ সংখ্যা ২০০ অতিক্ৰম কৰিছে।

ADVERTISEMENT

ফ্ৰান্সৰ ৰাজধানীত গ্ৰেপ্তাৰ হৈছে কমেও ৫৫০ জন লোক। শনিবাৰে মিউনিখত ইণ্টাৰ মিলানক ৫-০ গ’লত পৰাস্ত কৰি পেৰিছ চেণ্ট জাৰ্মেইনে প্ৰথমবাৰৰ বাবে চেম্পিয়নছ লীগ জয় কৰে।

পেৰিছৰ দুখন ষ্টেডিয়ামত পোনপটীয়াকৈ সম্প্ৰচাৰিত হৈছিল খেলখন। খেলখন চাবলৈ কমেও ৫০ হেজাৰ পি এছ জি অনুৰাগী ষ্টেডিয়ামত উপস্থিত হয়।

খেলৰ পাছত হুলস্থলীয়া পৰিস্থিতিৰ আশংকাত ষ্টেডিয়াম দুখনৰ বাহিৰত আগতীয়াকৈ বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয়। যদিও মেচ শেষ হোৱাৰ পাছত ৰাইজৰ সন্মুখত আৰক্ষী কাৰ্যত অদৃশ্য হৈ পৰিল।

মেচখনৰ লগে লগে পেৰিছৰ দৰ্শকে ৰাজপথলৈ ওলাই আহি উন্মুক্ত হৈ উদযাপন কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কেবাটাও ৰাউণ্ড কন্দুৱা গেছ নিক্ষেপ কৰে। যদিও তাৰ কোনো লাভ নহ’ল। উদযাপনৰ নামত কেবাখনো গাড়ীত জুই লগাই দিয়া হয়।

জ্বলাই দিয়া হয় একাধিক বাছ ষ্টেণ্ডৰ লগতে একাধিক চৰকাৰী আন্তঃগাঁথনি।আৰক্ষীৰ ওপৰত মশাল নিক্ষেপ কৰা হয়। গোটেই নিশা এশৰো অধিক ঠাইত অগ্নিকাণ্ড সংঘটিত হয়।

পেৰিছৰ যুদ্ধক্ষেত্ৰত এনে ভয়ানক উদযাপনৰ সময়ত দুজন লোকৰ মৃত্যু হয়।পেৰিছ প্ৰশাসনৰ সূত্ৰ অনুসৰি এজন ১৭ বছৰীয়া কিশোৰক হানি খুচি কৰি হত্যা কৰা হৈছে।

অৱশ্যে চেম্পিয়নছ ট্ৰফী জয় কৰাৰ উদযাপনৰ স’তে এই ঘটনাৰ কোনো সম্পৰ্ক আছে নে নাই সেই বিষয়ে তদন্ত চলি আছে। লগতে উদযাপনৰ সময়ত গাড়ীয়ে খুন্দা মৰাৰ ফলত এজন লোকৰ মৃত্যু হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Champions LeagueFranceParis Saint GermainSports news
publisher

publisher

Related Posts

SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা
India

November 3, 2026
প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ
India

প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

November 3, 2026
ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!
News

ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

November 3, 2026
আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান
International

আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

November 3, 2026
৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ
International

৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

November 3, 2026
চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়
Assam

চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

November 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d