Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Parbatjhora visit Gaurav Gogoi বিটিআৰৰ পৰ্বতঝোৰাত গৌৰৱ গগৈ, অসমত এতিয়া মাটি কিনে কেৱল মামা মামি, আম্বানী আৰু আদানিয়ে:গগৈ

publisher by publisher
June 23, 2025
in News, Assam
Reading Time: 1 min read
0
Parbatjhora visit Gaurav Gogoi বিটিআৰৰ পৰ্বতঝোৰাত গৌৰৱ গগৈ, অসমত এতিয়া মাটি কিনে কেৱল মামা মামি, আম্বানী আৰু আদানিয়ে:গগৈ
1
SHARES
11
VIEWS
ShareShareShareShare

Parbatjhora visit Gaurav Gogoi:

আগন্তুক বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত পোন প্ৰথমবাৰৰ বাবে সোমবাৰে বিটিআৰৰ পৰ্বতঝোৰাত উপস্থিত হয় এপিচিচি সদ্য নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে ৷ যোৰহাটৰ সাংসদ গৰাকীক পৰ্বতঝোৰাৰ হাইস্কুল খেলপথাৰত আয়োজিত এক দলীয় সভাত উষ্ম আদৰণি জনাই কংগ্ৰেছ নেতা- কৰ্মী সহ স্থানীয় ৰাইজে ।

ADVERTISEMENT

ইয়াৰ পিছতে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে এপিচিচি সভাপতি গৰাকী ৷অসমত এতিয়া মাটি কিনে কেৱল মামা মামি, আম্বানী আৰু আদানিয়ে l কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বাসবাৰীত জনগোষ্ঠীৰ মাটি ইউপিপিএল আৰু বিজেপি চৰকাৰে আদানি কোম্পানীক বিক্ৰী কৰিছে। এই কাৰ্যৰে বড়ো আন্দোলনত প্ৰাণ আহুতি দিয়াঁ শ্বহীদ সকলক অপমান কৰিছে বুলি মন্তব্য কৰি গগৈয়ে আৰু কয় কাৰ্বি আংলং, ডিমা হাছাউটোও একেই পৰিবেশ। দুখীয়া মানুহৰ পৰা মাটি লোৱাতকৈ মাটিৰ অধিকাৰ দিয়ক। আৰু ইয়াই এইবাৰৰ বিটিআৰ নিৰ্বাচনৰ মূল মন্ত্ৰ হব।

RelatedPosts

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

IOCL Pressmeet:ইন্ধনৰ নাটনি, সাম্প্ৰতিক পৰিৱেশক লৈ আইঅচিৰ সংবাদমেল

Dilip Saikia Pressmeet:ৰাজ্যত অভিলেখ সংখ্যক ভোটদান হোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন দিলীপ শইকীয়াৰ

সাংসদ গৰাকীয়ে আৰু কয় যে ,সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাতএনে ধৰণৰ মাটিৰ লুণ্ঠন আমি দেখা নাই। তেওঁলোকে কৈছিল জাতি মাটি আৰু ভেটি।কিন্তু বাস্তৱত হৈছে মামা, মামি আম্বানি আৰু আদানী। ড: হিমন্ত বিশ্ব শৰ্মা বাস্তৱ সনাতনি হব নোৱাৰে, হিন্দু ও হব নোৱাৰে, তেওঁ মাত্ৰ ৰাজনীতি কৰি আছে ধৰ্ম লৈ।

মুখ্যমন্ত্ৰীয়ে এতিয়া কয় যদি মন্ত্ৰীৰ চাকৰি যায় আমি যদি বিৰোধী হব লাগে অৰ্থাৎ এতিয়াৰ পৰাই বুজি পাইছে বতৰ সলনি হৈছে। সাধাৰণ ৰাইজক কৰ্তন কৰি মন্ত্ৰীৰ পত্নীৰ নামত ৫০ লক্ষাধিক টকা আবণ্টন লৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে এপিচিচিৰ সভাপতি গৰাকীয়ে ৷

আনহাতে বিটিআৰ নিৰ্বাচন সন্দৰ্ভত গগৈয়ে কয়, বিটিআৰ নিৰ্বাচনৰ প্ৰস্তুতি আগৰ পৰাই চলি আছে। এইবাৰ নিৰ্বাচনত প্ৰতিটো সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী নিক্ষেপ কৰিব ৷

আনহাতে অখিল গগৈ প্ৰসংগত সাংসদ গৰাকীয়ে কয় ,অখিল গগৈ দিনত শুই উঠি কেতিয়া কাক সমালোচনা কৰিব কোনেও কব নোৱাৰে। এদিন কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব বিচাৰিব, এদিন কব কংগ্ৰেছে আটাইতকৈ দুৰ্নীতি কৰা দল। এইদৰে ৰাইজৰ দলৰ সভাপতি গৰাকীক কটাক্ষ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Gaurav gogoiParbatjhoraPressmeet
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d