Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Eviction in Bilasipara :বিলাসীপাৰাৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি

প্ৰশাসনৰ এক্সকেভেটৰত বেদখলকাৰীৰ আক্ৰমণ,শিল-লাঠিৰে আক্ৰমণ বেদখলকাৰীৰউচ্ছেদৰ স্থানলৈ যোৱা অৱস্থাত চাপৰত আটক অখিল গগৈ

publisher by publisher
July 8, 2025
in News, Assam, Crime
Reading Time: 2 mins read
0
Eviction in Bilasipara :বিলাসীপাৰাৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Bjp Leader Arrested:অবৈধ সুৰা ব্যৱসায়ৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপিৰ যুৱ মৰ্চাৰ নেতা

Murder Case In Chapar:পাৰিবাৰিক কন্দলৰ ভয়ংকৰ ৰূপ

চাপৰ আৰক্ষীৰ মূৰৰ কামোৰণি কুখ্যাত ডকাইট তথা ধৰ্ষণকাৰীলৈ গুলি চালনা

Eviction in Bilasipara :

গোৱালপাৰাৰ হাছিলা বিলৰ পাছত আজিৰে পৰা ধুবুৰীৰ চাপৰৰ চৰুৱা বাক্রা অঞ্চলত পুৱাৰে প্ৰশাসনে বুলড’জাৰে উচ্ছেদ চলাবলৈ আৰম্ভ কৰোতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ উচ্ছেদস্থলীত প্ৰশাসনৰ এক্সকেভেটৰত একাংশ বেদখলকাৰীয়ে দলবদ্ধভাৱে আক্ৰমণ কৰে ৷ হাতে লাঠি -বাঁহ আৰু শিলৰে ভাঙিলে কেইবাখনো এক্সকেভেটৰ ৷ একেদৰে আৰক্ষীকো আক্ৰমণ কৰে বেদখলকাৰীয়ে।

ADVERTISEMENT

eviction 2আনহাতে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰাত  ধুবুৰীৰ আৰক্ষী চাউনিৰ পৰা অতিৰিক্ত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ দল উপস্থিত হয় উচ্ছেদস্থলীত | পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে খোদ জিলা খনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে তদাৰক কৰিছে ৷  বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে চাপৰত ৷

জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে সংবাদ মাধ্যমক জানিব দিয়া মতে উচ্ছেদত বাধাৰোপ কৰি যিসকলে পৰিস্থিতি উত্তপ্ত কৰি দিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ উল্লেখ্য যে,বিলাসীপাৰাৰ চাপৰত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান । ৩ হাজাৰ ৫ শ বিঘা মাটিত চলিছে প্ৰশাসনৰ উচ্ছেদ। একেদিনাই ১০ হাজাৰ পৰিয়ালৰ বাসগৃহত চলিছে বুলড’জাৰ। উচ্ছেদিত ভূমিত আদানী গ্রুপে নিৰ্মাণ কৰিব বৃহৎ তাপ বিদ্যুৎ প্রকল্প।

eviction 3আনহাতে বিলাসীপাৰাৰ উচ্ছেদস্থলীলৈ যাব বিচৰা বিধায়ক অখিল গগৈক চাপৰতে আটক কৰে । ইতিমধ্যে গগৈক চাপৰ থানালৈ লৈ যোৱা হয় ৷ তেওঁ সামাজিক মাধ্যমক নিজেই আটকৰ কথা সদৰি কৰে ৷ ইপিনে সাংবাদিকৰে হোৱা বাৰ্তালাপত শিৱসাগৰৰ বিধায়ক জনে উল্লেখ কৰে যে,এই উচ্ছেদ অবৈধ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যেই এবাৰ, দুবাৰ নহয় তিনিবাৰকৈ স্থগিতাদেশ জাৰি কৰিছিল ৷ তাৰ পিছতো বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ ওপৰত দাদাগিৰি দেখুৱাই আতংকিত কৰি উচ্ছেদ চলাইছে ৷

akhil gogoieviction 4উচ্ছেদিত অঞ্চলৰ কে’বাজনো লোকে তেওঁক গুৱাহাটীত লগ পাওতে কৈছিল যে তেওঁলোকক সংস্থাপনৰ বাবে সুকীয়া ভূমি আৱন্টন দিয়ক চৰকাৰে ৷ গগৈয়ে আৰু কয় যে,আজি পুৱা মুখ্যমন্ত্ৰীৰ স’তে আলোচনা কৰি উচ্ছেদিত লোকসকলক অন্তত সকলোৱে ডেৰকঠা মাটি লাভ কৰাকৈ ৫০০ বিঘা মাটি দিয়াৰ দাবী কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰৰ মুখ্যমন্ত্ৰীয়ে কয় এই সন্দৰ্ভত ধুবুৰীৰ আয়ুক্তক কোৱা হৈছে ৷ তেওঁৰ লগত আলোচনা কৰা ৷ আৰু আজি চাপৰলৈ অহাৰ পিছত ধুবুৰীৰ আয়ুক্তৰ স’তে ফোনযোগে মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি গগৈয়ে উল্লেখ কৰা বুলি কয় ৷

আনহাতে আয়ুক্ত গৰাকীয়ে লিখিতভাৱে এখন পত্ৰ দিয়াৰ কথা কয় বুলি উল্লেখ কৰি বিধায়ক গগৈয়ে কয়,চাপৰৰ উচ্ছেদৰ বুজ ল’বলৈ আহিছো ৷ কিন্ত উচ্ছেদৰ বিৰোধিতা কৰিবলৈ গৈ যাতে কোনেও আইন হাতত তুলি নলয় তাৰে বাবে বেদখলকাৰী সকললৈ আহ্বান জনায় |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Akhil Gogoi DetainedChapar PoliceMassive EvictionPublic Attack
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d