Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bulldozers Ruined paddy fields :চৰকাৰী বুলড’জাৰে মহটিয়ালে কঠীয়া

খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰৰ কাৰ্যকালত অন্যায় আৰু বিবেকহীন আচৰণ, ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া , বোকাত মিলি গ'ল জহা-আইজঙৰ কঠীয়া, হাহাকাৰ কৃষকৰ

publisher by publisher
July 4, 2025
in Assam, News
Reading Time: 2 mins read
0
Bulldozers Ruined paddy fields :চৰকাৰী বুলড’জাৰে মহটিয়ালে কঠীয়া
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Bulldozers Ruined paddy fields :

খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত খিলঞ্জীয়াৰ ধাননি পথাৰত বুলড’জাৰ লগাই কঠীয়াতলি তচনচ কৰা ঘটনাই ৰাজ্যজুৰি তীব্র ক্ষোভ-প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। লখিমপুৰত সংঘটিত হৈছে এই দুর্ভাগগজনক ঘটনা।

ADVERTISEMENT

লখিমপুৰ জিলাৰ ৰংচালি, খ্রীষ্টানবস্তি, এঙাৰখোৱা শেনচোৱা গাঁৱত গঞা ৰাইজৰ কৃষিকার্য আৰম্ভ কৰাৰ এই ভৰপক সময়ত দয়া-মমতা নোহোৱাকৈ উচ্ছেদ চলোৱা ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন মহলে গৰিহণা দিছে। সামাজিক মাধ্যমত গুণগুণ চেতিয়া নামৰ এগৰাকী ভুক্তভোগী যুৱতীয়ে প্ৰকাশ কৰা হৃদয়বিদাৰক ভিডিঅ’ত প্রকাশিত দৃশ্য প্রত্যক্ষ কৰি এনে কাৰ্যক বিবেকহীন আৰু অন্যায় বুলি আখ্যা দিছে ৰাজ্যবাসীয়ে।

এই কার্যক অমানবীয় আখ্যা দিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়ায়ো। গুণগুণ চেতিয়া নামৰ ভুক্তভোগী পৰিয়ালৰ যুৱতী গৰাকীয়ে এটা ভিডিঅ’ত কয় যে তেওঁলোকে কালিৰে পৰা যিমান পাৰি কঠীয়াখিনি বচাবলৈ চেষ্ট কৰিলে যদিও শেষৰক্ষা নহ’ল। বৃহস্পতিবাৰে এক্সকেভেটৰে এফালৰ পৰা ঢাহি-মুহি তচনচ কৰিলে কঠীয়াতলি। সেউজ ভূমি মুহূৰ্তৰ ভিতৰতে এক্সকেভেটৰৰ চেপাত হৈ পৰিল বোকাময়।

কালি এক ভিডিঅ’ত যুৱতী গৰাকীয়ে কয়, ‘এয়া ৰাইজ দেখিছেনে আজি কঠীয়া তুলিছো, মাও আহিছে। কাইলে পাঁচ বজাৰ অভিযান আৰম্ভ হ’ব। চৰকাৰে কি বা কৰে, আহিলেও জেওৰাবোৰ উঠাই থৈ যাব। যদি হাল বাই থৈ যায়, তেন্তে আমি কঠীয়াখিনি তুলিব নোৱাৰিম। যদি নাযায় তেন্তে আমি কঠীয়াখিনি তুলি কম। কাইলৈহে আমি গম পাম কি হ’ব। আজি যিমানখিনি পাৰো তুলি লওঁ, বহুখিনি কঠীয়া আছে, চাওক।

আজি তুলি শেষ কৰা সম্ভব নহয়। আমাৰ মাটি এতিয়াও কব পৰা হোৱা নাই। হাল বোৱা নাই আৰু পানীও নাই। চাও আজি যিমান পাৰো তুলিছো, যি হয় হ’ব আৰু।’ অৱশ্যে গুণগুণৰ আশা পূৰণ নহ’ল। বৃহস্পতিবাৰে পুৱাৰে পৰা কঠীয়াখিনিৰ ওপৰত এক্সকেভেটৰ চলোৱা হ’ল। গুণগুণে কালি আন এক ভিডিঅ’ত কয়, ‘কাইলৈ আপোনালোকে হয়তো এই কঠীয়াখিনি দেখা নাপাবও পাৰে, সেয়েহে আজি দেখুৱাই লৈছো। ইয়াৰ ওপৰত কাইলৈ এক্সকেভেটৰ চলাব চাগৈ।’ গুণগুণে জনোৱা মতে, তেওঁৰ মাক আৰু বায়েকে কালিৰে পৰা যিমান পাৰে কঠীয়া বচাবলৈ আপ্রাণ চেষ্টা কৰিলে।

এই কঠীয়াতলিত আছিল জহা, আইজং আৰু আন কে’বাবিধ ধানৰ কঠীয়া। যাক লৈ সপোন ৰচিছিল গুণগুণহঁতে। তেওঁ কয়, ‘এতিয়া উপায় নাই, যিহেতু চৰকাৰৰ নির্দেশ, আমি মানিবই লাগিব।’ কালি ওৰে নিশা তেওঁলোকে আৰু স্থানীয় প্রতিবেশীসকলে উচ্ছেদ হ’বলগীয়া কঠীয়াতলিৰ পৰা কঠীয়া বচাবলৈ বহু চেষ্ট কৰে। পুৰুষ-মহিলা নির্বিশেষে ওৰে নিশা কঠীয়া তোলাৰ দৃশ্য দেখুৱাই আন এগৰাকী যুৱতীয়ে কয়, ‘ৰাইজ চাওক গুণগুণ আৰু মাক-জীয়ককে ধৰি তিনিজনীয়ে এই মাজনিশা কঠীয়া তুলি আছে।’

তেওঁলোকে পুনৰ কয়, ‘আমাৰ এতিয়া এনে অৱস্থা হৈছে যে নিশাটোৰ ভিতৰতে লাচিতে গড় বন্ধাৰ দৰে আমি এটা নিশাৰ ভিতৰতে চৰকাৰী মাটি খালী কৰাত নামিছো।’ গুণগুণে কয়, ‘যিমানখিনি পাৰো, নিশাৰ ভিতৰতে খালী কৰি দিছো। বাকী কথা কাইলৈ গম পাবই। এতিয়া আমাৰ চৰকাৰী মাটি খালী কৰা অভিযান চলিছে।’ তেওঁ কয়, ‘আমাৰ কি অৱস্থা হৈছে চাওক। ইয়াৰ পাছত আজি কঠীয়াতলিৰ ওপৰত এক্সকেভেটৰ চলোৱা হ’ল। এই দৃশ্যও যুৱতী গৰাকীয়ে ভিডিঅ’যোগে সামাজিক মাধ্যমত প্রকাশ কৰি কয়, ‘ৰাইজ এতিয়া অৱস্থা চাওক আমাৰ যোৱা নিশা আমি কিদৰে কঠীয়া তুলিছিলো আপোনালোকে গম পাইছে। এতিয়া চাওক, কঠীয়াখিনি আমি এদিনৰ বাবে ৰাখিব কৈছিলো। এদিনৰ বাবেও নৰ’লে। আজি এইদৰে কঠীয়াৰ ওপৰত এক্সকেভেটৰ চলালে।

মই কালিয়ে আপোনালোকক ভিডিঅ’যোগে কেছিলো আৰু দেখুৱাইছিলো। তাৰ পাছত চাওক, আমি ইমান অনুৰোধ কৰিলো যে আজিৰ কাৰণে ৰৈ দিয়ক। এদিন ৰখি দিয়ক কঠীয়াখিনিৰ বাবে। কিন্তু এদিনো নৰখিলে। কৈছিলো যে আজি পাছবেলা কঠীয়া লগাম।’ তেওঁৰ লগতে এই ঘটনাত অতি আৱেগিক হৈ পৰা ৰাইজেও কয় যে বহু অনুৰোধ কৰাৰ পাছতো কঠীয়াতলিৰ ওপৰত চৰকাৰী অভিযান চলিল। গুণগুণ আৰু অন্যান্যসকলে ক্রন্দনমুখৰ হৈ কয়, ‘গোটেই কঠীয়া শেষ কৰিলে। মাত্র এদিন সময় বিচাৰিছিলো আমি।

আমি বহু অনুৰোধ কৰিলো, আমাৰ কোনো অনুৰোধ নুশুনিলে। কঠীয়া মহটিয়াই লৈ গ’ল।’ তেওঁলোকে অভিযোগ কৰে যে কঠীয়াখিনি তুলি থ’বলৈ কৈছিল প্ৰশাসনৰ লোকে, কিন্তু তাৰ পাছত আকৌ আজি আহি বুলড’জাৰ চলালে। তেওঁলোকে কয় যে যোৱা নিশা এক বজালৈ কঠীয়া বচাবলৈ চেষ্টা কৰিছো। ইয়াৰ ক্ষতিপূৰণ কোনে দিব বুলিও তেওঁলোকে প্রশ্ন কৰে। চাৰি-পাঁচদিনৰ ভিতৰত কঠীয়া উঠাই নিয়া বস্তু নেকি বুলি তেওঁলোকে প্রশ্ন কৰে।

আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, ‘ফেচবুকত এটা অমানৱীয় দৃশ্য দেখি অতি দুখ পাইছো। মুখ্যমন্ত্রী মহোদয় ক’ত গ’ল, বিধানসভাত আপুনি কোৱা মই প্রথমে অসমীয়া বুলি কোৱা কথাষাৰ। আজি আপুনি নিজেই অসমীয়া মানুহৰ খেতি উচ্ছেদ কৰি কৃষকক জীৱিকা হেৰুৱাবলৈ বাধ্য কৰিছে। অতি দুখ আৰু ক্ষোভৰ স’তে জনাবলৈ বাধ্য হৈছো যে অসমৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বৰ্তমান কঠীয়া সিঁচাৰ অতি গুৰুত্বপূৰ্ণ সময়ত কৃষকৰ খেতি উচ্ছেদ কৰি নষ্ট কৰি পেলাইছে।’

সামাজিক মাধ্যমৰ এটা প’ষ্টত বিৰোধী দলপতিয়ে কয় যে এই সময়খিনি হৈছে সকলো কৃষকৰ বাবে কঠিন পৰিশ্ৰমৰ ফল সংগ্ৰহ কৰাৰ সময়। তেওঁ কয়, ‘এই সময়ত কঠীয়া সিঁচা ভূমি উচ্ছেদ কৰা মানে হৈছে কৃষকৰ পৰিশ্ৰম, ধন আৰু জীৱনৰ আশা ধ্বংস কৰা। এই ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে, এটা পৰিয়ালৰ বছৰজোৰা পৰিশ্ৰম মাটিত মিহলাই দিয়া হৈছে। তেওঁলোকৰ মুখৰ পৰা ভাত এমুঠিৰ আশা কাঢ়ি নিয়া হৈছে।’ তেওঁ কয়, ‘আপুনি কৈছিল মই অসমীয়া, তাৰ পাছত অসমৰ মুখ্যমন্ত্রী।

তেন্তে কোন অসমীয়াৰ আপুনি মুখ্যমন্ত্রী। আজি আপোনাৰ চৰকাৰে অসমীয়াৰ খেতি উচ্ছেদ কৰি এটা পৰিয়ালক অন্নহীন কৰি পেলালে, তাৰ উত্তৰ ৰাজনীতিৰে নহয়, মানৱতাৰ আধাৰত দিয়ক।’ অতি সোনকালে অমানৱীয় খেতি উচ্ছেদ বন্ধ, কৃষকক উপযুক্ত ক্ষতিপূৰণ, অসমীয়াৰ সন্মান আৰু বাচি থকাৰ সুযোগ কাঢ়ি নিয়াৰ চেষ্টা বন্ধ কৰিবলৈ শইকীয়াই দাবী জনায়। তেওঁ কয়, ‘এনে অমানবীয় ব্যৱস্থা চলাই অসমৰ কৃষক সমাজৰ মূৰত আঘাত কৰা কাৰ্য ক্ষমাযোগ্য নহয়। কৃষকক মৰম কৰক, কৃষি বচাওক, কৃষক বাচিলে অসম বাচিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bulldozers RuinedLAKHIMPURmla Debabrata Saikia Reactionpaddy fieldsPublic Reaction
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d