Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ওড়িশাৰ বন বিভাগৰ ফ্লেটত টকাৰ পাহাৰ আৰু সোনৰ বিস্কুট! 

publisher by publisher
July 25, 2025
in India, News
Reading Time: 1 min read
0
ওড়িশাৰ বন বিভাগৰ ফ্লেটত টকাৰ পাহাৰ আৰু সোনৰ বিস্কুট! 
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

চিকিৎসালয়ৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড!

Raid:✒️ওড়িশা বন বিভাগৰ আন এজন বিষয়াৰ ঘৰকে ধৰি কেবাটাও স্থানত আজি চলোৱা হয় অনুসন্ধান অভিযান।এই পৰ্যন্ত উদ্ধাৰ হৈছে কমেও ১কোটি ৪৪ লাখ টকা । ধন গণনাৰ বাবে অনা হৈছে মেচিন।

ADVERTISEMENT

উদ্ধাৰ হোৱা ধনৰ পৰিমাণ আৰু বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে।

নোটৰ লগতে ওড়িশাৰ ডেপুটি ৰেঞ্জাৰ চন্দ্ৰ নেপকৰ ঘৰৰ পৰা চাৰিটা সোণৰ বিস্কুট আৰু ১৬টা সোণৰ মুদ্ৰাও উদ্ধাৰ কৰা হয়। প্ৰতিটো মুদ্ৰাৰ ওজন প্ৰায় ১০ গ্ৰাম।

আজি ওড়িশা ভিজিলেন্স বিভাগে এই অনুসন্ধান অভিযান চলাইছিল।শেহতীয়া তথ্য অনুসৰি ওড়িশাৰ নেপকৰ স’তে জড়িত ছটা স্থানত এতিয়াও অনুসন্ধান চলি আছে।

ওড়িশা প্ৰশাসনৰ সূত্ৰ অনুসৰি নেপক জয়পুৰ বনাঞ্চলত ডেপুটি ৰেঞ্জাৰ হিচাপে নিযুক্তি দিয়া হৈছে। শুকুৰবাৰে তেওঁৰ জয়পুৰ ফ্লেটৰ পৰা উদ্ধাৰ হয় বিপুল পৰিমাণৰ নগদ ধন।

নগদ ধন গণনা কৰিবলৈ তাতো মেচিন অনা হৈছে। সেই আৱাসত নেপকৰ আন এটা ফ্লেটও আছে। সেই স্থানটো অনুসন্ধান চলোৱা হৈছে।

শুকুৰবাৰে জয়পুৰত থকা নেপকৰ পৈতৃক ঘৰ আৰু শহুৰেকৰ ঘৰতো তালাচী চলাইছে। ভিজিলেন্স বিভাগৰ বিষয়াই তেওঁৰ কাৰ্যালয়ত তালাচী চলাইছে।।

উল্লেখ্য যে,যোৱা সপ্তাহত ওড়িশাৰ কেওনঝাৰত এজন সংমণ্ডল বন বিষয়াৰ ঘৰকে ধৰি সাতটা স্থানত তালাচী চলোৱা হৈছিল। তালাচীৰ সময়ত বিষয়াসকলে নিত্যানন্দ নায়ক নামৰ বিষয়াজনৰ ওড়িশাত ১১৫টা মাটি পোৱা গৈছে।

লগতে ভিজিলেন্সৰ বিষয়াসকলে তেওঁৰ ঘৰৰ পৰা ২০০ গ্ৰাম সোণ, নগদ এক লাখ ৫৫ হেজাৰ টকা, মূল্যৱান সামগ্ৰী, আৰু এটা ৰাইফল জব্দ কৰে। ওড়িশাৰ আংগুলত তেওঁৰ চাৰি মহলীয়া ঘৰ আছে।

ইয়াৰোপৰি নিত্যানন্দৰ চাৰিখন গাড়ী, চাৰিখন বাইক, মূল্যবান চেগুন কাঠো জব্দ কৰা হৈছে। অভিযানকাৰী বিষয়াসকলৰ এক সূত্ৰই জনোৱা মতে, নিত্যানন্দৰ দৰে ইমান মূল্যবান সামগ্ৰী ওড়িশাৰ কোনো চৰকাৰী বিষয়াৰ হাতত নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: forest officerOdisharaid
publisher

publisher

Related Posts

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d