Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

যান্ত্ৰিক ত্ৰুটিৰ বাবে উৰণৰ কিছু সময়ৰ পাছতেই বিমানবন্দৰলৈ উভতি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান

publisher by publisher
July 25, 2025
in India, News
Reading Time: 1 min read
0
যান্ত্ৰিক ত্ৰুটিৰ বাবে উৰণৰ কিছু সময়ৰ পাছতেই বিমানবন্দৰলৈ উভতি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

এয়াৰ ইণ্ডিয়াৰ সহকাৰী পাইলটৰ বেগত উদ্ধাৰ গাঞ্জা!

ইৰাণ-ইজৰাইল সংঘাতৰ প্ৰভাৱ: মে’ ৩১লৈকে ইজৰাইললৈ উৰণ স্থগিত এয়াৰ ইণ্ডিয়াৰ 

Air india: পুনৰ বিমান বিপত্তি! জয়পুৰৰ পৰা মুম্বাইলৈ গৈ থকা এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰণৰ মাত্ৰ ১৮ মিনিটৰ পাছতে কাৰিকৰী বিসংগতিৰ খবৰ পোৱাৰ পাছত বিমানবন্দৰলৈ উভতি আহে।

ADVERTISEMENT

প্ৰাপ্ত তথ্য অনুসৰি এআই-৬১২ বিমানখন জয়পুৰ বিমানবন্দৰৰ পৰা দুপৰীয়া ১.৩৫ বজাত উৰা মাৰিছিল যদিও ১.৫৮ বজাত পুনৰ বিমানবন্দৰলৈ উভতি আহে।

বিগত কেইমাহমানৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানসমূহে কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে। চলিত মাহতে এয়াৰ ইণ্ডিয়াৰ কেবাখনো বিমানত দেখিবলৈ পোৱা গৈছে ত্ৰুটি।

২০২৫ চনৰ ২১ জুলাইলৈকে বিমান সংস্থাসমূহে ১৮৩টা কাৰিকৰী দোষ ধৰা পেলাইছে: চৰকাৰ

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি চলিত বৰ্ষৰ ২১ জুলাই পৰ্যন্ত পাঁচটা ভাৰতীয় বিমান সংস্থাই নিজৰ বিমানত ১৮৩টা কাৰিকৰী ত্ৰুটি ধৰা পেলাইছে।

লোকসভাত লিখিত উত্তৰত চৰকাৰে কয় যে এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ একেলগে ৮৫টা কাৰিকৰী বিসংগতি ধৰা পৰিছে। ইণ্ডিগ’ আৰু আকাছা এয়াৰে ক্ৰমে ৬২ আৰু ২৮টা যান্ত্ৰিক ত্ৰুটিৰ কথা জনাইছে। ইফালে স্পাইচজেটে এনে আঠটা ত্ৰুটিৰ কথা প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহলে কয় যে বিমান সংস্থাটোৱে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডিজিচিএ)ক জনোৱা সকলো দোষৰ বাবে উপযুক্ত শুধৰণিৰ ব্যৱস্থা গ্ৰহণৰ বাবে তদন্ত কৰিব লাগিব।

উল্লেখ্য যে,২০২৪ চনত বিমান সংস্থাসমূহে ৪২১টা কাৰিকৰী সমস্যাৰ কথা প্ৰকাশ কৰিছিল । ২০২৩ চনত এই সংখ্যা আছিল ৪৪৮ আৰু ২০২২ চনত ৫২৮।২০২১ চনত এই সংখ্যা আছিল ৫১৪।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Air IndiaFlight
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d