Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উচ্ছেদ অভিযানৰ তৃতীয় দিনা ৰেংমাৰ পাঁচ স্থানত চলিল বুলড’জাৰ

publisher by publisher
August 1, 2025
in Assam, News
Reading Time: 1 min read
0
উচ্ছেদ অভিযানৰ তৃতীয় দিনা ৰেংমাৰ পাঁচ স্থানত চলিল বুলড’জাৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

কে’বাশ বাসগৃহ-প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগান চুৰমাৰ কৰি লুটুমাৰীত উচ্ছেদৰ সামৰণি

Rengma:✒️ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ পাঁচ বছৰীয়া কার্যকাল অন্ত পৰিবলৈ এবছৰতকৈ কম দিন বাকী থকা অৱস্থাত অসম-নগালেণ্ড সীমান্তবর্তী ৰেংমা সংৰক্ষিত বনাঞ্চলত যোৱা ২৯ জুলাইত আৰম্ভ হোৱা বেদখল উচ্ছেদ অভিযানে বৃহস্পতিবাৰে তৃতীয় দিনত ভৰি দিয়ে।

ADVERTISEMENT

এই অভিযানৰ তৃতীয় দিনা বনাঞ্চলখনৰ পাঁচটা স্থানত বন বিভাগে বেদখল উচ্ছেদ কৰে। এই স্থানসমূহ হ’ল দুই নম্বৰ দয়ালপুৰ, তিনি নম্বৰ দয়ালপুৰ, তিনি নম্বৰ দলনী পথাৰ, আনন্দপুৰ আৰু খেৰবাৰী। বন বিভাগে বুলড’জাৰৰে বেদখলকাৰীসকলৰ পকীঘৰো ভাঙি পেলায়।

শান্তিপূর্ণভাৱে চলা এই উচ্ছেদ অভিযানৰ সময়ত আজি চোৰাং চিকাৰৰ গোচৰত অভিযুক্ত খেৰবাৰীৰ নিবাসী হবিবুৰ ৰহমান (৩৯), ছৰিফত আলী (৫২) আৰু নেৱাজ আলী (৩৯)ৰ গৃহসহ সাত শতাধিক বাসগৃহ উচ্ছেদ কৰা হয়। সূত্রই প্রকাশ কৰা অনুসৰি, এই তিনিজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ-জন্তুৰ চিকাৰ, গঁড়ৰ খৰ্গ আৰু অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ গোচৰতো অভিযুক্ত হৈ আছে।

অভিযোগ অনুসৰি, এই তিনি অভিযুক্তই উৰিয়ামঘাটৰ বেদখলীকৃত ভূমিৰ পৰাই বৃহৎ চোৰাং বেপাৰ চলাই আছিল। কালি তিনিওকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পাছত আদালতে তিনিওকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ৰেংমা বনাঞ্চলত আৰম্ভ হোৱা এই উচ্ছেদ অভিযানৰ প্ৰথম দুটা দিনত বনাঞ্চলখনৰ কমেও ২৫০ হেক্টৰ ভূমি পুনৰুদ্ধাৰ কৰা হয়।

আনহাতে, প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত বন বিভাগ চলোৱা এই অভিযান অহা তিনি আগষ্টলৈ অব্যাহত থাকিব বুলি সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে উচ্ছেদিতসকলে স্থানীয় বিভিন্ন গাঁৱত আশ্রয় লোৱা বুলি একাংশ লোকে সন্দেহ প্রকাশ কৰিছে। ইপিনে, উচ্ছেদিতসকল থকাৰ বাবে বৰপথাৰৰ ছেৱাগুৰিত অস্থায়ী শিবিৰ নিৰ্মাণ কৰি থকা হৈছে।

উল্লেখ্য যে এই উচ্ছেদ অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ১১ হেজাৰ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰৰ লক্ষ্য লৈছে। বনাঞ্চলখনত অব্যাহত থকা এই উচ্ছেদ অভিযানে হৈছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান।

উচ্ছেদ চলোৱাৰ পূৰ্বে কর্তৃপক্ষই সকলো বসতিস্থল সম্পূৰ্ণৰূপে খালী থকাটো নিশ্চিত কৰে। উচ্ছেদথলীত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিং, গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত থাকি অভিযান তদাৰক কৰে।

অভিযান সঠিক সময়ত আৰু সুচাৰুৰূপে সম্পন্ন কৰিবলৈ বন বিভাগে বৃহৎ সংখ্যক যন্ত্রপাতি ব্যৱহাৰ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Evictionrengma reserve forest
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d