Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Deradoon Cloudburst:ধাৰলিত ৩৬ কোটি ঘনমিটাৰ উচ্চতাৰ পাথৰ-বোকা মাটি পৰিল,ডেৰ লক্ষ ছুইমিং পুলৰ সম আয়তনৰ ধ্বংসস্তূপ, পুত্ৰক বিচাৰি হাহাকাৰ নেপালী শ্রমিক দম্পতীৰ

publisher by publisher
August 8, 2025
in India, News
Reading Time: 1 min read
0
Deradoon Cloudburst:ধাৰলিত ৩৬ কোটি ঘনমিটাৰ উচ্চতাৰ পাথৰ-বোকা মাটি পৰিল,ডেৰ লক্ষ ছুইমিং পুলৰ সম আয়তনৰ ধ্বংসস্তূপ, পুত্ৰক বিচাৰি হাহাকাৰ নেপালী শ্রমিক দম্পতীৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

পুনৰ উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ! সন্ধনহীন কমেও ১০জন

বিদায়ৰ আগতে আৰু বিধ্বংসী বাৰিষাৰ বৰষুণ!

মাণ্ডীত ভয়ংকৰ ভূমিস্খলনত তিনি জন নিহত, পানীয়ে উটুৱাই নিলে কেবাখনো বাছ

Deradoon Cloudburst:

উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ ভয়াৱহ প্রাকৃতিক দুর্যোগত সন্ধানহীনসকলৰ অর্ধ শতাধিকৰ আজিও সন্ধান নোলাল। এই অর্ধ শতাধিক সন্ধানহীনৰ মাজত ১১ জন সেনা জোৱানো আছে। যোৱা মঙলবাৰে দুপৰীয়া ১-৪৫ বজাত আকস্মিকভাবে উদ্ভৱ হোৱা ভয়াৱহ বানে উত্তৰ কাশীৰ ধাৰলি গাঁও আৰু ইয়াৰ ওচৰ-পাঁজৰৰ অঞ্চলত সংহাৰৰ সৃষ্টি কৰে প্ৰথম অৱস্থাত ঘটনাৰ কাৰণ এক ডাৱৰ বিস্ফোৰণ বুলি চিহ্নিত হ’লেও পৰৱৰ্তী সময়ত বিশেষজ্ঞসকলে দুৰ্যোগটোৰ আঁৰৰ কাৰণ ডাৱৰ বিস্ফোৰণ বুলি মানি ল’বলৈ অস্বীকাৰ কৰে।

ADVERTISEMENT

আনকি একাংশ বিশেষজ্ঞৰ মতে হিমবাহ ফাটিহে বিস্তৰ জন-ধনৰ ক্ষতিসাধন কৰা এই দুৰ্যোগৰ সৃষ্টি হয়। এই বিশেষজ্ঞসকলৰ মতে প্রাকৃতিক দুর্যোগটোৰ কিছুদিন আগৰ পৰা হিমবাহৰ গলন বৃদ্ধি পায়। গতিকে হিমবাহ ফাটি এই দুর্যোগ সৃষ্টি হয় বুলি একাংশ বিশেষজ্ঞই ক’ব বিচাৰে। আকস্মিকভাৱে বৃদ্ধি পোৱা পাহাৰীয়া ক্ষীৰ গংগা নৈৰ বাঢ়নী পানীয়ে খহাই অনা পাহাৰৰ প্ৰকাণ্ড প্রকাণ্ড শিল আৰু ধ্বংসাবশেষে নামনিৰ ধাৰলিগাঁও আৰু ওচৰ-পাঁজৰৰ অঞ্চলৰ ঘৰ-দুৱাৰ আদি ধ্বংস কৰে। সন্ধানহীন হয় তিনি শতাধিক লোক। ইয়াৰে কমেও পাঁচজনৰ মৃত্যু নিশ্চিত কৰা হৈছে। চৰকাৰী সূত্ৰৰ মতে বিগত ৪৮ ঘণ্টাত ২৭০ জন সন্ধানহীন লোকক উদ্ধাৰ কৰা হয়। তৎসত্ত্বেও অর্ধ শতাধিক লোক সন্ধানহীন হৈ আছে।

ইয়াৰে ১১ জন ধাৰলিৰ নিকটৱৰ্তী হর্ষিলত অৱস্থিত সেনা শিবিৰৰ জোৱান। দুৰ্গতৰ উদ্ধাৰ অভিযানত সেনা, এনডিআৰএফ, ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষী আৰু ৰাজ্যিক দুর্যোগ উপশম বাহিনী নিয়োজিত হৈ আছে। সূত্রই জনোৱা মতে, উত্তৰাখণ্ডৰ আধ্যাত্মিক স্থল দৰ্শনৰ উদ্দেশ্যে যোৱা ৩০৭ জন পূণ্যার্থীক গংগোত্ৰীৰ মুখৰ পৰা উদ্ধাৰ কৰা হৈছে। আজি পুৱা তেওঁলোকক হর্ষিলৰ হেলীপেডলৈ প্ৰেৰণ কৰা হয়। তদুপৰি আজি পুৱা এনডিআৰএফৰ ৬৯ জন জোৱানো ধাৰলিলৈ প্ৰেৰণ কৰা হয়। এই এনডিআৰএফৰ জোৱানসকলে লগত প্রশিক্ষিত কুকুৰো লৈ গৈছে।

দুৰ্গতসকলৰ উদ্ধাৰ অভিযানত ড্র’ন, ছেটেলাইট ফোনসহ নানা অত্যাধুনিক সা-সৰঞ্জাম ব্যৱস্থা কৰা হৈছে। ইপিনে, কৃত্রিম উপগ্রহই প্ৰেৰণ কৰা ফটো বিশ্লেষণ কৰি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে যে যোৱা মঙলবাৰে দুপৰীয়া ক্ষীৰ গংগা নৈত আকস্মিকভাৱে সৃষ্ট প্রবল বানে ৩৬ কোটি ঘনমিটাৰ আয়তনৰ বোকা-মাটি আৰু পাখৰ পেলায় ধাৰলিগাঁৱৰ ওপৰত।

ফলত গাঁওখনৰ নিৱাসীসকলৰ ঘৰ-দুৱাৰ ভাঙি চুৰমাৰ হয়। এই প্রাকৃতিক দুর্যোগত গাঁওখন সম্পূর্ণরূপে ধ্বংস হয়। তদুপৰি এই প্ৰাকৃতিক দুর্যোগত কমেও ২৫ খন হোটেল, ৰেস্তোৰাঁ তথা হোম ষ্টেও ধ্বংস হয়। বিশেষজ্ঞসকলৰ মতে এই প্রাকৃতিক দুর্যোগে সৃষ্টি কৰা ধ্বংসাৱশেষৰ সম্মিলিত আয়তন এক লাখ ৪০ হেজাৰটা ছুইমিং পুলৰ সমান হয়।

মঙলবাৰে দুপৰীয়া এই বিপুল পৰিমাণৰ ধ্বংসাৱশেষ প্ৰৱল বেগেৰে পাহাৰৰ পৰা নামি আহে। ফলত মুহূৰ্তৰ ভিতৰতে ধাৰলিগাঁও ধ্বংসস্তূপত পৰিণত হয়। এই সম্পর্কত ডুন বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিক ৰাজীৱ শৰণ আহলুৱালিয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘ছেকেণ্ডত ছয়-সাত মিটাৰ বেগেৰে ধ্বংসাবশেষ নামি আহিলে I

উত্তৰ কাশীৰ যোৱা মঙলবাৰৰ ভয়াৱহ প্রাকৃতিক দুর্যোগত সন্ধানহীন হয় নেপালৰ এক শ্রমিক দম্পতীৰ একমাত্র সন্তানো। ধাৰলিগাঁৱত চলি থকা এক নির্মাণ কাৰ্যস্থলীলৈ নেপালৰ পৰা ২৬ জনীয়া এটা শ্ৰমিকৰ দল অলপতে আহে। এই শ্রমিক দলৰ অন্যতম হৈছে বিজয় সিং আৰু তেওঁৰ পত্নী কালী দেবী। যোৱা মঙলবাৰৰ দুৰ্যোগৰ প্ৰাকৃক্ষণত বিজয় আৰু তেওঁৰ পত্নীয়ে ধাৰলিগাঁৱৰ পৰা ৪৭ কিলোমিটাৰ নিলগৰ ভটুৱাৰীলৈ ফুৰিবলৈ যায়। ভটুৱাৰীত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছত বিজয়ে একমাত্ৰ সন্তানৰ পৰা ফোনকল পায়।

তেওঁলোকৰ সন্তানো আন একাংশ শ্রমিকৰ স’তে তেতিয়া ধাৰলিত আছিল। এই কথা সদৰী কৰি শ্ৰমিকজনে সংবাদ মাধ্যমক কয়, ‘পুত্রই মোক ক’লে যে বাবা মোৰ মনে কৈছে আমি নাবাচো। পানীয়ে ঘেৰি ধৰিছে।’ এয়াই পুত্ৰৰ স’তে তেওঁলোকৰ শেষ কথা আছিল বুলি শোকত ভাগি পৰা শ্রমিক দম্পতীয়ে জনায়। দুৰ্যোগৰ খবৰ পোৱাৰ পাছত তেওঁলোক ঘটনাস্থলীলৈ ৰাওনা হয়। তাৰ পাছৰে পৰা পুত্ৰক বিচাৰি শ্রমিক দম্পতীয়ে হাহাকাৰ কৰি আছে।

এই প্রাকৃতিক দুর্যোগত মহাৰাষ্ট্ৰৰ জলগাঁৱৰ এটা ১৯ জনীয়া পৰ্যটক দলৰ ১৬ জন লোকো সন্ধানহীন হয়। এই ১৬ সন্ধানহীনৰ বাতৰি লিখা পৰলৈ শুংসূত্ৰ উদ্ধাৰ হোৱা নাই। ১৯ জনীয়া পর্যটক দলটোৰ মাথোঁ তিনিজনৰ স’তেহে যোগাযোগ কৰিব পৰা হৈছে বুলি সূত্রই জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CloudburstDeradoon
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d