Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

KMSS :১৯৭১ৰ ২৫ মাৰ্চৰ পাছৰ অমুছলমানক নাগৰিকত্ব দিয়াৰ বিৰোধ কৃষক মুক্তিৰ 

publisher by publisher
August 9, 2025
in Assam, News
Reading Time: 1 min read
0
KMSS :১৯৭১ৰ ২৫ মাৰ্চৰ পাছৰ অমুছলমানক নাগৰিকত্ব দিয়াৰ বিৰোধ কৃষক মুক্তিৰ 
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:গুৱাহাটী মহানগৰৰ নতুন চছলত বহাগী উৎসৱৰ সফল সামৰণি

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

KMSS :১৯৭১ৰ ২৫ মাৰ্চৰ পাছৰ অমুছলমানক নাগৰিকত্ব দিয়াৰ বিৰোধ কৃষক মুক্তিৰ

ADVERTISEMENT

সংশোধিত নাগৰিকত্ব আইন (কা)ৰ অধীনত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ পথ প্রশস্তক লৈ সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্রাম সমিতি। ইতিমধ্যে ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধিকৰণত থকা অমুছলমান লোকৰ গোচৰ প্রত্যাহাৰ কৰিবলৈ অতিৰিক্ত মুখ্য সচিবৰ জৰিয়তে ৰাজ্যৰ সকলো জিলা আযুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ দিয়া নির্দেশনাৰ প্ৰতিলিপি দাহেৰে ৰাজ্যজুৰি কৃষক মুক্তিয়ে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰীৰ চচলত কৃষক মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত প্রতিলিপি দাহেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে।

কাৰ্যসূচীত কৃষক মুক্তিৰ সদস্যসকলে বিভিন্ন চৰকাৰ বিৰোধী ‘বিজেপি চৰকাৰ হুঁচিয়াৰ, বিদেশীক নাগৰিকত্ব দিবলৈ দিয়া নহ’ব, হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া নচলিব, অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহ’ব, বিজেপি চৰকাৰ মুৰ্দাবাদ, ১৯৭১ৰ ২৫ মাৰ্চৰ পাছত অহা বিদেশী গ্রহণ কৰা নহ’ব’ আদি শ্ল’গানৰে পৰিৱেশ মুখৰিত কৰি তোলে এই প্ৰতিবাদী কার্যসূচীত নেতৃত্ব প্রদান কৰি কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কয় যে বিদেশীৰ বিৰুদ্ধে ভুৱা যুদ্ধ ঘোষণা কৰি ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অমুছলমান বিদেশীক নাগৰিকত্ব দিয়াৰ যি সিদ্ধান্ত গ্রহণ কৰিছে, সেই সিদ্ধান্ত অসমীয়া জাতি বিৰোধী সিদ্ধান্ত।

যোৱা ১৭ জুলাইত দিছপুৰত অনুষ্ঠিত এখন বৈঠকত ছটা ধর্মাবলম্বী ক্রমে হিন্দু, খ্রীষ্মন, বৌদ্ধ, শিখ, জৈন আৰু পার্চি ধৰ্মৰ লোকো ২০১৪ৰ ৩১ ডিচেম্বৰক ভিত্তি বর্ষৰূপে লৈ নাগৰিকত্ব প্রদানৰ অৰ্থে এই লোকসকলৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ নির্দেশনা প্রদান কৰি বিজেপি চৰকাৰখনে অসমক নাগৰিকত্ব ভিত্তি বর্ষ ১৯৭১ৰ ২৫ মাৰ্চত নস্যাৎ কৰিছে। বিজেপি চৰকাৰখনে এই সিদ্ধান্তই এনআৰচিৰ পৰা বাদ পৰা লাখ লাখ বিদেশীক স্বদেশী কৰাৰ পথ প্রশস্ত কৰিব। কোনো কাৰণতে অসমে ১৯৭১ৰ ২৫ মাৰ্চৰ পাছত অহা বিদেশীৰ বোজা ল’ব নোৱাৰে বুলি উল্লেখ কৰি কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদকজনে বিজেপি চৰকাৰে গ্ৰহণ কৰা এনে জাতি ধ্বংসী সিদ্ধান্তৰ বাবে অসমৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক, অর্থনৈতিক, ভাষিক, সাংস্কৃতিক আৰু সামাজিক অধিকাৰ ক্ৰমান্বয়ে নাইকিয়া হ’ব। অসম দ্বিতীয় ত্ৰিপুৰা হ’বলৈ বেছিপৰ নালাগিব।

অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষা আৰু সংস্থাপন দিব নোৱৰা চৰকাৰে বিদেশীক সংস্থাপন কৰিব বিচৰা এই চৰকাৰী সিদ্ধান্তক তীব্র সমালোচনা কৰি শীঘ্ৰে বিদেশীক স্বদেশী কৰিবলৈ বিচৰা চৰকাৰী নির্দেশনা বাতিল কৰিবলৈ দাবী জনায় কৃষক মুক্তিৰ নেতাজনে। প্রতিবাদী কার্যসূচীত কৃষক মুক্তিৰ লগতে শিলসাঁকোৰ খিলঞ্জীয়া উচ্ছেদিত লোকসকল উপস্থিত থাকে।

আনহাতে, কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ যোৰহাট জিলা সমিতিয়ে জিলা আযুক্তৰ কাৰ্যালয়ৰ সম্মুখত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। ধৰ্মৰ নামত কোনো বিদেশী নাগৰিকত্ব প্রদানৰ যোগেদি অসমত সংস্থাপন কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি সংগঠন দুটাই কয় যে ঐতিহাসিক অসম আন্দোলনৰ যোগেদি স্বাক্ষৰিত হোৱা অসম চুক্তিক সম্পূর্ণ নস্যাৎ কৰি বৰ্তমানৰ বিদেশী চৰকাৰখনে কা আইনৰ যোগেদি প্রায় ৭০ হেজাৰ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ভয়ংকৰ যড়যন্ত্ৰ আৰম্ভ কৰিছে। দুয়োটা সংগঠনে কয় যে এফালেদি বিদেশী ন্যায়াধিকৰণত বিদেশীৰ নাগৰিকত্বৰ গোচৰ প্ৰত্যাহাৰৰ যোগেদি অবৈধ হিন্দু নাগৰিকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থাৰ লগতে মুখ্যমন্ত্রী ড° শৰ্মাৰ প্রত্যেক্ষ পৃষ্ঠপোষকতাত কিছুমান তথাকথিত জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাক মিঞা খেদাৰ নামত আইন হাতত তুলি দি সাম্প্রদায়িক সংঘর্ষ লগোৱাৰ কুটিল ৰাজনীতি আৰম্ভ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে।

হিন্দু-মুছলমান কোনো বিদেশীক অসমত সংস্থাপন কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে, সংগঠন দুটাৰ নেতৃত্বত  ধেমাজি, যোৰহাট, গোলাঘাট, বৰপেটা, ধুবুৰী, গোৱালপাৰাকে ধৰি বিভিন্ন জিলাত চৰকাৰী নির্দেশনাৰ প্ৰতিলিপি দাহ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CAAkmss ProtestSasal
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d