Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Golokganj Incident:গোলকগঞ্জত ভূমি দখলত নামিল সংগঠনৰ নেতা, খিলঞ্জীয়া মুছলমানক সন্দেহজনক সজোৱাৰ প্ৰতিবাদ নেতাৰ বিৰুদ্ধে ,থানাত এজাহাৰ দাখিল

publisher by publisher
August 18, 2025
in News, Assam
Reading Time: 1 min read
0
Golokganj Incident:গোলকগঞ্জত ভূমি দখলত নামিল সংগঠনৰ নেতা, খিলঞ্জীয়া মুছলমানক সন্দেহজনক সজোৱাৰ প্ৰতিবাদ নেতাৰ বিৰুদ্ধে ,থানাত এজাহাৰ দাখিল
1
SHARES
9
VIEWS
ShareShareShareShare

Golokganj Incident:

ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত বিচনদৈ প্ৰথম খণ্ড গাঁৱত যোৱা শনিবাৰ আদালতত বিচাৰাধীন ভূমি তিনি সংগঠনৰ নেতাই দখল কৰিবলৈ গৈ খিলঞ্জীয়া লোকক সন্দেহজনক বাংলাদেশী সজোৱাৰ প্ৰতিবাদত আজি দুটা মুছলমান সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাই তাৎপৰ্য্য বহন কৰিছে।

ADVERTISEMENT

জানিব পৰা মতে, গাঁও খনৰ পুৰণি ৮৯৫ আৰু নতুন ১৩২৫ নম্বৰ দাগৰ তিনি বিঘা ষোল্ল লেচা বিতৰ্কিত মাটি ডোখৰ ২০১৮ চনৰ পৰা আদালতত বিচাৰাধীন হৈ আছে। আব্দুল জব্বাৰ আলী আৰু হায়দৰ আলীৰ দখলত থকা মাটি ডোখৰ পট্টা সত্বত মফিজুদ্দিন সেখে নিজৰ দাবী কৰি গোচৰ তৰে। উক্ত মাটি ডোখৰৰ এটা অংশ মানিক দেৱনাথ নিজৰ বুলি দাবী কৰি ২০২৪ চনত গোলকগঞ্জ সম জিলা কাৰ্যালয়ত আবেদন জনায়।

RelatedPosts

Garia Maria Deshi Jatiya Parishad:নির্বাচনত বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ খিলঞ্জীয়া মুছলমান সংগঠনৰ

Golokganj:চুৰি কাৰ্যত লিপ্ত দুই পিতা- পুত্ৰ আৰক্ষীৰ জালত

Pistol Recover in Golakganj :গোলোকগঞ্জ আৰক্ষীৰ জালত পিষ্টল সহ ড্ৰাগছ সৰবৰাহকাৰী

আদালতত বিচাৰাধীন হৈ থকা মাটি ডোখৰ বেদখলৰ দায়িত্ব লয় সদৌ অসম গৰিয়া মৰিয়া আৰু দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সভাপতি আফজালুৰ ৰহমান, আক্ৰাছুৰ জিলা কাৰ্যকৰী সভাপতি চন্দন ৰায় আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ জিলা সভাপতি কৃষ্ণ ৰাঠোৰ। শনিবাৰে আফজালুৰ, চন্দন আৰু ৰাঠোৰ সাংগোপাংগো লৈ আদালতত বিচাৰাধীন ভূমি বেদখল কৰিবলৈ যায়।

বিপৰীত পক্ষই বাধা দিয়াত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। এই খবৰ লাভ কৰি গোলকগঞ্জ সম জিলা আৰক্ষী অধীক্ষক কৰবী বনিয়া আৰু গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতা সদল বলে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ৰাঠোৰ, চন্দনে আজিজুৰ হকক সন্দেহজনক বাংলাদেশী বুলি আখ্যা দিয়ে। একে কথাত সমৰ্থন আগবঢ়াই গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতা আফজালুৰে আজিজুৰক গ্ৰেপ্তাৰৰ দাবী জনায়।

বিশেষকৈ স্বগোষ্ঠীয় দেশী মুছলিম সংগঠনৰ নেতাই স্বগোষ্ঠীয় খিলঞ্জীয়া লোকক সন্দেহজনক বাংলাদেশী সজোৱাৰ চেষ্টা চলোৱা কাৰ্যত ক্ষুণ্ণ হৈ পৰে দেশী মুছলমানৰ আন দুটা সংগঠন ক্ৰমে সদৌ দেশী জাতীয় পৰিষদ আৰু দেশী জনগোষ্ঠীয় মঞ্চ। আজি সদৌ দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি ছাইফুল হক জিলা সভাপতি আশ্ৰাফুল আলম সম্পাদক ওমৰ ফাৰুক আৰু দেশী জনগোষ্ঠীয় মঞ্চৰ জিলা সম্পাদক আব্দুল্লাহ খন্দকাৰৰ নেতৃত্বত শতাধিক কৰ্মী সমৰ্থক গোলকগঞ্জ শ্মশানৰ সমীপত একত্ৰিত হৈ বিক্ষোভ প্রদর্শন কৰে।

আফজালুৰ ৰহমান মুৰ্দাবাদ, আফজালুৰ ৰহমানক বহিস্কাৰ কৰক আফজালুৰ ৰহমান গো বেক আদি ধ্বনি দি পৰিবেশ উত্তাল কৰে। ইয়াৰ পিছতে গোলকগঞ্জ থানা আৰু সম জিলা কাৰ্যালয়ত উপস্থিত হৈ ইয়াৰ লগত জড়িত সকলক গ্ৰেপ্তাৰৰ দাবী জনায়। ইয়াৰ পূৰ্বে গোলকগঞ্জ আঞ্চলিক পঞ্চায়ত গঠনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ বিৰুদ্ধে ধুবুৰী জিলা আক্ৰাছুৰ কাৰ্যকৰী সভাপতি চন্দন ৰায়ে লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ বিৰুদ্ধে নিজ সংগঠনৰ ভিতৰতে বিতৰ্কৰ সৃষ্টি হৈছিল তাৰোপৰি বজৰংগ দলৰ নেতা ৰাঠোৰ নিজে গোলকগঞ্জ সম জিলাৰ স্থানীয় বাসিন্দা নহয়,।

তেনেক্ষেত্ৰত ১৯৫১ চনৰ এনআৰচিত নাম সন্নিবিষ্ট লোকৰ পৰিয়ালৰ লোকক সন্দেহজনক নাগৰিক সজাব খোজা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ বিৰুদ্ধে আৰক্ষীক নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰাৰ বাবে সংগঠন দুটাই দাবী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Golokganj IncidentGolokganj PoliceProtest PublicSadou Asom Goria Moria Deshi Jatiya Parishad
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d