Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Garia Maria Deshi Jatiya Parishad:নির্বাচনত বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ খিলঞ্জীয়া মুছলমান সংগঠনৰ

বাঘ হাজৰিকাৰ অস্তিত্বক নাকচ-আজান পীৰক চোৰাংচোৱা সজোৱা বুলি ক্ষোভ

publisher by publisher
March 25, 2026
in News
Reading Time: 1 min read
0
Garia Maria Deshi Jatiya Parishad:নির্বাচনত বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ খিলঞ্জীয়া মুছলমান সংগঠনৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Golokganj Incident:গোলকগঞ্জত ভূমি দখলত নামিল সংগঠনৰ নেতা, খিলঞ্জীয়া মুছলমানক সন্দেহজনক সজোৱাৰ প্ৰতিবাদ নেতাৰ বিৰুদ্ধে ,থানাত এজাহাৰ দাখিল

Sadou Asom Goria Moria Deshi Jatiya Parishad:সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী

CAA Comes Into Force Ahead of Lok Sabha Elections:লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলবৎ কা’

Garia Maria Deshi Jatiya Parishad:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- ড:হিমস্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসম বুৰঞ্জীৰ চৰিত্ৰ বাঘ হাজৰিকাক নস্যাৎ কৰাৰ লগতে ছুফী পীৰ আজান ফকীৰক চোৰাংচোৱা সজোৱাৰ ক্ষোভত সমাগত নির্বাচনত শাসক দলক যোগ্য প্রত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে খিলঞ্জীয়া মুছলমানসকলৰ সংগঠন গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে। অলপতে উদযাপন কৰা ঈদৰ প্রাকক্ষণত মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকল তেওঁৰ লগত আছে আৰু আনকি পাঁচশ,১১শ টকা দি আশীর্বাদো দিয়া বুলি কৰা মন্তব্যৰ প্ৰতিক্রিয়া প্রকাশ কৰিছে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্রীয় উপ-সভাপতি হাছিবুল ইছলামে।

ADVERTISEMENT

মুখ্যমন্ত্রীক প্রত্যুত্তৰ দি ইছলামে কয়, ‘খিলঞ্জীয়া মুছলমান লোকসকল বিজেপিৰ লগতে আছিল; কিন্তু তাৰ পাছতো মুখ্যমন্ত্রী ড° শর্মাই কিয় বাঘ হাজৰিকাৰ অস্তিত্ব নস্যাৎ কৰিলে? আজান পীৰ চাহাবক কিয় চোৰাংচোৱা সজালে? তদুপৰি দেশব ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোবা প্রথমজন অসম সন্তান তথা খিলঞ্জীয়া মুছলমানসকলৰ প্ৰতিনিধি কৰিলে। উচ্ছেদ প্রসংগত তেওঁ কয়, ‘যেতিয়া উচ্ছেদৰ কথা কয় তেতিয়া লক্ষ্যণীয়ভাৱে বাঘ হাজৰিকাৰ পৰিয়ালৰ উচ্ছেদ হয়। উচ্ছেদ হয় আজাৰাৰ ইছলামপুৰত। তদুপৰি আশ্চর্যজনক কথাটো হ’ল যে বিজেপি চৰকাৰে খিলঞ্জীয়া মুছলমানসকলক উচ্ছেদ কৰাতে ক্ষান্ত নাথাকি জনগোষ্ঠীটোৰ লোকসকলক ‘অচিনাকি লোক’ সজাই দিলে।’

ইছলামপুৰৰ লোকসকল অচিনাকি আছিল নেকি বুলিও গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নেতাজনে প্রশ্ন উত্থাপন কৰে।এই প্রসংগত তেওঁ আৰু কয়, ‘বিজেপি চৰকাৰে গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীয় লোকসকলক খিলঞ্জীয়া আখ্যা দিয়াত হাতচাপৰি বজাইছিল। তেওঁলোকে ভাবিছিল যে বিজেপি চৰকাৰৰ আমোলত জনগোষ্ঠীৰ লোকসকলে সমমর্যাদা লাভ কৰিব। ‘ডি’ ভোটাৰৰ পৰা মুক্ত হ’ব। দীর্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব। কিন্তু বাস্তৱত বিলাসীপাৰাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খিলঞ্জীয়া মুছলমান লোকৰহে ঘৰ-বাৰী উচ্ছেদ হ’ল।

বঙাইগাঁও জিলাৰ খিলঞ্জীয়া মুছলমান প্রধান গাঁওসমূহত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰয়োগ কৰা হ’ল।’ তেওঁ সমাগত বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিক প্রত্যুত্তৰ দিবলৈ খিলঞ্জীয়া মুছলমান লোকসকললৈ আহ্বান জনায়। বিজেপি চৰকাৰে খিলঞ্জীয়া মুছলমানসকলৰ কোনো সমস্যাই সমাধান নকৰিলে বুলি উল্লেখ কৰি ইছলামে আৰু কয়, ‘বিগত সময়ত এই জনগোষ্ঠীৰ বিভিন্ন সংগঠনে জনগোষ্ঠীটোৰ জৰীপৰ দাবী জনাই অহাৰ লগতে অ’বিচিৰ মৰ্যাদা বিচাৰিছিল। বিজেপি চৰকাৰে জনগোষ্ঠীটোৰ কোনো দাবীয়ে সমাধা নকৰি ভেঁকোভাওনা কৰিলে। এশ কোটি টকাৰ পেকেজ ঘোষণা কৰিও কাৰ্যকৰী নকৰিলে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: hasibul islamSadou Asom Goria Moria Deshi Jatiya ParishadSpeech
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d