Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দীপৰ বিলক পৰিৱেশ সংবেদনশীল মণ্ডল কৰাৰ খচৰা পৰিৱেশ মন্ত্রণালয়ৰ

publisher by publisher
August 20, 2025
in News, Assam
Reading Time: 1 min read
0
দীপৰ বিলক পৰিৱেশ সংবেদনশীল মণ্ডল কৰাৰ খচৰা পৰিৱেশ মন্ত্রণালয়ৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

পানীৰ গুণাগুণ পৰীক্ষাত ফাদিল উদ্বেগজনক তথ্য

Guwahati Deadbody Recovered:মহানগৰীৰ দীপৰ বিলত অঘটন !

Deepor Beel is Under Severe Pollution:ভয়াৱহ প্ৰদূষণৰ কৱলত পৰি সেউজীয়া হৈ পৰিছে দীপৰ বিলৰ পানী

Deepor Beel:কে’বাটাও নিষেধাজ্ঞা আৰোপৰে বহু বিতর্ক আৰু চৰ্চাৰ মাজেদি কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ দীপৰ বিলক পৰিৱেশ সংবেদনশীল মণ্ডল ৰূপে ঘোষণাৰ খচৰা প্ৰকাশ কৰিলে।

ADVERTISEMENT

দীপৰ বিল অসমৰ অন্যতম বৃহৎ প্রাকৃতিক জলাশয়; কিন্তু বেদখল, চৰকাৰৰ সংৰক্ষণ ব্যৱস্থাৰ সোপাঢিলা স্বৰূপ আদিৰ পৰিণতিত দীপৰ বিল দীর্ঘদিনৰ পৰা সংকটৰ গৰাহত পতিত হৈ আহিছে। এইবোৰৰ পৰা বিলখনক সুৰক্ষিত কৰাৰ বাবে পৰিৱেশ সংবেদনশীল অঞ্চলৰূপে ঘোষণাৰ দাবী উত্থাপন হৈ আহিছিল।

অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ বিভাগটোৱে বিলখনক পৰিৱেশ সংবেদনশীল মণ্ডলৰূপে ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। ৰাজপত্রযোগে অলপতে প্রকাশ কৰা এই খচৰাক লৈ চৰকাৰৰ মজিয়াতে প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কিয়নো মন্ত্রণালয়ে এনে কেতবোৰ দিশত নিষেধাজ্ঞা আৰোপৰ কথা খচৰাত উল্লেখ কৰিছে, যিবোৰ কাৰ্যকৰী হ’লে আগন্তুক দিনত প্রতিক্রিয়াশীল চক্ৰবোৰ যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’ব বুলি চর্চা চলিছে।

খচৰাত দীপৰ বিলৰ সুৰক্ষাৰ বাবে অসম চৰকাৰক দুবছৰৰ ভিতৰত এখন মাণ্ডলিক মাষ্টাৰপ্লেন প্ৰস্তুতৰো পৰামৰ্শ উল্লেখ আছে। এই মাষ্টাৰপ্লেনতে কোনবোৰ বিষয় নিষিদ্ধ হ’ব লাগিব, কোনবোৰ বিষয়ত অনুমতি থাকিব, সেয়া স্পষ্ট হ’ব লাগিব।

ৰাজপত্ৰত উল্লেখ কৰা অনুসৰি, বিগত ২০০৯ত দীপৰ বিলৰ এটা অংশক বন্যপ্রাণী অভয়াৰণ্যৰূপে ঘোষণা কৰা হৈছিল। তাৰ আধাৰতে প্ৰস্তাৱিত খচৰাত বিলখনৰ ৩৮.৮৪ বর্গ কিলোমিটাৰৰ ভিতৰত যিকোনো উন্নয়নমূলক কামত নিয়ন্ত্রণ অনাৰ বিষয়ে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে বাৰিষাৰ সময়ত দীপৰ বিলৰ পৰিসৰ কমেও ৪০ বর্গ কিলোমিটাৰলৈ সম্প্ৰসাৰিত হয়। খৰালিত এই পৰিমাণ ১০ বর্গ কিলোমিটাৰলৈ সংকুচিত হয়। ইয়াৰ আধাৰতে পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসীমা নির্ধাৰণ কৰা হৈছে।

ৰাজ্য চৰকাৰক মাষ্টাৰপ্লেন প্রস্তুতৰ সময়ত যিবোৰ বিষয়ত নিষেধাজ্ঞা আৰোপৰ নিৰ্দেশনা খচৰাত দিয়া হৈছে, তাৰ ভিতৰত আছে- খনিজ পদাৰ্থ আহৰণৰ বাবে খনন, শিলৰ কুৱেৰী, শিল ভঙা উদ্যোগ স্থাপন আৰু পৰিৱেশ প্ৰদূষিত কৰা উদ্যোগ স্থাপন।

এনে উদ্যোগৰ ক্ষেত্ৰত উল্লেখ কৰা হৈছে যে যদি ইতিমধ্যে প্রস্তাবিত অঞ্চলটোৰ ভিতৰত তেনে উদ্যোগ স্থাপন হৈছিল, সেইবোৰ সম্প্ৰসাৰণ অথবা নতুন গোট স্থাপন কৰিব নোৱাৰিব। গুৰু জলবিদ্যুৎ প্রকল্পও নিষিদ্ধ কৰা হৈছে।

তেনেদৰে জাবৰ-জোঁথৰ সংসাধন কৰা উদ্যোগো নিষিদ্ধ কৰা হৈছে। অপৰিশোধিত পানী পেলোৱা, নতুন কাঠ কল স্থাপন, ইটাভাটা স্থাপন, ব্যৱসায়িকভাৱে খৰি বিক্ৰী কৰা, বৃহৎ পৰিসৰৰ পশুপালন আৰু হাঁহ-কুকুৰা ফার্ম স্থাপন আদিও নিষিদ্ধৰ তালিকাত অন্তর্ভুক্ত হৈছে।

উক্ত অঞ্চলত বাস কৰা লোকৰ ব্যক্তিগত ক্ষেত্ৰতহে এইবোৰৰ ভিতৰৰ একাংশক ৰেহাই দিয়া হৈছে। অৱশ্যে সেয়া ক্ষুদ্র পর্যায়ত হ’ব লাগিব। উদাহৰণ স্বৰূপে স্থানীয় বাসিন্দাই অতি সাধাৰণভাৱেহে কেৱল ব্যক্তিগত ব্যৱহাৰৰ বাবে পশুপালন আৰু হাঁহ-কুকুৰা পালন কৰিব পাৰিব।

নিষিদ্ধ কৰা এই তালিকাৰ বিপৰীতে নিয়ন্ত্ৰণ হ’বলগীয়া কেইটামান ক্ষেত্র হ’ল হোটেল আৰু ৰিজ’ৰ্ট স্থাপন। হোটেল আৰু ৰিজ’ৰ্ট পৰ্যটন নীতিৰ আধাৰত সংৰক্ষিত অঞ্চলৰ সীমাৰ পৰা এক কিলোমিটাৰ ব্যাসার্ধলৈ স্থাপন কৰিব নোৱাৰিব।

একেদৰে এক কিলোমিটাৰ ব্যাসার্ধলৈ কোনো ব্যৱসায়িক নির্মাণ কার্যও নিষিদ্ধ হ’ব। প্রদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমতি সাপেক্ষে প্রদূষণ সৃষ্টি নকৰা উদ্যোগ সংবেদনশীল অঞ্চলৰ পৰিসীমাৰ বাহিৰত ক্ষুদ্ৰ পৰ্যায়তহে স্থাপনৰ অনুমতি এই খচৰাত অন্তর্ভুক্ত কৰা হৈছে।

বনাঞ্চলৰ পৰা কাঠ আৰু অন্যান্য বনজ সম্পদ আহৰণো নিয়ম অনুসৰিহে চলিব পাৰিব। বৈদ্যুতিক আৰু যোগাযোগৰ মাধ্যমৰ খুঁটা স্থাপনো নিয়ন্ত্রিত হ’ব লাগিব। বৈদ্যুতিক আৰু যোগাযোগ মাধ্যমৰ কেব’ল তাঁৰ পাৰ্যমানে মাটিৰ তলেৰে সংযোজিত হ’ব লাগিব। পথ নির্মাণ কেৱল মাত্র যোগাযোগৰ সুবিধাৰ ক্ষেত্ৰতহে অনুমোদিত হ’ব।

পৰ্যটনৰ লগত সংগতি ৰাখি ব্যৱহাৰ হোৱা উৰন্ত বেলুন, ড্র’ন, হেলিকপ্টাৰ আদিও নিয়ন্ত্ৰিত ৰূপত হ’ব। পৰিৱেশ সংবেদনশীল অঞ্চলৰ মাজেৰে নিশাৰ ভাগত ব্যৱসায়িক যানবাহনৰ চলাচল নিয়ন্ত্রিত হ’ব। কৃষি, উদ্যান শস্য, দুগ্ধ উৎপাদন আৰু মীন পালন কেৱল স্থানীয় লোকৰ ক্ষেত্ৰতহে অনুমোদিত হ’ব। পানী নিষ্কাসন আৰু কুঁৱা খনন নিয়ন্ত্রিত ৰূপত হ’ব।

প্রস্তাৱিত সংবেদনশীল অঞ্চলত বৰষুণৰ পানী পুনৰ ব্যৱহাৰ, অর্গেনিক কৃষি কার্য, সেউজ প্রযুক্তি, কুটিৰ শিল্প, নবীকৰণ শক্তিৰ ব্যৱহাৰ, হাৰ্বেল আৰু উদ্যান শস্য ৰোপণ, প্রদূষণহীন পৰিবহণ ব্যৱস্থা, দক্ষতা বিকাশ, অসাৰুৱা ভূমি ব্যৱহাৰৰ বাবে উপযুক্ত কৰি তোলা আদিক এই খচৰাত উৎসাহিত কৰা হৈছে।

উল্লেখ্য যে এই খচৰা প্ৰকাশৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ বিভাগটোৱে অহা দুই ছেপ্টেম্বৰৰ ভিতৰত ৰাইজৰ পৰা ওজৰ-আপত্তি বিচাৰিছে।

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এই খচৰাক লৈ ৰাজ্যৰ চৰকাৰৰ মজিয়াত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো দীপৰ বিলৰ বৃহৎ অংশ বেদখলৰ কৱলত পৰিছে আৰু নতুন নতুন বেদখলৰ চেষ্টাও অব্যাহত আছে।

বৃহৎ বৃহৎ ব্যৱসায়ী গোষ্ঠীৰ দখললৈ গৈছে দীপৰ বিলৰ বৃহৎ অংশ। বহু উদ্যোগ আৰু অন্যান্য ব্যৱসায়িক প্রতিষ্ঠান সেই স্থানত গঢ়ি উঠিছে। কেন্দ্ৰৰ খচৰা কাৰ্যকৰী হ’লে সেইবোৰৰ বহুতলৈ প্ৰত্যাহ্বান আহি পৰিব। চৰকাৰৰ পৃষ্ঠপোষকতাতে তেনে বহু নিৰ্মাণ কাৰ্য দীপৰ বিলৰ বুকুত গঢ়ি উঠিছে। সেইবোৰক ৰক্ষণাবেক্ষণ দিবলগীয়া বিষয়ক লৈয়ে এনে প্রতিক্রিয়া বিশেষভাৱে সৃষ্টি হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Deepor Beel
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d