Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পানীৰ গুণাগুণ পৰীক্ষাত ফাদিল উদ্বেগজনক তথ্য

ভয়াৱহ ৰূপত প্ৰদূষিত দীপৰ বিল

publisher by publisher
December 16, 2025
in Assam, News
Reading Time: 1 min read
0
পানীৰ গুণাগুণ পৰীক্ষাত ফাদিল উদ্বেগজনক তথ্য
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Deadbody Recovered:মহানগৰীৰ দীপৰ বিলত অঘটন !

দীপৰ বিলক পৰিৱেশ সংবেদনশীল মণ্ডল কৰাৰ খচৰা পৰিৱেশ মন্ত্রণালয়ৰ

Deepor Beel is Under Severe Pollution:ভয়াৱহ প্ৰদূষণৰ কৱলত পৰি সেউজীয়া হৈ পৰিছে দীপৰ বিলৰ পানী

ADVERTISEMENT

Deepor beel:✒️চাৰিওদিশৰ পৰা সমস্যাই ঘেৰি ধৰা অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্র তথা জৈৱ-বৈচিত্র্যবে ভৰপূৰ জলাহভূমি দীপৰ বিললৈ নামি আহিছে আন এক গভীৰ সংকট। বিশ্বৰ পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান দখল কৰি অহা গুৱাহাটীৰ এই বিলখনৰ পানী ভয়াৱহৰূপে প্রদূষিত হোৱা তথ্যই প্রকৃতিপ্রেমী তথা স্থানীয় বাসিন্দাসকলক উদ্বিগ্ন কৰি তুলিছে। বিলখনৰ পানী কি ভয়াবহৰূপত প্ৰদূষিত হৈছে সেয়া শেহতীয়া পানীৰ গুণাগুণ পৰীক্ষাত উন্মোচিত হৈছে।

ই বিলখনত থকা মাছ-কাছকে ধৰি পৰিভ্ৰমী পক্ষী, বন্যপ্রাণীসমূহলৈ চৰম সংকট নমাই আনিছে। পানীৰ গুণাগুণ পৰীক্ষাত পোহৰলৈ অহা তথ্য অনুসৰি, দীপৰ বিলৰ পানীৰ জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদা (বিঅ’ডি)ৰ শেহতীয়া ঘনত্ব হৈছে প্রতি লিটাৰত গড়ে পাঁচ মিলিগ্রাম। এই ঘনত্বৰ নিৰ্ধাৰিত মান অনুসৰি প্ৰতি লিটাৰত তিনি মিলিগ্ৰামৰ তলত থাকিব লাগে।

যদি জৈৱ ৰাসায়নিক অক্সিজেন চাহিদা (বিঅ’ডি)ৰ ঘনত্ব প্রতি লিটাৰত তিনি মিলিগ্ৰামৰ ওপৰত থাকে, তেন্তে সেই পানী প্রদূষিত বুলি চিহ্নিত হয়। দীপৰ বিলৰ আঠটা কোণৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনা পৰীক্ষাত প্ৰতিটোৰ কোণৰ পৰা প্ৰতি লিটাৰত পাঁচ মিলিগ্ৰামৰ অধিক বিঅ’ডি পোৱা হৈছে।

দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্রমোদ কলিতাই এই তথ্য সদৰী কৰি কয় যে যোৱা ছেপ্টেম্বৰ আৰু অক্টোবৰত সম্পন্ন হোৱা পানীৰ গুণাগুণ পৰীক্ষাত দুয়োটাতে অত্যধিক মাত্ৰাত বিঅ’ডি পোৱা গৈছে আৰু ইয়ে স্পষ্ট কৰিছে যে ভয়াৱহভাৱে দীপৰ বিলৰ পানী প্ৰদূষিত হৈছে। কলিতাই যোগান ধৰা তথ্য অনুসৰি, অক্টোবৰত দীপৰ বিলৰ আঠটা কোণৰ পৰা পৰীক্ষাৰ বাবে পানীৰ নমুনা সংগ্ৰহ কৰা হৈছিল।

ইয়াৰে ধাৰাপুৰ চাৰিআলি দিশত প্রতি লিটাৰত ৫.৪ মিলিগ্রাম, বৰগাঁৱৰ দিশত ৫.৮ মিলিগ্রাম, পক্ষী নিৰীক্ষণ টাৱাৰৰ দিশত ৫.৪ মিলিগ্রাম আৰু পিকনিকস্থলীৰ দিশৰ পৰা ৫.৮ মিলিগ্রাম বিঅ’ডি পোৱা গৈছে। একেদৰে খনামুখৰ দিশৰ পৰা ৫.২ মিলিগ্রাম, এ ই চি জালুকবাৰী দিশৰ পৰা পাঁচ মিলিগ্রাম, আজাৰা ৰেল ষ্টেছনৰ দিশৰ পৰা ৫.৫ মিলিগ্রাম আৰু দীপৰ বিলৰ মধ্যস্থলৰ পৰা লোৱা পানীৰ নমুনাত ৫.৪ মিলিগ্রাম বিঅ’ডি ধৰা পৰিছে।

তেনেদৰে ছেপ্টেম্বৰতো সমপৰ্যায়ত বিঅ’ডি লাভ কৰা হৈছে বুলি উল্লেখ কৰি কলিতাই এই ঘটনাই বিলখনলৈ আন এক সংকট নমাই আনিছে বুলি কয়। উল্লেখ্য যে যেতিয়া পানীত বিঅ’ডিৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া অক্সিজেনৰ পৰিমাণ হ্রাস পায়। ফলত জলজ উদ্ভিদৰ বংশবৃদ্ধি হ্রাস পোৱাৰ লগতে সোনকালে গেলিবলৈ আৰম্ভ কৰে।

লগতে মাছ-কাছকে ধৰি অন্যান্য প্রাণীসমূহৰো বংশবৃদ্ধিত সমস্যাৰ সৃষ্টি হয় বুলি কলিতাই ব্যাখ্যা দাঙি ধৰে। চৰকাৰ-প্ৰশাসনৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই বিলখনলৈ চৰম সংকট নামি আহিছে বুলি অভিযোগ কৰে দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদকজনে।

বিশেষকৈ বৰাগাঁৱত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডৰ ফলতে বিলৰ পানী প্রদূষিত হৈ আহিছে বুলি সাধাৰণ সম্পাদক কলিতাই মন্তব্য কৰি কয় যে গুৱাহাটীৰ আৱৰ্জনা নিষ্কাসনৰ ব্যৱস্থা বিজ্ঞানসন্মত নোহোৱাৰ ফলতে উত্তৰ-পূবৰ প্ৰধান মহানগৰখনলৈ ভয়াৱহ সংকট নামি আহিছে। বিশেষকৈ দীপৰ বিলৰ গাতে তথা পামহি নদীৰ কাষত ডাম্পিং গ্রাউণ্ড স্থাপন কৰাৰ বাবে দীপৰ বিললৈ বিভিন্ন সমস্যা আহিছে।

যিহেতু পামহি নদীখন দীপৰ বিলৰ লগত সংলগ্ন হৈ আছে, তেনেস্থলত দীপৰ বিলত প্ৰদূষণৰ মাত্রা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। ফলত বন্যপ্রাণী অভয়াৰণ্যখনত থকা জীৱকুলৰ বাসস্থানসমূহ ধ্বংস হ’বলৈ ধৰিছে। বন্যপ্রাণী সংৰক্ষণ আইন অনুসৰি এয়া এক গুৰুতৰ অপৰাধ বুলি আঙুলিয়াই দি কলিতাই কয়, ‘এই গোটেই অপৰাধ প্ৰৱণতাৰ লগত গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ জড়িত। এক কথা ক’বলৈ গ’লে চৰকাৰীভাৱেই দীপৰ বিলক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া হৈছে।’

ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে বহুবাৰ অভিযোগ দিয়া হৈছে আৰু আদালতত গোচৰ চলি থকাৰ পাছতো চৰকাৰৰ কোনো গা নলৰিল বুলি মন্তব্য কৰি কলিতাই ক্ষোভেৰে কয়, ‘ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ, স্থানীয় ৰাইজৰ দাবীৰ লগতে আদালতৰ নিৰ্দেশত পুৰণি ডাম্পিং গ্রাউণ্ডটো বন্ধ কৰা হৈছে যদিও পুনৰ পামহি নদীৰ কাষতে নতুনকৈ ডাম্পিং গ্রাউণ্ড স্থাপন কৰা হৈছে। এই দুয়োটা ডাম্পিং গ্রাউণ্ডৰ মাজতে শেহতীয়াকৈ মুকলি কৰা ছহিদ উদ্যানখন আছে। ছহিদ স্মাৰকৰ পূব দিশত নতুন ডাম্পিং গ্রাউণ্ড আৰু পশ্চিম দিশত আছে পুৰণি ডাম্পিং গ্রাউণ্ড। পুৰণি ডাম্পিং গ্রাউণ্ডটো খালী কৰি থকাৰ লগতে নতুন ডাম্পিং গ্রাউণ্ডটো ব্যৱহাৰ কৰি থকা হৈছে; কিন্তু নতুন ডাম্পিং গ্রাউণ্ডটোও পামহি নদীৰ কাষতে স্থাপন কৰাৰ ফলত সমস্যা একেটাই হৈ ৰ’ল।’

নতুন ডাম্পিং গ্রাউণ্ডৰ সন্দৰ্ভত তথা দীপৰ বিলৰ পানী প্ৰদূষণৰ সন্দৰ্ভত শীঘ্ৰে দীপৰ বিল সুৰক্ষা মঞ্চই আদালতৰ কাষ চাপিব বুলি কলিতাই কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Deepor Beel
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d