Jammu and Kashmir:✒️জম্মু-কাশ্মীৰত ধাৰাসাৰ বৰষুণে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। প্ৰকৃতিৰ এই ৰূপৰ ফলত বিভিন্ন স্থানত ন জন লোকৰ মৃত্যু হৈছে ।
ADVERTISEMENT
বৈষ্ণো দেৱীলৈ যোৱাৰ পথত ভূমিস্খলনৰ ফলত পাঁচগৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত আৰু ১৪ গৰাকী তীৰ্থযাত্ৰী।
পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এতিয়াৰ বাবে তীৰ্থযাত্ৰা স্থগিত ৰাখিছে।






























