Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Golokganj:পোকালাগীৰ গো মাংস উদ্ধাৰৰ ঘটনাত কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ, ভাৰপ্ৰাপ্ত বিষয়াক ৰক্ষণাবেক্ষণ

publisher by publisher
August 27, 2025
in Assam, Crime, News
Reading Time: 1 min read
0
Golokganj:পোকালাগীৰ গো মাংস উদ্ধাৰৰ ঘটনাত কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ, ভাৰপ্ৰাপ্ত বিষয়াক ৰক্ষণাবেক্ষণ
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

Golokganj Incident:গোলকগঞ্জত ভূমি দখলত নামিল সংগঠনৰ নেতা, খিলঞ্জীয়া মুছলমানক সন্দেহজনক সজোৱাৰ প্ৰতিবাদ নেতাৰ বিৰুদ্ধে ,থানাত এজাহাৰ দাখিল

Golokganj:

ধুবুৰী জিলাৰ হালাকুৰা আৰক্ষী তালাচী চকীৰ অন্তৰ্গত অসম পশ্চিমবংগ সীমান্তৰ পোকালাগী চতুৰ্থ খণ্ড গাঁৱৰ মোদক পাৰাৰ পথত যোৱা পচিছ আগষ্টৰ বিয়লি চোৰাং সৰবৰাহকাৰীয়ে গো মাংস পেলোৱা ঘটনাত জড়িতৰ অভিযোগত আজি আৰক্ষী অধীক্ষকে তালাচী চকীৰ বিজয় কুমাৰ ৰায় নামৰ এজন আৰক্ষী কনিষ্টবলক ৰিজাৰ্ভ ক্লজ কৰে।
গাঁও খনৰে দীৰ্ঘ দিন ধৰি চলি থকা নিষিদ্ধ মাংসৰ চোৰাং সৰবৰাহত এজন কনিষ্টবলৰ ওপৰত দোষ জাপি দি ভাৰপ্ৰাপ্ত বিষয়াক ৰক্ষণাবেক্ষণ দিয়া বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। জানিব পৰা মতে, পশ্চিমবংগৰ মানসাই অঞ্চলৰ পৰা দিনে নিশাই মোদক পৰা হৈ গো মাংসৰ আমদানি দীৰ্ঘ দিনৰ পৰাই চলি আহিছে। মাজে মাজে বাইকৰ পৰা নিষিদ্ধ মাংসৰ টোপোলা ছিঙি পৰা ঘটনা ইতিপূৰ্বে বহুবাৰ সংঘটিত হৈছে।
হিন্দু বসতিপূৰ্ণ এলেকাৰে নিষিদ্ধ গো-মাংসৰ সৰবৰাহ বন্ধ কৰাৰ বাবে গাঁও খনৰ ৰাইজে দীৰ্ঘ দিনৰ পৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক অৱগত কৰিও কোনো সুফল লাভ কৰা নাই। উপায়ন্তৰ হৈ স্থানীয় ৰাইজ গো মাংস সহ সৰবৰাহকাৰীক ধৰি আৰক্ষী চকীত চমজাই দিছিল। তৎসত্বেও গা লৰা নাছিল হালাকুৰা আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অথবা জিলা আৰক্ষী প্ৰশাসনৰ। সিদিনা বিয়লি চোৰাং বেপাৰীয়ে গাঁও খনেৰে বাইকত গো মাংস নিয়াৰ সময়ত মোনাৰ পৰা পথটোত পৰি যায়।
মন্দিৰৰ ওচৰে পাজৰে এনেকৈ গো মাংস সিচৰিত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মাজত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। স্থানীয় মহিলা সকল হাতে হাতে ঝাৰু লৈ আহি আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় তিনি ঘন্টা ধৰি পথ অৱৰোধ কৰি আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰে। অৱশেষত সম জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। এই সন্দৰ্ভত কালি নিশা দুই বজাত গোলকগঞ্জ হালাকুৰা ছাগলীয়া আৰক্ষীৰ বিশাল বাহিনী পোকালাগী শিলকুৰীপাৰ আদিৰ অসম পশ্চিমবংগ সীমান্ত অঞ্চলত টহল দি চমক সৃষ্টি কৰে যদিও আজিকোপতি কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই।
অকল কনিষ্টবল জনক ৰিজাৰ্ভ ক্ল’জ কৰি দায়িত্ব সামৰা বুলি চৰ্চিত হৈছে। উল্লেখ্য যে হালাকুৰা এলেকাত অকল গো মাংস সৰবৰাহই নহয় সমান ভাবে চলিছে অবৈধ ড্ৰাগছৰ সৰবৰাহ। গোপন থানাৰ আৰক্ষীয়ে গৈ অঞ্চলটোত ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক কৰাৰ বিপৰীতে হালাকুৰা আৰক্ষীৰ ভুমিকাৰ ওপৰত সন্দেহ ঘনীভূত হৈছে সাধাৰণ ৰাইজৰ। সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে হালাকুৰাবাসী ৰাইজে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Golokganj Incidentpolice constable reserveclose
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d