Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আগন্তুক সপ্তাহতে নিশাৰ আকাশত ঘটিব ৰক্তবৰ্ণ চন্দ্রোদয়

ভাৰতৰ পৰাও খোলা চকুৰে দেখা যাব 'ব্লাড মুন'

publisher by publisher
August 31, 2025
in International, News
Reading Time: 1 min read
0
আগন্তুক সপ্তাহতে নিশাৰ আকাশত ঘটিব ৰক্তবৰ্ণ চন্দ্রোদয়
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

তিনি মার্চত দেখা যাব বিৰল ঘটনা

ৰহস্যময় দৈত্যকায় গ্রহক ঘূৰাই আছে এটা ক্ষুদ্র নক্ষত্রই

বিৰল মহাজাগতিক ঘটনাত ৮২ মিনিট দৃশ্যমান হ’ব ‘ৰঙা জোন’

Blood Moon:✒️এই বিশাল বিশ্বত সূর্য-চন্দ্র-পৃথিৱীৰ অবিৰাম ঘূর্ণন, পাৰস্পৰিক টান, বিভিন্ন পর্যায়ত নতুন নতুন ঘটনাৰ জন্ম হোৱা- এইবোৰ আচলতে জ্যোতির্বিজ্ঞানৰ খেলা। এই খেলাত কেতিয়া কি যাদুৰ সৃষ্টি হ’ব, সেয়া কোনেও নাজানে। ঠিক যেনেকৈ আগন্তুক সপ্তাহতে এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী।

ADVERTISEMENT

নিশাৰ আকাশত পোহৰ বিলাব ৰক্তবর্ণ চন্দ্ৰই। আকাশ পৰিষ্কাৰ থাকিলে ভাৰতসহ একাধিক দেশৰ পৰা খোলা চকুৰে দেখা যাব ‘ব্লাড মুন’। সম্প্রতি একাংশ বিজ্ঞানীয়ে এই কথা সদৰী কৰিছে। অহা সাত ছেপ্টেম্বৰৰ নিশা ন বজাৰ পৰা আঠ ছেপ্টেম্বৰৰ ২-৩০ বজা পর্যন্ত নিশাৰ আকাশত উদয় হ’ব ৰক্তবর্ণ চন্দ্র।

আচলতে কি ঘটিব সাত ছেপ্টেম্বৰৰ নিশা? একাংশ জ্যোতির্বিজ্ঞানীয়ে জনাইছে যে পৃথিৱীৰ ছাঁত চন্দ্ৰটো সম্পূর্ণরূপে ঢাক খাই পৰিব। তাৰ ফলতে শ্বেতশুভ্র জোনবাইৰ ৰং-ৰূপ সলনি হৈ পৰিব। ৰক্তিম আভাৰে জলমল হৈ উঠিব পৃথিৱীৰ একমাত্র উপগ্রহটো। সেয়াই ‘ব্লাড মুন’।

পূর্ণগ্রাস চন্দ্রগ্রহণ একেবাৰে বিৰল কোনো ঘটনা নহয়। পৃথিৱীৰ আহ্নিক গতি-বার্ষিক গতিৰ বাবে নির্দিষ্ট সময়ৰ অন্তৰালত এই ঘটনা ঘটে; কিন্তু তাৰ বাবে চন্দ্ৰৰ ৰূপ পৰিৱৰ্তন আৰু ৰক্তবর্ণ হৈ উঠা বিষয়টো অতি বিৰল।

ভাৰতৰ অহা সাত ছেপ্টেম্বৰৰ নিশা ৮-৫৮ বজাৰ পৰা পাছদিনা অর্থাৎ আঠ ছেপ্টেম্বৰৰ পুৱতি নিশা ২-২৫ বজা পর্যন্ত পৃথিৱীৰ ছাঁত চন্দ্রটো ঢাক খাই থাকিব। ইয়াৰ ভিতৰত নিশা ১১ বজাৰ পৰা ১২-২২ বজা পর্যন্ত পূর্ণগ্রাস চন্দ্ৰগ্ৰহণৰ সময়সীমা।

সেই সময়ৰ ভিতৰতে চন্দ্ৰটো লাহে লাহে ৰক্তাভ হৈ উঠিব। আনহাতে, মাহেন্দ্রক্ষণ হৈছে নিশা ১১-৪১ বজা। অর্থাৎ এই সময়তে ‘ব্লাড মুন’ৰ সবাতোকৈ ধুনীয়া ৰূপটো দেখা যাব বুলি বিজ্ঞানীসকলে জনাইছে। অৱশ্যে এটা চর্তও আছে। আকাশ পৰিষ্কাৰ, প্ৰদূষণৰ মাত্ৰা ন্যূনতম থাকিলেহে ‘ব্লাড মুন’ৰ আচল ৰূপটো দেখা যাব। কলকাতা, মুম্বাই আৰু বাংগালুৰুৰ পৰা স্পষ্টৰূপত দেখা যাব ৰক্তবৰ্ণ চন্দ্ৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Blood MoonLunar eclipse
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d