Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ! স্বাভাৱিকতকৈ যথেষ্ট কম বৰষুণৰ পৰিমাণ হৈ ৰ’ল

publisher by publisher
September 2, 2025
in News, Assam
Reading Time: 1 min read
0
বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ! স্বাভাৱিকতকৈ যথেষ্ট কম বৰষুণৰ পৰিমাণ হৈ ৰ’ল
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

Rain✒️ৰাজ্যৰ পৰা বাৰিষাৰ বতৰে ক্রমে বিদায় ল’বলৈ আৰম্ভ কৰিছে। প্রতি বছৰে অসমক কম-বেছি পৰিমাণে কে’বাটাও বানে স্পর্শ কৰে। এইবাৰ বাৰুকৈয়ে ইয়াৰ ব্যতিক্ৰম পৰিলক্ষিত হয়। ৰাজ্যৰ প্ৰতিখন জিলাতে এইবাৰ স্বাভাৱিকতকৈ বৰষুণ কম হয়।

ADVERTISEMENT

দুই-এখন জিলাতহে কাষৰীয় ৰাজ্যৰ বতৰৰ প্ৰভাৱ পৰাত তাত কিছু পৰিমাণে বৰষুণ হয়। তদুপৰি তেনে জিলাত চুবুৰীয়া ৰাজ্যৰ পৰা বৈ অহা পানীয়ে আংশিক আৰু কম সময়ৰ বাবে বানৰ সৃষ্টি কৰে। তাৰ বাদে আগষ্টলৈ ৰাজ্যত বানৰ প্ৰভাৱ নপৰিল।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰা অনুসৰি, যোৱা জানুৱাৰীৰ পৰা দেওবাৰে ৩১ আগষ্টলৈ গুৱাহাটীত বৰষুণৰ স্বাভাবিক পৰিমাণ হ’ব লাগিছিল ১৭৬ ছেন্টিমিটাৰ।

তাৰ বিপৰীতে ১৩০ ছেন্টিমিটাৰহে বৰষুণ হয়। তেনেদৰে ৰাজ্যৰ আনকেইখনমান জিলাৰ তথ্যও সোমবাৰে কেন্দ্রটোৱে সদৰী কৰে। সেই অনুসৰি, ডিব্ৰুগড়ত বৰষুণ হ’ব লাগিছিল ২৬৭ ছেন্টিমিটাৰ।

জিলাখনত হোৱা বৰষুণৰ পৰিমাণ হ’ল ১৮৭ ছেন্টিমিটাৰ। তেজপুৰত স্বাভাৱিক বৰষুণৰ পৰিমাণ হ’ল ১৮২ ছেন্টিমিটাৰ। ইয়াৰ বিপৰীতে বৰষুণ হয় ১৭৫ ছেন্টিমিটাৰ। ধুবুৰীত স্বাভাৱিক পৰিমাণ ২৮৫ ছেন্টিমিটাৰৰ বিপৰীতে হোৱা বৰষুণৰ পৰিমাণ হ’ল ১৪৪ ছেন্টিমিটাৰ।

শিলচৰত বৰষুণৰ স্বাভাৱিক পৰিমাণ হ’ব লাগে ৩০০ ছেন্টিমিটাৰ। ইয়াৰ বিপৰীতে ২৪১ ছেন্টিমিটাৰহে বৰষুণ হয়। কেৱল উত্তৰ লখিমপুৰতহে স্বাভাবিকতকৈ অধিক পৰিমাণৰ বৰষুণ হয়। গাতে লাগি থকা অৰুণাচলত হোৱা বৰষুণৰ প্ৰভাৱ জিলাখনত পৰে।

উত্তৰ লখিমপুৰৰ বৰষুণৰ স্বাভাৱিক পৰিমাণ হ’ল ২৫৬ ছেন্টিমিটাৰ আৰু বৰষুণ হয় ২৮৬ ছেল্টিমিটাৰ।বতৰ বিজ্ঞান কেন্দ্ৰটোৰ তথ্য অনুসৰি, মেঘালয়তো এইবাৰ যথেষ্ট কম বৰষুণ হয়। শ্বিলঙত ২২৯ ছেন্টিমিটাৰ বৰষুণ হ’ব লাগে যদিও ১৬০ ছেন্টিমিটাৰতহে সীমাবদ্ধ ৰয়। চেৰাপুঞ্জীত বৰষুণৰ মাত্রা এইবাৰ উদ্বেগজনকভাবে হ্রাস পায়।

তাত স্বাভাৱিক পৰিমাণত ১,১০৭ ছেন্টিমিটাৰ বৰষুণ হ’ব লাগে। ইয়াৰ বিপৰীতে বৰষুণ হয় মাত্র ৬৩৩ ছেন্টিমিটাৰহে। বতৰ পৰিৱৰ্তনৰ ভয়াৱহ পৰিণতিতে এনেদৰে বৰষুণৰ মাত্রা স্বাভাৱিক দিনতো হ্রাস হোৱাটোরে ভয়াবহ ভবিষ্যতকে স্পষ্ট কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamRainfall
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d