Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ

    ISROয়ে গঢ়িলে আন এক অভিলেখ

    ISROয়ে গঢ়িলে আন এক অভিলেখ

    মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী

    মহানগৰীৰ বোন্দাজানত নিশা অঘটন

    মহানগৰীৰ বোন্দাজানত নিশা অঘটন

    ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক

    নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

BTC Poll Results 2025: বিটিচিত কিং মেকাৰ হোৱাৰ দিশে বিজেপি !

বর্তমানলৈকে ১৮ আসনত অগ্রগতি বিপিএফৰ, ১১-১১ আসনত বিজেপি আৰু ইউপিপিএল , বিধস্ত কংগ্ৰেছ

publisher by publisher
September 26, 2025
in Assam, News
Reading Time: 1 min read
0
BTC Poll Results 2025: বিটিচিত কিং মেকাৰ হোৱাৰ দিশে বিজেপি !
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

Upendra Nath Brahma Award:ভূটানৰ ৰাণীৰ মাতৃ আশী দর্জী ৱাংমো ৱাংচুকলৈ উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

BTC Poll Results 2025:

২২ছেপ্তেম্বৰত অনুষ্ঠিত হৈ যোৱা পঞ্চম বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা পৰ্ব আজি পুৱাৰে পৰা পাঁচ খন জিলাৰ সদৰৰ ভোটগণনা কক্ষত অব্যাহত আছে ৷ বৰ্তমানলৈ প্ৰকাশ পোৱা তথ্য অনুসৰি বিপিএফে বৃহৎ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থানত থাকিবলগীয়া হয় বিজেপি আৰু ইউপিপিএল ৷
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি ৪০ খন আসনৰ ভিতৰত মেজিক নম্বৰ ২১ কোনো এটা দলেই স্পৰ্শ কৰিব পৰা নাই ৷ ফলাফল অনুসৰি বিপিএফ ১৮,বিজেপি ১১ আৰু ইউপিপিএল ১১ খন আসনত লাভ কৰিছে অগ্ৰগতি ৷
ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো দুটা সমষ্টিৰ এটাত আগবাঢ়ি থকাৰ বিপৰীতে আনটো সমষ্টিত পিছ পৰি আছে ৷ আনহাতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও আৰু চিৰাং দুৱাৰ দুটা সমষ্টিতে তেওঁৰ এসময়ৰ সতীৰ্থ তথা ইউপিপিএল প্ৰাৰ্থী খাম্পা বৰগয়াৰী আগবাঢ়ি আছে। নিৰ্বাচন ফলাফলৰ ৰেহৰূপ দেখি এটা কথা স্পষ্ট হৈছে যে কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত কিংমেকাৰ হোৱাৰ দিশে অগ্ৰসৰ বিজেপি ৷ অৰ্থাৎ চৰকাৰ গঠন কৰিবলৈ হ’লে বিপিএফ কিম্বা ইউপিপিএলে সহায় ল’ব লাগিব বিজেপিৰ ৷ বিজেপিৰ সমৰ্থনতহে বিটিচিৰ মনচদত বহিব পাৰিব বিপিএফ কিম্বা ইউপিপিএল ৷
তাৎপৰ্যপূৰ্ণভাৱে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈয়ে দায়িত্ব লোৱাৰ পিছত প্ৰথমটো নিৰ্বাচনৰ সন্মুখীন হৈ শূন্যতে সন্তষ্ট থাকিবলগীয়া হয় কংগ্ৰেছ। বিটিচিত একপ্ৰকাৰ বিধ্বস্ত কংগ্ৰেছ। কোনো এটা সমষ্টিতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম নহ’ল কংগ্ৰেছ ৷
উল্লেখ্য যে,কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাকসা আৰু তামুলপুৰত অনুষ্ঠিত বিটিচি পৰিষদীয় নিৰ্বাচনত মুঠ ৩১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। বিগত ২০২০ ৰ পৰিষদীয় নিৰ্বাচনত ইউ পি পি এল-বিজেপিয়ে যৌথভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ বিপিএফৰ পৰা ক্ষমতা দখল কৰাৰ বিপৰীতে ২০০৩ চনত বিটিচি গঠনৰ পিছৰে পৰা ক্ষমতাত থকা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন দলটোৱে ১৮খন আসনেৰে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছতো বিৰোধী দলত বহিবলগীয়া হৈছিল ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: btc election 2025Election ResultsKokrajhar
publisher

publisher

Related Posts

ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ
News

September 4, 2026
ISROয়ে গঢ়িলে আন এক অভিলেখ
India

ISROয়ে গঢ়িলে আন এক অভিলেখ

September 4, 2026
মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী
Assam

মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী

September 4, 2026
মহানগৰীৰ বোন্দাজানত নিশা অঘটন
Assam

মহানগৰীৰ বোন্দাজানত নিশা অঘটন

September 4, 2026
ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক
International

ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক

September 4, 2026
নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d