Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Vikash Asom:অজ্ঞান স্থানৰ পৰা বীৰ লাচিত সেনাৰ সদ্য বহিস্কৃত নেতা বিকাশ অসমৰ সামাজিক মাধ্যমত সাত পৃষ্ঠাৰ স্পষ্টীকৰণ

অচিৰেই আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ কথা দোহাৰিলে প্ৰাক্তন নেতাজনে

publisher by publisher
October 30, 2025
in Assam, Crime
Reading Time: 2 mins read
0
Vikash Asom:অজ্ঞান স্থানৰ পৰা বীৰ লাচিত সেনাৰ সদ্য বহিস্কৃত নেতা বিকাশ অসমৰ সামাজিক মাধ্যমত সাত পৃষ্ঠাৰ স্পষ্টীকৰণ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

Vikash Asom:

আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত বৰ্তমান পলাতক অৱস্থাত থকা বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ সমিতিৰ সদ্য বহিস্কৃত মুখ্য সচিব বিকাশ অসমে ছ’চিয়েল মেডিয়াত সাত পৃষ্ঠাৰ স্পষ্টীকৰণ লিখিত ভাবে জনালে ৰাইজক ৷ বিভিন্ন মাধ্যমত ধন দাবী সহ আন আন অভিযোগ একেমুখে নাকচ বিকাশ অসমৰ ৷ অচিৰেই আৰক্ষীৰ ওচৰত হাজিৰ হ’ব সদৰি কৰিলে প্ৰাক্তন বীৰ লাচিত সেনাৰ নেতাজনে I
সামাজিক মাধ্যমত বিকাশ অসমে স্পষ্টীকৰণত উল্লেখ কৰিছে এইদৰে –
সমূহ অসমবাসীলৈ মোৰ বৈপ্লৱিক অভিবাদন। আপোনালোক জ্ঞাত যে বিগত ১৯ ছেপ্টেম্বৰৰ পৰা অসমে হেৰুওৱা অসম গৌৰৱ অমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় আৰু হত্যা তথা মৃত্যুৰ কাৰণ জনাৰ অধিকাৰত অসমবাসীৰ দৰে ময়ো অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছিলো। য’ত বিগত ৩৫-৪০টা দিনত এই ঘটনাৰ বাবে মই তিনিবাৰকৈ অসম চৰকাৰৰ তথা গৃহ বিভাগৰ ৰোষত পৰিছো। শেষত সৌ সিদিনা ইউটিউবাৰ নিলোৎপল চলিহাৰ লগত হোৱা এটা ঘটনাক কেন্দ্ৰ কৰি এচাম ব্যক্তিয়ে স্বৰচিত আখ্যানেৰে বনাই দিলে যে বীৰ লাচিত সেনা অসমৰ প্ৰাক্তন নেতা বিকাশ অসমে অসমৰ মাতৃক অপমান কৰিছে, যিটো মোৰ মনলৈ কোনোদিনে অহা নাছিল আৰু কোনোদিনে নাহে। ই গোকাট মিছা আৰু জুবিনদাৰ বাবে মই কৰি অহা ঐক্যবদ্ধ সংগ্ৰামক বন্ধ কৰাৰ অপচেষ্টাহে। মোৰ মনোভাৱ কোনোদিনে আই-মাতৃক লৈ ৰাজনীতিৰ পথাৰ হ’ব নোৱাৰে। আনফালেদি অসম আৰক্ষীয়ে উদ্ধাৰ কৰা আৰ্থিক অনুদানৰ পত্ৰখন প্ৰচাৰ কৰিছে ধনদাবী পত্ৰ বুলি। সেইখন পত্ৰ আৰ্থিক সাহায্য বিচাৰি শুভাকাংক্ষীক দিয়া পত্ৰহে। তাত কোনো টকাৰ সংখ্যা উল্লেখ কৰা নাছিল। সেই পত্ৰ ৰাইজলৈ বুলি দিবলৈ আমি হেঁপাহ কৰা স্বৰ্গৰথৰ বাবেহে আছিল। সেই পত্ৰ অসম আৰক্ষীয়ে আমাৰ সতীৰ্থৰ গাড়ীৰ পৰাহে উদ্ধাৰ কৰিছিল। কোনো ব্যক্তিৰ অভিযো #টেগ লিখি ন্যায় বিচাৰিবলৈ মোৰ কি অধিকাৰ নাই নেকি? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিয়া প্ৰথমটো প্ৰতিক্ৰিয়াৰ পিছত বিজেপিৰ একাংশই মোক সামাজিক মাধ্যমত আক্ৰমণৰ বিষয় কৰি লয়।
আচৰিত বিষয় যে সাহায্য বিচাৰি আমাৰ সতীৰ্থই গাড়ীত ৰখা পত্ৰখনক ভুলকৈ উপস্থাপন কৰিলে যে বিকাশ অসমে ধনদাবী কৰিছে। মই বিগত ২৫ তাৰিখৰ পৰা গুৱাহাটীৰ বাহিৰত, সেইবাবে দিছপুৰ আৰক্ষীৰ লগত হোৱা ঘটনাক লৈ মই নিজেই আচম্বিত। আৰু মোৰ প্ৰত্যাহ্বান থাকিব মাননীয় মুখ্যমন্ত্ৰী মোহদয়লৈ যে যদিহে আপোনাৰ সৎ সাহস আছে তেতিয়াহ’লে মোৰ স্বাক্ষৰ সম্বলিত ১৫-২০ লাখ টকা দাবী কৰা ধনদাবী পত্ৰ মুকলি কৰক। উক্ত আৰ্থিক সহযোগিতা পত্ৰখনৰ কেৱল কিয়দাংশহে কিয় ৰাইজলৈ মুকলি কৰি সকলোকে আন্ধাৰত ৰখা হৈছে। সত্য এদিন পোহৰলৈ আহিব। এই নাটকীয় ৰাজনৈতিক আক্ৰমণে কোনো মানুহক সংশোধন কৰিব নোৱাৰে। আই-মাতৃৰ কথা মই ক’ৰবাত নহয় ক’ৰবাত উপস্থাপন ভুল হ’ব পাৰে বুলি কথাষাৰ সালসলনি কৰি ল’ম। কাৰণ মই ইচ্ছা নকৰাকৈ মোক লৈ নেৰেটিভ এটা তৈয়াৰ কৰা হ’ল যে বিকাশ অসমে আই মাতৃক অপমান কৰিছে। আপোনালোকে কেইদিনমানৰ বাবে মোক অপৰাধী সজাবহে পাৰিব, কিন্তু মোৰ জাতীয় চেতনাক শেষ কৰিবলৈ নোৱাৰিব।
মোৰ মনোভাৱ কোনোদিনে চৰকাৰৰ বিৰোধিতাৰে নাছিল। কিন্তু শেহতীয়াকৈ মন কৰিলো যে জুবিন দাৰ হৈ কিবা লিখিলে, নিউজত বহি ন্যায়ৰ বাবে মাত মাতিলে এচাম চৰকাৰৰ লালিত-পালিত মানুহে আক্ৰমণৰ পথ আৰম্ভ কৰে। আমাৰ ন্যায় বিচাৰিব অধিকাৰ কোনদিনা হেৰালে?? এই ধৰণৰ কুটিল ষড়যন্ত্ৰৰ বলি এতিয়া আমি বহুতো প্ৰতিবাদকাৰী। ভুল হ’লে মই ক্ষমা বিচাৰিম, কিন্তু আপোচ কৰিবলৈ শিকা নাই মই আৰু আপোচ নকৰিম। যিকোনো অসমীয়াৰ বাবে মই আপোচবিহীন স্থিতি মৃত্যুৰ আগ মুহূৰ্তলৈকে থাকিব। কিছু সংখ্যকৰ এই জুবিনদাৰ বিষয়টোক বেলেগ ফাললৈ নিবলৈ অহৰহ প্ৰয়াস। আনকি মোৰ দৰে সৰু এজন মানুহকো এজন ছচিয়েল ইনফ্লুৱেঞ্চাৰৰ দৰে ব্যক্তিয়ে টকাৰ দৰদাম কৰিবলৈ আহে। মই সেই চৰকাৰী টকাৰে ভিডিঅ’ প্ৰস্তুত কৰা ব্যক্তিজনক ক’লে যে দাদা এইটো মই কৰিব নোৱাৰিম। মানে চৰকাৰৰ মতে ভিডিঅ’বোৰ বনালে টকা দিব। মই কেতিয়াও বিক্ৰী হোৱা ব্যক্তি নহয়। আমিও চৰকাৰৰ সুবিধা লৈ দিনে-ৰাতিয়ে যি মন তাকেই কৰিব পাৰিলো হয় কিন্তু মোৰ বাবে জাতি আগত, জুবিনদা আগত। আমি হত্যাকাৰী নহয়, আমি প্ৰতিবাদীহে। আমাক ন্যায় লাগে। পলমকৈ খবৰ পাইছিলো যে বিকাশ তই চৰকাৰৰ চকুত পৰিছ। আৰু তোক চৰকাৰে এইবাৰ নিৰ্বাচনৰ সময়লৈকে জে’লত দিব পাৰে। কিন্তু মনে নামানে, ঘৰৰ প্ৰতিজন মানুহৰ পৰা এনেবোৰ ক্ষেত্ৰত গালি-শপনি মাজে মাজে। এতিয়া মই কৰিম কি? এই ধৰণৰ জাতিটোৰ প্ৰতিটো সমস্যাত যুঁজ দিয়া বিষয়টো মোৰ তেজে তেজে ৰঞ্জিত। শুদ্ধক শুদ্ধ বুলি আৰু ভুলক ভুল বুলি ক’বলৈ শিকিলো। ৰাজনৈতিক মেৰপাকেৰে চালে মই যোৱা ২৭ তাৰিখে আক্ৰোষমূলকভাৱে আমাৰ কেন্দ্ৰীয় নেতৃত্ব মাননীয় মুখ্য সচিব প্ৰধান ৰণ্টু পানীফুকন, উৎপল দত্ত, তন্ময় আৰু কোনো ভুল নথকাকৈ বিৰাজ বল্লভ কলিতাক গ্ৰেপ্তাৰ কৰিলে। আনকি সেইদিনা বিৰাজ বল্লভ কলিতা অসমতেই নাছিল। ৰণ্টু পানীফুকন আৰু কেন্দ্ৰীয় নেতৃত্বই কেৱল সংবাদমেলহে তাত সম্বোধন কৰিছিল। কিন্তু সকলোকে আক্ৰোশমূলক ভাৱে গ্ৰেপ্তাৰ কৰি জুবিন দাৰ বিষয়টোক তল পেলবালৈ আপ্ৰাণ চেষ্টা। নাপায় মহোদয় নাপায় এনে কৰিব। আকৌ ক’ম মোৰ উদ্দেশ্য অসমৰ আই মাতৃক অপমান কৰা নহয়। ই মনে সজা কিছুমান ৰাজনৈতিক ব্যক্তিৰ কুচক্ৰান্ত। সকলোকে মুকলি কৰি দিয়ক।
মাননীয় অসমৰ গৃহ বিভাগ, অসমৰ পুলিচ বিভাগে মোক বিচাৰি মিছাকৈ কষ্ট কৰিব নালাগে। মোৰ ওপৰত অহা মিছা অভিযোগসমূহ মই ৰাইজক উত্তৰৰ আকাৰে দিব লাগিব। নহ’লে মই যি দেখিলোঁ গ্ৰেপ্তাৰ হোৱাৰ পাছত ৬/৭ মাহলৈ অভিযোগৰ উত্তৰ দিয়াৰ সুবিধা নাই। আকৌ প্রত্যাহ্বান যে মোৰ স্বাক্ষৰিত যিকোনো এখন ধন দাবীপত্র পাৰিলে ৰাজহুৱা কৰক, য’ত ১০/১৫/২০ লাখ টকা দাবী কৰা হৈছিল।
জয় আই অসম, জয় জুবিন দা, ন্যায় পাবই লাগিব। # টেগ ১৩ মিলিয়ন কৰিবলৈ নাপাহৰিব। জুবিন দাৰ শেষৰখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ সকলোৱে চাব।
বিঃদ্রঃ- মাননীয় DGP, CP, DCP, ACP, OC আৰু অসম পুলিচৰ ওচৰত মই ক্ষমাপ্রার্থী যে আপোনালোকৰ ওচৰত মই ধৰা নিদিয়া বাবে। সময়ত মই নিজেই উপস্থিত হ’ম।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ClarificationSocial Mediaveer lachit senavikash asom
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d