Nalbari:
নলবাৰী চিকিৎসা মহাবিদ্যালয়ত “মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ I দুই শতাধিক বিভিন্ন ৰোগীৰ স্বাস্থ্য পৰীক্ষা।দ্বিতীয় পৰ্যায়ৰ শিবিৰত ১৮ বছৰৰ অনুৰ্ধৰ কিশোৰ-কিশোৰীৰ হাড়, পেশী,চকু, বৃক্ক, হৃদযন্ত্ৰ আদিৰ পৰীক্ষা আৰু চিনাক্ত কৰা হয় ।
ADVERTISEMENT
উল্লেখ্য যে নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱা আৰু অধীক্ষক ডাঃ মাধৱ ৰাজবংশীৰ তত্ত্বাবধানত “মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় I



































