Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইউনেস্ক’ৰ ঐতিহ্যৰ তালিকাত এইবাৰ পোহৰৰ উৎসৱ দীপাৱলী

publisher by publisher
December 11, 2025
in India, News
Reading Time: 1 min read
0
ইউনেস্ক’ৰ ঐতিহ্যৰ তালিকাত এইবাৰ পোহৰৰ উৎসৱ দীপাৱলী
6
SHARES
56
VIEWS
ShareShareShareShare

RelatedPosts

ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ইটালীৰ ৰন্ধনশৈলী : বিশ্বত প্ৰথমবাৰলৈ এই বিৰল স্বীকৃতি

Charideo Maidam has been recognized as a World Heritage Site:অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ

Unesco Join Usa :পুনৰ ইউনেস্ক’ত যোগদান কৰিব আমেৰিকাই

UNESCO:✒️মানৱ জাতিৰ দুর্লভসাংস্কৃতিক ঐতিহ্য আখ্যাৰে অভিহিত কৰি ইউনেস্ক’ৰে পোহৰৰ উৎসৱ দীপাৱলীক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰিছে। বুধবাৰে লালকিল্লাত অনুষ্ঠিত আন্তর্জাতিক সংস্থাটোৰ এক গুৰুত্বপূর্ণ বৈঠকত দীপাৱলীক ইউনেস্ক’ৰ মানৱ জাতিৰ দুর্লভ সাংস্কৃতিক ঐতিহ্যৰ প্রতিনিধি তালিকাত অন্তর্ভুক্ত কৰা হয়। স্বাভাৱিকতে এই বিবল স্বীকৃতিক লৈ দেশে-বিদেশে থকা ভাৰতীয় লোকসকল উৎফুল্লিত হৈছে।

ADVERTISEMENT

দীপাৱলীলৈ আগবঢ়োৱা এই সম্মানৰ কথা ইউনেস্ক’ৰে ঘোষণা কৰাৰ লগে লগে ‘ভাৰত মাতা কী জয়’, ‘জয় হিন্দ’, ‘বন্দে মাতৰম’ ধ্বনি উঠে।

দিল্লীৰ এক অনুষ্ঠানত ডাঙৰ পৰ্দাত দীপাৱলীৰ ফটোৰ সম্মুখত বিভিন্ন পৰম্পৰাগত সাজ পৰিধান কৰা বহু শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে। দীপাৱলীৰ প্ৰতি ইউনেস্ক’ৰে প্রদান কৰা এই স্বীকৃতিক লৈ প্রধানমন্ত্রী নবেন্দ্র মোদীও উৎফুল্লিত হৈছে। সামাজিক মাধ্যমত এটা প’ষ্টত তেওঁ কয়, ‘আমাৰ বাবে দীপাৱলী আমাৰ সংস্কৃতি আৰু মূল্যবোধৰ স’তে গভীৰভাৱে সংযুক্ত হৈ আছে। দীপাৱলী হৈছে আমাৰ সভ্যতাৰ আত্মা। ই প্রোজ্জ্বলতা আৰু সততাৰ প্ৰতিফলন ঘটায়।’

ইউনেস্ক’ৰ এই স্বীকৃতিয়ে দীপাৱলীক বিশ্বজুৰি জনপ্রিয় কৰিব বুলি উল্লেখ কৰি মোদীয়ে সংস্থাটোৰ সিদ্ধান্তক আদৰণি জনায়। এই সম্পর্কত তেওঁ লগতে কয়, ‘ভাৰতৰ জনতা আৰু বিশ্বৰ জনতা শিহৰিত হৈছে।’

একেদৰে বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে মতপোষণ কৰিছে যে ইউনেস্ক’ৰ এই স্বীকৃতিয়ে দীপাৱলীৰ প্ৰচুৰ সাংস্কৃতিক, ধর্মীয় আৰু আধ্যাত্মিক তাৎপর্যক সূচাইছে। দীপাৱলীয়ে ঐক্যবদ্ধ সমাজ গঢ়াত ভূমিকা পালন কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

ইউনেস্ক’ৰ দুর্লভ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ভাৰতৰ ১৬ উপাদান

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা ইউনেস্ক’ৰ মানৱ জাতিৰ দুর্লভ সাংস্কৃতিক তালিকাত আজিলৈ ভাৰতৰ ১৬ উপাদানে স্থান লাভ কৰিছে। ইয়াৰে ১৬ সংখ্যক উপাদান হ’ল দীপাৱলী। ইয়াৰ পূৰ্বে তালিকাখনত কুম্ভমেলা, কলকাতাৰ দুর্গা পূজা, গুজৰাটৰ গৰ্বা নৃত্য, যোগ, ৰামলীলা আদিয়ে স্থান লাভ কৰে। আজি লালকিল্লাত অনুষ্ঠিত ইউনেস্ক’ৰ বৈঠকে দীপাৱলীক তালিকাখনত খোদিত কৰাৰ কথা ঘোষণা কৰাৰ পাছত দেশৰ হৈ কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটে বিবৃতি আগবঢ়ায়।

এই সম্পর্কত মন্ত্রীজনে কয়, ‘প্রতিজন ভাৰতীয়ৰ বাবে দীপাৱলী এক গভীৰ আৱেগৰ বিষয়। প্ৰজন্মৰ পাছত প্রজন্ম ধৰি ভাৰতীয় লোকে দীপাৱলীৰ আনন্দ উপভোগ কৰি আহিছে, এই উৎসব পালন কৰি আহিছে আৰু ইয়াক মন-মগজুত পোথিত কৰিছে।’ মৃৎ শিল্পীৰ পৰা আৰম্ভ কৰি সমাজৰ সকলো স্তৰৰ লোকে এই ঐতিহ্য জীবম্ভ কৰি ৰাখিছে বুলিও শ্বেখাবটে মন্তব্য কৰে। তেওঁ লগতে কয় যে ইউনেস্ক’ৰ স্বীকৃতি হৈছে এক দায়িত্ব।

গতিকে দীপাৱলী জীৱন্ত ঐতিহ্য হৈ থকাটো সকলোবে নিশ্চিত কৰিব লাগিব বুলি মন্ত্রীজনে মতপোষণ কৰিছে। এই সম্পর্কত তেওঁ লগতে কয়, ‘আগন্তুক দীপাবলীত জনতাই এটা অতিৰিক্ত চাকি জ্বলোৱা উচিত। কৃতজ্ঞতাৰ চাকি, শান্তিৰ এগছি প্রদীপ, মানৱতাৰ এটি চাকি আৰু সুশাসনৰ এগছি চাকি জুলাই দীপাবলী উদ্যাপন কৰা উচিত।’ বিবৃতিৰ আৰম্ভণিতে তেওঁ সংস্কৃত শ্লোক ‘তমসো মা জ্যোতির্গময় (আন্ধাৰৰ পৰা মোক পোহৰলৈ নিয়া)’ আঁওৰায়। বিবৃতিটোৰ অন্তিমত তেওঁ ‘জয় হিন্দ’, ‘ভাৰত মাতা কী জয়’, ‘বাজা ৰামচন্দ্র জী কী জয়’ ধ্বনি লিখে।

উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে ইউনেস্ক’ৰ দুর্লভ সাংস্কৃতিক ঐতিহ্যৰ ৰক্ষণাবেক্ষণৰ আন্তঃচৰকাৰ সমিতিৰ অধিবেশনৰ আয়োজন কৰে। যোৱা আঠ ডিচেম্বৰৰ পৰা অহা ১৩ ডিচেম্বৰলৈ অনুষ্ঠিতব্য সংস্থাটোৰ এই অধিবেশন হৈছে ইয়াৰ ২০ সংখ্যক অধিবেশন।

ভাৰতক পাকিস্তানৰো শুভেচ্ছা

পোহৰৰ দীপাৱলীয়ে এই বিৰল স্বীকৃতি অর্জন কৰাৰ বাবে দেশ পাকিস্তানেও ভাৰতক শুভেচ্ছা জনাইছে। বিগত কিছু বছৰৰ পৰা দুয়োখন দেশৰ সম্পৰ্কৰ দ্রুত অৱনতি ঘটাৰ পাছতো দিল্লীস্থিত পাকিস্তানী কূটনীতিবিদ ছোৱাইব ছাৰৱাৰ সান্ধবে এই উপলক্ষে ভাৰতক অভিনন্দন জনাইছে। পাকিস্তানী উচ্চাযুক্তত নিয়োজিত সান্ধুৱে সংবাদ মাধ্যমৰ আগত কয়, ‘দীপাৱলী খোদিত হোৱাৰ বাবে মই ভাৰতক শুভেচ্ছা জনালো।’

উল্লেখ্য যে মঙলবাৰে ইউনেস্ক’ৰ উক্ত তালিকাত পাকিস্তানৰ প্রাচীন মৃত্যুমুখী লোকবাদ্য বৰীন্দোক স্থান দিয়া হয়। একেদিনাই কেনিয়াৰ দাইদা জনগোষ্ঠীৰ এক আধ্যাত্মিক নৃত্য আৰু পাৰাগুৱেৰ এক মিত্তিকা কাৰুকো ইউনেস্ক’ৰ উক্ত তালিকাত স্থান দিয়া হয়। আনহাতে, অধিবেশনৰ বাকী থকা দিনকেইটাত আন কেতবোৰ উপাদানো অন্তর্ভুক্তিৰ দিশ পৰীক্ষা কৰা হ’ব বুলি ইউনেস্ক’ই প্রকাশ কৰিছে। উল্লেখ্য যে উক্ত তালিকাত বিভিন্ন উপাদান অন্তর্ভুক্তিৰ বাবে বিশ্বৰ ৮০ খন দেশে ইউনেস্ক’ৰ ওচৰত আবেদন জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DeepavaliUNESCO
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d