Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AAASA:নিশা কি উদ্দেশ্যে স্ক’ৰপিঅ’ বাহনখন গৌৰীনগৰলৈ গৈছিল তাৰ শীঘ্ৰে তদন্ত হ’ব লাগে: আছা

নির্দোষীক হাৰাশাস্তি বন্ধ নকৰিলে পথত ওলাবলৈ বাধ্য হ'ব বুলি ক'লে

publisher by publisher
January 21, 2026
in Assam, Crime
Reading Time: 1 min read
0
AAASA:নিশা কি উদ্দেশ্যে স্ক’ৰপিঅ’ বাহনখন গৌৰীনগৰলৈ গৈছিল তাৰ শীঘ্ৰে তদন্ত হ’ব লাগে: আছা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Hagrama Mohilary:কোকৰাঝাৰৰ ঘটনাত তৃতীয় পক্ষৰ হাত! অভিযোগ মহিলাৰীৰ

Kokrajhar Situation Update:কোকৰাঝাৰৰ কাৰিগাঁৱত অগ্নিগর্ভা পৰিস্থিতি

Dibrugarh:জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত দুই লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজৰ উত্তাল প্ৰতিবাদ

AAASA:

কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰ অঞ্চলত যোৱা নিশা সংঘটিত ভয়াৱহ ঘটনাক কেন্দ্র কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সভাপতি ৰেজান হৰো আৰু সাধাৰণ সম্পাদক দেবেন ওৰাঙে এই হিংসাত্মক ঘটনাক তীব্ৰ গৰিহণা দি কয় যে যোৱা নিশা প্রায় আঠ বজাত চাৰিজন বড়ো যুৱকে এখন স্ক’ৰপিঅ’ বাহনৰে কোকৰাবাৰৰ গৌৰীগাঁৱত প্ৰৱেশ কৰোতে গাঁওবাসীয়ে সোধপোছ কৰে। তেতিয়া স্কৰ’পিঅ’ বাহনত থকা যুৱক চাৰিজনে পলাবলৈ চেষ্ট কৰে আৰু মানসিং ৰোডত কে’বাজনো যুৱকক মহটিয়াই স্ক’ৰপিঅ’ বাহনখন দুর্ঘটনাত পতিত হয়। সেই সময়ত গাঁওখনৰ ৰাইজে যুৱক চাৰিজনক মাৰধৰ কৰাত চিকনা জীহালীও বিসমিট নামৰ যুৱকজনে মৃত্যুক সাবটি লয়। আছাৰ নেতাদ্বয়ে কয়, ‘যুৱকজনৰ মৃত্যুত আছাই দুখ প্রকাশ কৰে। ইয়াৰ পাছত মঙলবাৰে এই ঘটনাক একাংশই হিংসাত্মক ৰূপ দি কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত দোকান-পোহাৰ ভাঙি দিয়াৰ লগতে কাৰিগাঁৱৰ আছাৰ আঞ্চলিক কার্যালয় আৰু অঞ্চলটোৰ ২৬টা গৃহত অগ্নিসংযোগ কৰা ঘটনাক তীব্র গৰিহণা দিছো। বিবৃতিটোত দুষ্কৃতিকাৰীসকলক ১২ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰি কঠোৰ শাস্তি প্রদানৰ দাবী জনায় আছাৰ নেতাদ্বয়ে। অন্যথা ২৪ ঘণ্টা অসম বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।

ADVERTISEMENT

বিবৃতিত তেওঁলোকে কয়, ‘দুষ্কৃতিকাৰীসকলে নির্দোষী লোকসকলক হাৰাশাস্তি কৰাটো আছাই কেতিয়াও সহ্য নকৰে। প্ৰশাসন আৰু আৰক্ষী-সেনাৰ চকুৰ সন্মুখতে কিদৰে আজি ২৬টাকৈ গৃহত অগ্নিসংযোগ কৰা হ’ল। যদি এই ঘটনা শীঘ্ৰে ৰোধৰ বাবে প্রশাসনে কাৰ্যকৰী ব্যৱস্থা গ্রহণ নকৰে তেন্তে সংগঠনটোৱে বুধবাৰৰ পৰা ৰাজ্যজুৰি ৰাজপথত ওলাবলৈ বাধ্য হ’ব আৰু ইয়াৰ পৰা উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে প্রশাসন জগৰীয়া হ’ব।’ লগতে বিবৃতিত স্ক’ৰপিত’ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত সুনীল মুর্মুৰ মৃত্যুত আছাই দুখ প্ৰকাশ কৰাৰ লগতে উচ্চ তদন্ত দাবী কৰে। তদুপৰি কয়, ‘কি কাৰণত বাহনখন নিশা আঠ বজাত গৌৰীনগৰ প্ৰৱেশ কৰিছিল এই সম্পূর্ণ ঘটনা শীঘ্ৰে তদন্ত কৰিবলৈ আমি দাবী জনাইছো আৰু সকলো পক্ষকে শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছো।

ইপিনে, এই ঘটনাক লৈ প্রতিক্রিয়া প্রকাশ কৰি সদৌ চাওতাল ছাত্ৰ সন্থাৰ উপ-সভাপতি দুর্গা ছোৰেনে কয়, ‘সোমবাৰৰ ঘটনাটো এক দুর্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হোৱা ঘটনা। যিসকলে আইন হাতত তুলি লৈছিল তাৰ ব্যৱস্থা আইনে ল’ব।’ আৰক্ষী সষ্টম হৈ আছে বুলি উল্লেখ কৰি ছোৰেনে কয় যে নিশাই ১৯জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ছোৰেনে কয়, ‘দুর্ঘটনাত গুৰুতৰভাৱে আহত হোৱা সুনীল মুর্মুৰ মৃত্যু হৈছে। ইয়াৰ মাজতে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীৰ সাম্প্রদায়িক তথা উচটনিমূলক বক্তব্যৰ পাছতে পৰিস্থিতি উত্তপ্ত হয়।’ কোকৰাঝাৰৰ সাংবাদিকসকলে পক্ষপাতমূলক বাতৰি পৰিবেশন কৰাৰ বাবে পৰিস্থিতি বেয়া হোৱা বুলি ছোৰেনে দাবী কৰি সংবাদ মাধ্যমক সংযম ৰক্ষা কৰি বাতৰি পৰিৱেশন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, ‘মঙলবাৰে কোকৰাঝাৰত য’তে-ত’তে আদিবাসী লোকক আক্রমণ কৰিছে, আদিবাসীৰ ঘৰ জ্বলোৱা, দোকান জ্বলোৱা, অনুষ্ঠান ধ্বংস কৰা ঘটনা সংঘটিত হ’ল। এজন লোকক ন্যায় দিবলৈ এই অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰক্ষীৰ ওপৰত বিশ্বাস নকৰি নিজে হাতত আইন তুলি লৈছে। ইয়াৰ ওপৰত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব লাগিব। আমি এই দাবী জনাইছো।’

সকলো পক্ষকে শান্তি-শৃংখলা বক্ষা কৰিবলৈ আহ্বান জনাই তেওঁ লগতে কয়, ‘চিৰাঙৰ গৰুভাষাত চাওতাল লোক এজনক খুকুৰিৰে আঘাত কৰা ঘটনাৰ ন্যায় বিচাৰি চাওতালসকলেও আন্দোলন কৰিছিল। কিন্তু কাকো আক্রমণ কৰা নাছিল, কোনো ঘৰ জ্বলোৱা নাছিল।’ চাওতাল ছাত্র সন্থাৰ উপ-সভাপতি ছোৰেনে কয় যে চাওতাল ছাত্র সন্থাই প্রশাসনক সহযোগিতা কৰাৰ বাবে বদ্ধপৰিকৰ। বড়ো জনগোষ্ঠীৰ নেতৃত্বক এই ঘটনা নিয়ন্ত্রণ কৰিবলৈ আহ্বান জনাই ছোৰেনে কয়, ‘আদিবাসী লোকসকল এতিয়াও শান্ত হৈ আছে। আমি সকলোৱে মিলি পৰিস্থিতি নিয়ন্ত্রণ কৰিব লাগিব। আইন হাতত তুলি লৈ কাৰোবাৰ ঘৰ জ্বলোৱা বা মাৰপিট কৰাৰ ঘটনা কোনোপধ্যে গ্রহণযোগ্য নহয়। বিদ্যালয় ছুটৰ পাছত আদিবাসী ছাত্র-ছাত্রী ঘৰলৈ যাব পৰা নাই। বিদ্যালয়ত আবদ্ধ হ’বলগীয়া হৈছে।’

ইপিনে, সোমবাৰৰ সংঘটিত হিংসাত্মক ঘটনা আৰু তাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতিৰ গৰিহণা দিয়ে আদিবাসী কল্যাণ পৰিষদৰ অধ্যক্ষ অসীম হাছদাই। তেওঁ কয় যে এটা উৰা বাতৰিক কেন্দ্ৰ কৰি হঠাতে সংঘটিত হোৱা দুর্ভাগ্যজনক ঘটনাৰ আলম লৈ সাম্প্রদায়িক সংঘাতৰ পৰিৱেশ সৃষ্টিৰ অপচেষ্ট কৰা সকলৰ বিৰুদ্ধে প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে। শ্ৰীৰামপুৰৰ নিজ বাসভৱনত এক সংবাদমেলত তেওঁ কয়, ‘ ঘটনটো সংঘটিত হৈছে এটা উৰা বাতৰিক কেন্দ্ৰ কৰি। উৰা বাতৰিৰ ওপৰত ভিত্তি কৰি এখন স্ব’বপিতা’ বাহনত চুৰি কৰি অনা গৰু থকা বুলি সন্দেহ কৰি স্ক’ৰপিঅ’ বাহনখন আটক কৰিবলৈ যাওতে গাড়ীৰ খুন্দাত সুনীল মুর্মু নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয়। ইয়াৰ পাছত একাংশ উত্তেজিত ৰাইজ গাড়ীখনক আটক কৰিবলৈ গাড়ীৰ পিছে পিছে দৌৰি যায় আৰু গাড়ীখনক লক্ষ্য কৰি শিল দলিয়ায়। স্ক’ৰপিঅ’ৰ চালকজনে নিয়ন্ত্রণ হেৰুওৱাত গাড়ীখন দুর্ঘটনাগ্রস্ত হয়। উত্তেজিত ৰাইজে গাড়ীৰ আৰোহীক আক্ৰমণ কৰাত ৰাজা বিসমুটি নামৰ এজন লোকৰ মৃত্যু হয়। ইয়াৰ পাছতে তীব্র উত্তেজনাৰ সৃষ্টি হয়।’ তেওঁ পুনৰ কয়, ‘আদিবাসীৰ আক্রমণত এজন বড়ো জনগোষ্ঠীৰ লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ সৃষ্টি হোৱা উত্তেজনাপূর্ণ পৰিৱেশত মঙলবাৰে পুৱাৰ পৰা কাৰিগাঁৱত বাছি বাছি নিৰীহ আদিবাসীৰ ওপৰত চলোৱা হয় তীব্র আক্রমণ। আদিবাসীৰ দোকান-পোহাৰ ভাঙি লণ্ডভণ্ড বৰাৰ উপৰি আদিবাসী গাঁৱত ভয়-ভীতি প্রদর্শন কৰি এক সাম্প্রদায়িক সংঘাতৰ পৰিৱেশ সৃষ্টি হোৱাটো কোনোপধ্যেই কাম্য নহয়। ঘটনাৰ লগত জড়িত উভয়পক্ষক চিনাক্ত কৰি প্ৰশাসনে আইনগত ব্যৱস্থা গ্রহণ কৰাৰ বাবে আমি দাবী জনাইছো আৰু উক্ত বিষয়টোৰ ওপৰত সাম্প্রদায়িক ৰঙ দিব বিচৰা সকলকো কঠোৰ হাতে দমন কৰাৰ বাবে প্রশাসনক দাবী জনাইছো।’ একাংশই সামাজিক মাধ্যমত এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাপূর্ণ বাতৰি পৰিৱেশন কৰি পৰিস্থিতি উত্তেজিত কৰিব বিচাৰিছে বুলি উল্লেখ কৰি হাছদাই ইয়াক নিয়ন্ত্রণ কৰিবলৈ প্ৰশাসনক দাবী জনায়।

আদিবাসী দল-সংগঠন আৰু বড়ো জনগোষ্ঠীয় দল-সংগঠনক ধৈর্য সহকাৰে পৰিস্থিতি মোকাবিলা কৰি শান্তিৰ পৰিৱেশ অটুট ৰাখিবলৈ আহ্বান জনায়। সংবাদমেলত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য চিনেশ হেমব্রমে দুয়োপক্ষক সংযমী হ’বলৈ আহ্বান জনায় কয় যে কোনো তৃতীয় পক্ষই যাতে বড়ো আৰু আদিবাসীৰ মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি দুয়োপক্ষই সষ্টম হ’ব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAASAkokrajhar situationsri rampur
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড
Assam

Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

September 7, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d