Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

    HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ডায়েবেটিছত ভাল নহয়, ফেটি লিভাৰত ফলৰ ৰস খাব পাৰিনে?

publisher by publisher
January 22, 2026
in Lifestyle
Reading Time: 1 min read
0
ডায়েবেটিছত ভাল নহয়, ফেটি লিভাৰত ফলৰ ৰস খাব পাৰিনে?
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

ভাৰতত দ্রুত বৃদ্ধি মধুমেহ ৰোগী, বিশ্বত প্রতি ন ছেকেণ্ডত মৃত্যু এজনৰ

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

Home Remedies For Fatty Liver:ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

গোটা ফলবোৰ চোবাই খাবলৈ সময় নাই। গতিকে আপুনি ফলৰ ৰস গিলি পেলালে। ডায়েবেটিছত ফলৰ ৰস একেবাৰে খাব নোৱাৰে। কিন্তু যকৃতৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ ফলৰ ৰস সেৱন কৰিব পাৰিনে?

ADVERTISEMENT

নে তাত থকা উপাদানে শৰীৰৰো ক্ষতি কৰিব পাৰে? জানো আহক।

ফলৰ পৰা ৰস উলিয়াওতে সকলো আঁহ আঁতৰি যায়। ফলৰ বসত ভিটামিন বা এন্টিঅক্সিডেন্ট নাথাকে। ফ্রুক্ট’জৰ দৰে কিছুমান খনিজ পদার্থ আৰু চেনিহে বাকী থাকে। অর্থাৎ ফলৰ বেছিভাগ পুষ্টিকৰ উপাদান আঁতৰি যায়। ফলৰ ৰসত থকা ফ্রুক্ট’জ লিভাৰ ফেটলৈ ৰূপান্তৰিত হয়। এই এপ্রিলতে ট্রাইগ্লিচাৰাইডৰ মাত্রা বৃদ্ধি পায়, ফলত চর্বিযুক্ত যকৃতৰ সম্ভাৱনা বৃদ্ধি পায়। সহজ ভাষাত ক’বলৈ গ’লে ফলৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে চর্বিযুক্ত যকৃতৰ সম্ভাৱনা বৃদ্ধি পায়।

সতেজ ফলতকৈ ফলৰ ৰসত ফ্রুক্ট’জ বেছি থাকে। শৰীৰে এই চেনি সোনকালে শোষণ কৰে। দিনৰ পাছত দিন শৰীৰত ফুক্ট’জৰ মাত্রা বৃদ্ধি পায় আৰু লিভাবে এই চেনিক চৰ্বিলৈ ৰূপান্তৰিত কৰে। এই অতিৰিক্ত চর্বিয়ে নন এলকহলিক ফেটি লিভাৰ, ডায়েবেটিছ আৰু মেদ বহুলতাৰ সম্ভাৱনা বৃদ্ধি কৰে।

চিকিৎসকৰ মতে মাজে মাজে ফলৰ ৰস খোৱাত কোনো ক্ষতি নহয়। কোনো ধৰণৰ চেনি নিদিয়াকৈ এগিলাচ ফলৰ ৰস খাব পাৰে। যিসকলৰ শৰীৰ অতি দুর্বল, মাহেকীয়াৰ সময়ত আৰু দুৰ্বল হৈ পৰে, তেওঁলোকে সেই সময়ত ফলৰ

বস খাব পাৰে। ইয়াৰ বাহিৰেও প্রতিদিনে ফলৰ ৰস খোৱাটো একেবাৰেই ভাল নহয়। গোটা ফলত আঁহ থাকে, যাৰ ফলত চেনি শোষণ প্রক্রিয়াটো লেহেমীয়া হয় আৰু তেজত চেনিৰ মাত্রা বৃদ্ধি হ’ব নিদিয়ে। ফলৰ ৰস প্ৰস্তুত কৰাৰ সময়ত এই আঁহ আঁতৰোৱা হয়। সেয়ে ফলৰ ৰস খালে চেনিৰ মাত্রা বৃদ্ধি পায়। ইয়াৰ বাহিৰেও গোটা ফল খালে পেটৰ আধা অংশ ভৰি পৰে, আনহাতে ফলৰ বসে ইয়াক বিভাজিত নকৰে। গোটা ফলত এন্টিঅক্সিডেন্টও থাকে, যিয়ে যকৃতৰ

কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে। গোটা ফল খোৱাটোৱেও ফেটি লিভাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। এই সকলোবোৰ কাৰণত ফলৰ ৰসৰ সলনি গোটা ফল খোৱাই ভাল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DiabeticFatty Liver
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d