Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দিনজোৰা চৰ্চাৰ পাছতো স্পষ্ট নহ’ল ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিলে নে নাই

চেমিম চুলতানা আহমেদ

publisher by publisher
February 17, 2026
in Assam, News
Reading Time: 1 min read
0
দিনজোৰা চৰ্চাৰ পাছতো স্পষ্ট নহ’ল ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিলে নে নাই
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Bhupen Bora:২৬ৰ বিধানসভা নির্বাচনৰ বাবে টঙালি বান্ধিছে কংগ্ৰেছে

Apcc Protest:কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষীৰ বাধাৰোপ

APCC Protest:মহানগৰীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি

প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈয়ে ‘ছ ইজ হিমন্ত বিশ্ব শর্মা’, ‘দেশতকৈ মামী ডাঙৰ নহয়’ আদি শ্ল’গানৰে মুখ্যমন্ত্রীৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উত্থাপন কৰি ৰাজ্যজুৰি ব্যাপক অভিযান আৰম্ভ কৰাৰ সময়তে কালি হঠাতে দলৰ এজন জ্যেষ্ঠ নেতা, প্রাক্তন সভাপতি ভূপেন বৰাই পদত্যাগ ‘কৰা-নকৰা’ৰ নাটকে দিনজুবি চাঞ্চল্য অব্যাহত ৰাখে।

ADVERTISEMENT

মুখ্যমন্ত্রী আৰু তেওঁৰ পৰিয়াল ১২ হেজাৰ বিঘা মাটিৰ গৰাকী বুলি গৌৰৱে গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাজ্যজুৰি অভিযান চলাই থকাৰ সময়তে সোমবাৰে পুৱা প্রাক্তন সভাপতি তথা কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ অধ্যক্ষৰ দায়িত্বত থকা বৰাই পদত্যাগ কৰা বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে। ইয়াৰ পাছতে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত জিতেন্দ্র সিং, বিধায়িনী দলপতি দেবব্রত শইকীয়াসহ এটা দলে বৰাৰ ঘৰত তেওঁক দল ত্যাগ নকৰিবলৈ সৈমান কৰিবলৈ যায়।

পৰৱৰ্তী পৰ্যায়ত বৰাই কয় যে তেওঁ কাইলৈহে দল ত্যাগ কৰা বা নকৰা সন্দৰ্ভত সিদ্ধান্ত ল’ব। অর্থাৎ সমস্ত বিষয়টো এক দোমোজাৰ মাজত সোমাই পৰে।বৰাই কয়, ‘মই কিয় পদত্যাগ কৰিছো সেয়া এতিয়াই কোৱাটো সমীচীন নহ’ব। মোৰ দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্ব মোৰ ঘৰলৈ আহিছে। সময়ত সকলো কথা খুলি ক’ম।’

ইপিনে, সোমবাৰে কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ বৈঠকত ভূপেন বৰাৰ অনুপস্থিতি সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে কোনো এজন নেতা অনুপস্থিত থকাটো অস্বাভাবিক নহয়। আজি দলীয় বৈঠকত উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰ স’তেও আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি বৰা সন্দৰ্ভত গগৈয়ে কয়, ‘তেওঁ সময় বিচাৰিছে আৰু আমি ইয়াৰ বাবে অপেক্ষা কৰিছো।’

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বৰাৰ ঘৰলৈ যাব বুলি উল্লেখ কৰা সন্দর্ভতো গগৈয়ে কয়, ‘মুখ্যমন্ত্ৰীৰ কথাবোৰ তেওঁৰ চকী অনুসৰি নহয়।’

কিয় দিলে পদত্যাগপত্র

ভূপেন বৰাই সাংবাদিকক কয় যে দল যিদৰে পৰিচালনা কৰা হৈছে এই কার্যত তেওঁ অসন্তুষ্ট। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ আওপকীয়াকৈ প্রাক্তন মন্ত্রী দলীয় সতীৰ্থ ৰকিবুল হুছেইনৰ বিৰুদ্ধে অসন্তুষ্টি প্রকাশ কৰে। বৰাই কয়, ‘দলৰ গাড়ীখন মাজুলীলৈ যাওতে তালৈ কোন যাব লাগে, যাব নালাগে এই বিষয়ে দলে সঠিক সিদ্ধান্ত ল’ব নোৱাৰে। এইদৰে দল কৰিলে দলৰ ভৱিষ্যৎ কি হ’ব সেই কথা মই কেন্দ্রীয় নেতৃত্বক জনাইছো। কেন্দ্রীয় নেতৃত্বই কি চিন্তা কৰিব সেই সিদ্ধান্ত জনাৰ পাছত মই আপোনালোকক জনাম।’

আনহাতে, মিত্রতা আলোচনা প্ৰসংগত তেওঁৰ স’তে হুছেইনকো কমিটীত অন্তর্ভুক্ত কৰাৰ পাছতো অসন্তুষ্ট হৈছে বুলিও আওপকীয়াকৈ তেওঁ কয়। এই কথাবোৰ সকলোৱে জানে বুলিও কয়। দলীয় সূত্রত প্রকাশ যে হুছেইনৰ স’তে মাতবোল নাই বৰাৰ।

অগ্নিপৰীক্ষা গৌৰৱৰ

আজি পুৱা আঠ বজাতে দলীয় হাইকমাণ্ডক পদত্যাগপত্র প্রদান কৰি বৰাই কৈছে যে তেওঁ ৩২ বছৰ কংগ্ৰেছ কৰিছে। দুবাৰকৈ বিধায়ক নির্বাচিত হোৱা বৰাই বিগত সময়ছোৱাত অৱশ্যে নির্বাচনী ৰাজনীতিত পৰাজয়ৰ সম্মুখীন হয়। বৰাক দলে বাজ্যিক সভাপতিৰ দায়িত্ব অর্পণ কৰিছিল। অৱশ্যে তেওঁ দলক বিজেপিৰ আগ্রাসনৰ মুখত গতি দিব পৰা নাই বুলি দলৰ ভিতৰতে সমালোচনা হোৱাৰ উপৰি দল বহুধাবিভক্ত হোৱাৰ পথত আগবঢ়া বুলিও চর্চা হৈছিল। দেবব্রত শইকীয়া, প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আদিক কেন্দ্র কৰি দলত কে’বাটাও শিবিৰে মূৰ দাঙি উঠা বুলিও চর্চা হৈছিল। এই সময়তে দলীয় সকলো বিবাদ আঁতৰাবলৈ এআইচিচিয়ে গৌৰৱ গগৈক দায়িত্ব অর্পণ কৰে। ইয়াৰ পাছত ভূপেন বৰাক নির্বাচনী সমিতিৰ অধ্যক্ষৰ দায়িত্ব আৰু শেহতীয়াকৈ তেওঁক মিত্ৰতাৰ আলোচনা আগবঢ়াবলৈ দায়িত্ব দিয়া হয়। ইয়াৰ সমান্তৰালকৈ এই কমিটীত হুছেইনকো অন্তর্ভুক্ত কৰাত তেওঁ ক্ষুব্ধ হয়। সূত্রত প্রকাশ যে হুছেইনৰ স’তে সম্পর্কত তিক্ততা আছে বৰাৰ। বৰা সভাপতি হৈ থকা সময়তে হুছেইনে বহু স্থানত জিলা সভাপতি, ব্লক সভাপতি আদিৰ নিযুক্তি তেওঁক নোসোধাকৈ দিয়া বুলিও তীব্র অসন্তুষ্টি প্রকাশিত হৈছিল। এই বিষয়টো গৈ এআইচিচিৰ মজিয়াও পায়। ইপিনে, বিগত লোকসভা নির্বাচনত টিকটৰ বিনিময়ত ধনৰ লেনদেনৰ অভিযোগো বৰা সভাপতি হৈ থাকোতে বিভিন্ন সংবাদ মাধ্যমত প্রকাশ পাইছিল।

সোমবাৰে বৰাই পদত্যাগ কৰা বুলি বাতৰি বিয়পোৱাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে বৰাই বিজেপিত যোগদান কৰিলে তেওঁ বিজেপিৰ বাবে সুৰক্ষিত বুলি চিহ্নিত আসনত বৰাক প্রার্থিত্ব দিব।

একালৰ সতীর্থ মুখ্যমন্ত্রীক বিভিন্ন বাক্যবাণেৰে বিভিন্ন সময়ত আক্ৰমণ কৰিলেও ভিতৰুৱাকৈ মুখ্যমন্ত্ৰীৰ স’তে ‘ভিতৰি নেৰিবা বেথা’ জাতীয় সম্পর্ক থকা বুলিও চর্চা আছে। কালি বৰাৰ পদত্যাগ সন্দর্ভত স্বাভাৱিকতে দলৰ মজিয়াত ব্যাপক চৰ্চা আৰম্ভ হয়।

তিনিটা দশক কংগ্ৰেছত থকা দলৰ শীর্ষ নেতাৰ পদত্যাগৰ বাতৰিয়ে স্বাভাৱিকতে জোঁকাৰণি তুলিছে যদিও ইয়াৰ লগে লগে এয়া গৌৰৱ গগৈৰ অগ্নিপৰীক্ষাৰ সময় বুলিও দলৰ ভিতৰতে প্রশ্ন উত্থাপন হৈছে। ইয়াৰ কাৰণ হৈছে মুখ্যমন্ত্রীৰ ভাষ্য আৰু কিছুমান চর্চা।

দীর্ঘদিন ধৰি দলৰ ভিতৰে-বাহিৰে চৰ্চিত বিষয়বোৰৰ ভিতৰত অন্যতম হৈছে কংগ্ৰেছৰ শীৰ্ষ পদবীধাৰীৰ দল ত্যাগ আৰু বিজেপিত যোগদান। ইতিপূৰ্বে বৰাকে ধৰি পূৰ্বৰ সভাপতিসকলৰ কাৰ্যকালত বহু কংগ্ৰেছ নেতাই বিজেপিত যোগ দিছে। বৰ্তমানৰ বৰাকে ধৰি সাংসদ প্রদ্যুৎ বৰদলৈ আনকি বিৰোধী দলপতি দেবব্রত শইকীয়াৰ নামো এই তালিকাত আছে।

বিগত লোকসভা নির্বাচনৰ পূৰ্বে বৰদলৈয়ে বিজেপিত যোগদান কৰিব বুলি তীব্র চর্চা চলিছিল। বৰাক সভাপতিৰ আসনৰ পৰা আঁতৰোৱাৰ পাছত তেওঁৰ সম্পর্কেও এই চর্চা চলিছিল। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে বৰাৰ বাবে সুৰক্ষিত আসনত টিকটৰ কথা কৈ ক্ষান্ত হোৱা নাই, সাংসদ বৰদলৈয়ে ২০১৯ত আৰু ২০২৬ত শইকীয়াই বিধানসভা নির্বাচনত পৰাজিত হৈ ২০২৭ত বিজেপিত যোগ দিব বুলি কৈছে।

স্বাভাৱিকতে এনে ধৰণৰ ভাষ্য কংগ্ৰেছৰ বাবে ৰাজনৈতিকভাবে ভাল লগা বিষয় নহয়। তদুপৰি সাংসদ হুছেইনক লৈয়ো বিভিন্ন চর্চা আছে। সেয়েহে এতিয়া বল গৌৰৱৰ ক’ৰ্টত। দলৰ একাংশ সূত্রই কয় যে তৰুণ নেতা গৌৰৱৰ বাবে এয়া অগ্নিপৰীক্ষাৰ সময়। প্রকৃতার্থত যদি দলীয় শীর্ষ নেতাই মুখ্যমন্ত্ৰীৰ স’তে কোনো ধৰণৰ গোপন যোগাযোগ ৰক্ষা কৰি আছে আৰু তেওঁ দাবী কৰা অনুসৰি বিজেপিলৈ যাবলৈ প্রস্তুত হৈ আছে, তেন্তে এইসমূহ প্রত্যাহ্বান ওফৰাই কংগ্ৰেছক অসমত নৰূপত প্রতিষ্ঠা কৰি নেতৃত্ব প্রদর্শন কৰিবলৈ সক্ষম হ’ব নে গৌৰৱ গগৈ? এয়া আজিৰ তাৰিখত এক বৃহৎ প্রশ্ন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhupen Bora
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d