Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc Protest:কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষীৰ বাধাৰোপ

মৃদুল হুছেইনৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবীত কংগ্ৰেছীৰ এই প্ৰতিবাদ ,আটক ভূপেন বৰা,ৰিপুণ বৰা আৰু জাকিৰ হুছেইন শিকদাৰক

publisher by publisher
December 20, 2024
in Assam, India, News
Reading Time: 1 min read
0
Apcc Protest:কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষীৰ বাধাৰোপ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

Gaurav Gogoi:কংগ্ৰেছ চৰকাৰ আহিলে তিনিমাহৰ ভিতৰত জুবিন ক্ষেত্ৰৰ আন্ত;গাঠনি উন্নয়ন কৰা হব 

Cattle Seized in Khanapara:মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ জালত গো-ভর্তি বাহন

Apcc Protest:

➡️ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষীৰ বাধাৰোপ ৷

ADVERTISEMENT

➡️ মৃদুল হুছেইনৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবীত কংগ্ৰেছীৰ এই প্ৰতিবাদ ৷

➡️ যুৱ কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল ৰাজধানী দিছপুৰ ৷

➡️ ভেটাপাৰাৰ পৰা  মানবেন্দ্ৰ শইকীয়া কমপ্লেক্স অভিমুখে পদব্ৰজে আহি থকা পথত, আটক ভূপেন বৰা,ৰিপুণ বৰা আৰু জাকিৰ হুছেইন শিকদাৰক ৷

➡️ হাতীগাঁও থানাৰ সমীপত আটক কৰা হয় নেতাত্ৰয়ক ৷

➡️ বিধায়ক দিগন্ত বৰ্মন আৰু ৰাতুল কলিতাকো আটক মহানগৰ আৰক্ষীৰ ৷

➡️ আৰক্ষীয়ে আটক কৰাৰ পিছতে অসুস্থ হৈ পৰে ভূপেন বৰা ৷

➡️ ভূপেন বৰাক আৰক্ষীয়ে লৈ যায় কাহিলাপাৰাস্থ দশম এপিবিএন কাৰ্যালয়লৈ ৷

➡️ ৰিপুন বৰাক আৰক্ষীয়ে লৈ যায় বশিষ্ট থানালৈ ৷

➡️ পশ্চিম অসমৰ পৰা অহা বহু কংগ্ৰেছীক শৰাইঘাট দলঙৰ সমীপৰ পৰা ঘূৰাই পঠিয়াই আৰক্ষীয়ে ৷

➡️ গুৱাহাটীত প্ৰৱেশত বাধাৰোপ আৰক্ষীৰ ৷

➡️ জনতা ভৱনত ঘেৰাও কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বহু সংখ্যক কংগ্ৰেছী ৷

➡️ দিছপুৰস্থ মানবেন্দ্ৰ কমপ্লেক্সত আৰক্ষীৰ বেৰিকেড অতিক্ৰম কৰি দিছপুৰ অভিমুখে যুৱ কংগ্ৰেছী ৷

➡️জুবেদ আলমৰ নেতৃত্বত গণেশ মন্দিৰৰ সন্মুখত পথৰ ওপৰত বহি উত্তাল প্ৰতিবাদ কংগ্ৰেছীৰ ৷

➡️ গণেশ মন্দিৰৰ সমীপতে আৰক্ষীয়ে বাধা দি ৰাখিলে প্ৰতিবাদী কংগ্ৰেছীক ৷

➡️ ঠায়ে ঠায়ে আৰক্ষীৰ বেৰিকেড ভেদি দিছপুৰ অভিমুখে প্ৰতিবাদকাৰী কংগ্ৰেছী ৷

➡️কংগ্ৰেছৰ প্ৰতিবাদ ৰোধিবলৈ আৰক্ষীৰ সমৰসজ্জা ৷

➡️ আৰক্ষীৰ গুৱাহাটী পূব জিলাত এছএছবি আৰু চিআৰপিএফ জোৱান নিয়োগ ৷

➡️ সাজু কৰি ৰাখিছে  বজ্র , অগ্নি নির্বাপক বাহিনীৰ বাহন ৷

➡️ জনতা ভৱনৰ চৌদিশে আৰক্ষী – চিআৰপিএফৰ কটকটীয়া নিৰাপত্তা বেষ্টনী ৷

➡️ প্ৰতিবাদীক ৰোধিবলৈ নিজেই পৰিস্থিতি তদাৰক মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Apcc ProtestBhupen BoraGuwahati PoliceJakir Hussain Sikdar DetainedMridul Hussain Dead CaseRipun BoraYuoth Congress Protest
publisher

publisher

Related Posts

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d