Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

publisher by publisher
April 7, 2026
in News
Reading Time: 1 min read
0
Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

Re-voting in N.karimganj One Polling Centre:শ্রীভূমিৰ এটা ভোটকেন্দ্রত আজি পুৱাৰে পৰা পুনৰ আৰম্ভ ভোটগ্রহণ

Sarbananda Sonowal Election Rally in Moran:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:– ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন থকা অৱস্থাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনডিএ কে’বাগৰাকী প্ৰাৰ্থী হৈ উজনি- নামনিত মাৰাথন প্ৰচাৰ চলাই ৷ পুৱাতে একাদিক্ৰমে বৰপেটা ,হোজাইত বিশাল সভাত অংশ লৈ বিয়লি মৰাণত অনুষ্ঠিত আন এখন বিশাল জনসভাত অংশ লয় ৷

ADVERTISEMENT
মৰাণত আয়োজিত এই বিজয় সংকল্প সভাত নিৰ্বাচনী প্ৰচাৰ চলায়। এই বিজয় সংকল্প সভাত বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰে মৰাণত জনসমুদ্ৰৰ সূচনা হয়। এই সভাত কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালেও অংশগ্রহণ কৰে।
কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, “দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ আটাইতকৈ মৰমৰ আৰু বিশ্বাসযোগ্য নেতা। তেখেতে দক্ষতা, যোগ্যতা, দৃঢ়তা, সততা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি বিশ্বৰ মানৱ সমাজৰ শক্তিশালী দৃষ্টি আকৰ্ষণ কৰিছে, যাৰ ফলত বিশ্বৰ আটাইতকৈ জনপ্রিয় নেতা হিচাপে প্রতিষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।”

সোণোৱালে কয়, “পোনপ্রথমে সমবেত ৰাইজক মই আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্রদ্ধা জ্ঞাপন কৰিছোঁ। এই বিশাল সভাত অংশগ্রহণ কৰিছে শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টি, চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা সমষ্টি, ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া,দুলীয়াজান, চাবুৱা-লাহোৱাল, টিংখাং, খোৱাং আৰু ডিব্ৰুগড় – এই নটা বিধানসভা সমষ্টিৰ ৰাইজে। এই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে ৰাইজে যি কষ্ট স্বীকাৰ কৰিছে, তাৰ বাবে মই প্ৰতিগৰাকী সমবেত লোকক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ।

বর্তমান অসমত জাতীয় জীৱনৰ অস্তিত্ব, মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য আৰু ঐতিহ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পার্টিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত যোৱা দহ বছৰত উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ ফলত আজি অসমীয়া মানুহৰ মনত এই বিশ্বাস সৃষ্টি হৈছে যে বিজেপি মিত্রজোঁট থাকিলেহে আমি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব পাৰিম।

স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি তোলা এই বৰ অসম চিৰদিনে অসমীয়াৰ হাতত থাকিব- এই বিশ্বাস আজি ৰাইজৰ মাজত দৃঢ় হৈছে। কাৰণ যোৱা দহ বছৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক আঠ লাখতকৈও অধিক মাটিৰ পট্টা প্ৰদান কৰা হৈছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত। আৰু দুশ বছৰীয়া অসমৰ চাহ উদ্যোগৰ শ্ৰমিকসকলৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে তিনিলাখ তেত্ৰিছ হাজাৰ শ্ৰমিক পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হৈছে আৰু তেখেতসকলৰ স্বাভিমান, কৃষ্টি, সংস্কৃতি, ভাষা আৰু সাহিত্যৰ সুৰক্ষা তথা প্ৰসাৰৰো ব্যৱস্থা কৰা হৈছে।

ইয়াৰ উপৰিও অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি প্রদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ অনুভূতি মাতৃভাষাৰ সুৰক্ষাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ মাটি, ভেটি ভৱিষ্যতৰ দিনত অসমীয়াৰ হাতত যাতে স্থায়ীভাৱে থাকে, তাৰ বাবে প্রধানমন্ত্রীয়ে যোৱা দহ বছৰত ৰাজ্য চৰকাৰখনক আহ্বান জনাইছিল যে অবৈধ বাংলাদেশী মুছলমান থকা অঞ্চলসমূহৰ পৰা তেওঁলোকক উচ্ছেদ কৰি সেই মাটি, ভেটি খিলঞ্জীয়াৰ হাতত অর্পণ কৰিব লাগে, যাতে আমি আগন্তক দিনত ক’ব পাৰোঁ– আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ।

এই মাটিৰ ওপৰত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব। ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব। চাওলুং চুকাফাই যিখন বৰ অসম আমাক উপহাৰ দিলে আৰু স্বর্গদেউসকলে যিখিনি উল্লেখযোগ্য অৱদান আগবঢ়ালে, তাৰ ফলশ্ৰুতিত আজি অসমীয়া জাত শক্তিশালী হৈছে। সেয়েহে স্বৰ্গদেউসকলৰ স্মৃতি জড়িত চৰাইদেউ মৈদামক ইউনেস্কোৰ গুৰুত্বপূৰ্ণ ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি প্রদান কৰা হৈছে প্রধানমন্ত্রীৰ উদ্যোগত।

ইয়াৰ উপৰিও মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰি তেখেতক বিশ্বৰ অন্যতম মহাবীৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰা হৈছিল, তাৰ বাবে আজি অসমীয়াৰ গৌৰৱ বৃদ্ধি পাইছে। অনাগত দিনবোৰতো নিশ্চিতভাৱে অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকা, পাহাৰ -ভৈয়াম অঞ্চলত বসবাস কৰা সৰু-বৰ সকলো জাতি-জনগোষ্ঠীৰ মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য আৰু ঐতিহ্য সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হ’ব।

অসমীয়া জাতিয়ে আগন্তুক দিনত বিশ্বৰ অন্যতম শক্তিশালী জাতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিব এইটো আমাৰ দৃঢ় লক্ষ্য। তাৰ বাবে উঠি অহা প্রজন্মক আধুনিক শিক্ষা, দক্ষতা আৰু আদর্শ, মূল্যবোধেৰে গঢ়ি তুলি শক্তিশালী নাগৰিক হিচাপে প্ৰস্তুত কৰিব লাগিব। প্ৰিয় ৰাইজ, এই যাত্ৰাত আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতা অত্যন্ত প্রয়োজন। আমাৰ মঞ্চত উপস্থিত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আপোনালোকৰ শ্ৰীচৰণত মূৰ দোৱাই আশীর্বাদ বিচাৰিছে। গতিকে উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ বাবে এনডিএ-ৰ প্রার্থীসকলক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনালোঁ।”

এই সময়ছোৱাত মঞ্চত উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যসভাৰ সাংসদদ্বয় যোগেন মোহন আৰু তেৰছ গোৱালা প্ৰমুখ্যে বহুকেইটা সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থীসকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam assembly elaction 2026Cabinet Minister Sarbananda Sonowalelection rallyMoran
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d