Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

    R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা

    Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

    Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !

    Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

    Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পৰস্পৰৰ্ক পছন্দ কৰিয়েই মিলন হৈছিল নিয়াণ্ডাৰথাল মানৱ-আধুনিক মানৱীৰ

publisher by publisher
April 12, 2026
in News, world
Reading Time: 1 min read
0
পৰস্পৰৰ্ক পছন্দ কৰিয়েই মিলন হৈছিল নিয়াণ্ডাৰথাল মানৱ-আধুনিক মানৱীৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Dhubri:উৎকট গৰমৰ বাবে ধুবুৰীত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি

Dispur:দিছপুৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Neanderthals:✒️আধুনিক মানুহ বা হোমো ছেপিয়েন্সৰ স’তে মিলন হৈছিল নিয়াণ্ডাৰথালসকলৰ। অৱশ্যে ইজনে সিজনক পছন্দ কৰাৰ ভিত্তিতেই সেই মিলন হৈছিল। নিয়াণ্ডাৰথাল মানব → সম্পর্কীয় এক জিন গবেষণাত সম্প্রতি এনে আভাস পোৱা গৈছে।

ADVERTISEMENT

গৱেষণাত দেখা গৈছে যে অধিকাংশ মিলনেই হৈছিল নিয়াণ্ডাৰথাল মানৱ আৰু আধুনিক মানৱীৰ মাজত। ইয়াৰ বিপৰীত অতি কমেই হৈছিল।

আধুনিক মানুহ বা হোমো ছেপিয়েন্সেই হৈছে সম্প্রতি পৃথিবীত বর্তি থকা একমাত্র মানব প্রজাতি। ‘হোমো’ গণৰ বাকী আত্মীয়সকল সময়ৰ লগে লগে পৃথিৱীৰ পৰা হেৰাই গৈছে। তেনে এক আত্মীয়ই হৈছে নিয়াণ্ডাৰথাল।

আজিৰ পৰা প্ৰায় ৪০ হেজাৰ বছৰৰ আগলৈকে তেওঁলোক পৃথিবীত তিষ্ঠি আছিল। আফ্রিকা মহাদেশৰ বাহিৰত বসবাসকাৰী আধুনিক মানুহৰ ডিএনএত এতিয়াও নিয়াণ্ডাৰথাল জিনৰ ধাৰা পোৱা যায়।

পোৱা যায় প্রায় দুই শতাংশ পর্যন্ত য়িাণ্ডাৰথাল ডিএনএ। ইয়াৰ পৰাই স্পষ্ট হয় যে দুই মানৱ প্ৰজাতি মাজত যৌন মিলন হৈছিল। এইবাৰ জনা গৈছে যে সেই মিলন পৰস্পৰক পছন্দৰ ভিত্তিতে হৈছিল।

দুই ভিন্ন মানৱ প্ৰজাতিৰ মিলনক লৈ সম্প্রতি এক গবেষণা কৰে পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ জেনেটিক্স বিভাগৰ গৱেষকসকলে। সেই জিন গবেষণাতে দেখা গ’ল যে অধিকাংশ ক্ষেত্রতে আন্তঃপ্রজাতি মিলনত জড়িত আছিল নিয়াণ্ডাৰথাল মানৱ আৰু আধুনিক মানৱী।

বিপৰীত দিশটো অর্থাৎ নিয়াণ্ডাৰথাল মানৱী আৰু আধুনিক মানৱৰ মাজত মিলন বৰ বেছি হোৱা নাই বুলিয়েই দাবী কৰিছে গৱেষকৰ দলে। সম্প্রতি ‘ছায়েন্স’ জার্ণেলত এই গবেষণা প্রকাশ পাইছে। জিন বিশ্লেষণত উঠি অহা তথ্যৰ ভিত্তিতে গবেষকসকলে দাবী কৰিছে যে মিলনৰ বাবে সংগী নিৰ্বাচনৰ ক্ষেত্ৰত দুই মানর প্রজাতিৰ নির্দিষ্ট কিছু পছন্দ আছিল।

তেওঁলোকে অনুমান কৰিছে যে হয় আধুনিক মানৱীসকলে নিয়াণ্ডাৰথাল মানৱক বেছি পছন্দ কৰিছিল, নতুবা নিয়াণ্ডাৰথাল মানৱসকলে আধুনিক মানবীসকলক পছন্দ কৰিছিল, কিংবা উভয়েই।

আধুনিক মানুহৰ আবির্ভাব হৈছিল আজিৰ পৰা প্ৰায় চাৰে তিনি লাখ বছৰৰ পূর্বে। আফ্রিকা মহাদেশত আমাৰ প্ৰজাতিৰ প্ৰথম আবির্ভাব ঘটে। দীর্ঘ সময় ধৰি আফ্রিকা মহাদেশৰ ভিতৰতে সীমাবদ্ধ আছিল আধুনিক মানুহৰ জনগোষ্ঠী। বহুত পাছতহে আধুনিক মানুহে আফ্ৰিকাৰ বাহিৰত ভৰি ৰাখে।

আনুমানিক ৬০-৭০ হেজাৰ বছৰৰ পূৰ্বে তেওঁলোক আফ্ৰিকাৰ পৰা ইউৰোপত বিয়পি পৰে। যদিও কিছু জীৱাশ্ম প্রমাণে ইংগিত দিয়ে যে আৰু আগতেই আধুনিক মানুহে আফ্ৰিকাৰ বাহিৰত বিয়পি পৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে ব্যাপক হাৰত তেতিয়াও বিয়পি পৰা নাছিল।

আধুনিক মানুহে আফ্রিকা এৰি ইউৰেছিয়াত বিয়পি পৰিবলৈ ক আৰম্ভ কৰাৰ সময়তে তেওঁলোক নিয়াণ্ডাৰথালসকলৰ মুখামুখি হয়। আধুনিক মানুহে ইউৰেছিয়াত ভৰি ৰখাৰ পূৰ্বেই নিয়াণ্ডাৰথাল মানৱ প্রজাতিয়ে তাত বাস কৰিছিল। এই দুই প্ৰজাতিৰ মাজত যে যৌন মিলন হৈছিল, সেই প্রমাণ আগতেই পোৱা গৈছে। অতীতৰ গৱেষণাত দাবী কৰা হয় যে প্রায় ৪৫ৰ পৰা ৫০ হেজাৰ বছৰৰ পূৰ্বে আজিৰ মানুহ আৰু নিয়াণ্ডাৰথালসকলৰ মাজত প্রজনন ঘটিছিল।

তাৰ পাছত আজিৰ পৰা প্ৰায় ৪১ হেজাৰ বছৰৰ পূৰ্বে নিয়াণ্ডাৰথালসকল পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰে। অৱশ্যে তেওঁলোকৰ ডিএনএ এতিয়াও কিছু মানুহৰ মাজত ৰৈ গৈছে।

সম্প্রতি ‘হোমো’ গণৰ এটা প্রজাতিয়েই পৃথিৱীত বর্তি আছে, সেইটো হৈছে আধুনিক মানুহ। বিগত কিছু বছৰত এই দুই প্ৰজাতিৰ আন্তঃপ্রজননক লৈ অনেক গৱেষণা হৈছে।

আন এক সাম্প্রতিক গৱেষণাত উঠি আহিছে যে নিয়াণ্ডাৰথালসকলৰ মাজতো হয়তো চুম্বনৰ প্ৰচলন আছিল। সেই গৱেষণাতে দাবী কৰা হয় যে আদিমানৱসকলৰ স’তে নিয়াণ্ডাৰথালসকলৰ কেৱ শাৰীৰিক মিলনেই হোৱা নাই; উভয়ৰ মাজত চুম্বনো হৈছিল। এইবাৰ জনা গ’ল যে দুই প্রজাতিয়ে মিলনৰ সংগীও নিৰ্বাচন কৰিছিল পৰস্পৰৰ পছন্দৰ ভিত্তিত। পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে, এয়া কোনো বিচ্ছিন্ন ঘটনা নাছিল বা কম সময়ৰ বাবে এই ‘পছন্দৰ সংগী’ নিৰ্বাচনৰ ব্যৱস্থা নাছিল।

কে’বা হেজাৰ বছৰৰ পৰাই এই পৰস্পৰক পছন্দ কৰাৰ ধাৰা চলি আহিছে। অৱশ্যে কিয় এই পছন্দ কেৱল নিয়াণ্ডাৰথাল পুৰুষ আৰু আধুনিক মানৱীৰ মাজতেই সীমিত আছিল, অথচ বিপৰীত বৰ বেছি হোৱা নাছিল; সেই বিষয়ত এই গৱেষণাই কোনো আলোকপাত কৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা
Assam

August 29, 2026
R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা
Crime

R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা

August 29, 2026
Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক
Assam

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

August 29, 2026
Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !
Flood

Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !

August 29, 2026
Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !
International

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

August 29, 2026
Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !
Assam

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

August 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d