Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

প্ৰেমিকাৰ পৰিয়ালৰ দ্বাৰা হত্যাৰ অভিযোগ, ফোনত মাতি নিছিল যুৱতীয়ে

publisher by publisher
August 29, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক
6
SHARES
55
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Tinsukia Incident:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ বৰদলৈ নগৰ অঞ্চলত এজন যুৱকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱা ঘটনাক কেন্দ্র কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৃত যুৱকজনক বৰদলৈ নগৰৰ এটা ভাড়াঘৰত বাস কৰা সুনীল চাংমাইৰ ২৬ বছৰীয়া পুত্র চিন্ময়জ্যোতি চাংমাই বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ লোকে যুৱকজনক হত্যাৰ অভিযোগ উত্থাপন কৰিছে।

ADVERTISEMENT

আৰক্ষী সূত্রই জনোৱা মতে, যোৱা নিশা চিন্ময়জ্যোতিক বৰদলৈ নগৰত অৱস্থিত ‘জেএছবি স্প্রিংফিল্ড’ নামৰ এটা বহুমহলীয়া আৱাসিক চৌহদৰ বাহিৰত সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়। অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

যদিও চিকিৎসাধীন অৱস্থাতে পুৱতি নিশা প্রায় দুই বজাত তেওঁৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত মৃতকৰ মাতৃ ঋতুৰাণী চাংমায়ে কালি তিনিচুকীয়া সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত এগৰাকী যুৱতীসহ আৱাসিক চৌহদটোৰ নিৰাপত্তা ব্যৱস্থাৰ স’তে জড়িত লোকসকলৰ ভূমিকা সন্দৰ্ভত তদন্তৰ দাবী জনোৱা হৈছে। পৰিয়ালৰ লোকে সন্দেহ প্রকাশ কৰা অনুসৰি, এগৰাকী যুৱতীয়ে ফোন কৰি মতাৰ পাছত চিন্ময়জ্যোতিয়ে নিশা উক্ত আৱাসিক চৌহদটোলৈ গৈছিল। তাৰ পাছতে তেওঁৰ স’তে কোনো অপ্রীতিকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে পৰিয়ালে। পৰিয়ালৰ লোকে অভিযোগ কৰে যে মৃত চিন্ময়জ্যোতিক জনৈক সেনাপতিৰ কোঠাত মাৰপিট কৰি ওপৰৰ মহলাৰ পৰা তললৈ পেলাই দিয়ে।

তাৰ পাছতো তললৈ আহি মৃতপ্রায় যুৱকজনক গুৰিয়াই থাকে। শেষত যুৱকজনৰ নিৰাপত্তাৰক্ষীৰ সহযোগত এপার্টমেণ্টৰ চৌহদৰ বাহিৰলৈ আনি এটা নলাত পেলাই দিয়ে। পৰিয়ালে দাখিল কৰা অভিযোগ পত্ৰত অভিযুক্ত যুৱতীগৰাকীৰ ম’বাইল নম্বৰো উল্লেখ কৰা হৈছে। ইপিনে, ঘটনাৰ সময়ত ঘটনাস্থলীত চাৰি-পাঁচজন লোক উপস্থিত থকাৰ কথাও পোহৰলৈ আহিছে। পৰিয়ালৰ লোকে আৱাসিক চৌহদটোৰ নিৰাপত্তাৰক্ষীসকলৰ ভূমিকাক লৈও প্রশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ মতে, চৌহদটোত প্ৰৱেশৰ সময়ত পৰিচয় সম্পৰ্কীয় তথ্য সংগ্ৰহ আৰু নিৰাপত্তা পৰীক্ষাৰ ব্যৱস্থা আছে।

এনে পৰিস্থিতিত নিশাৰ সময়ত যুৱকজন কেনেদৰে চৌহদটোত উপস্থিত হৈছিল আৰু পৰৱৰ্তী সময়ত চৌহদৰ বাহিৰত সংকটজনক অৱস্থাত কেনেকৈ উদ্ধাৰ হ’ল, সেয়া সন্দেহজনক বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। মৃত যুৱকজনৰ পৰিয়ালে লগতে এই ঘটনা সাধাৰণ মৃত্যু নহয়, এক পৰিকল্পিত হত্যাকাণ্ড বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ দাবী, প্ৰেমিকাৰ পৰিয়ালৰ লোকেই পূর্ব পৰিকল্পনা অনুসৰি যুৱকজনক হত্যা কৰিছে। ঘটনাটোক লৈ বিভিন্ন সামাজিক সংগঠনৰ মাজতো ক্ষোভৰ সৃষ্টি হৈছে।

তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনে ঘটনাটোৰ নিৰপেক্ষ আৰু গুৰুত্বসহকাৰে তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছে। লগতে শীঘ্রে উপযুক্ত ব্যৱস্থা গ্রহণ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশ, ঘটনাস্থলীৰ পৰিস্থিতি আৰু ইয়াৰ স’তে জড়িত ব্যক্তিসকলৰ ভূমিকাৰ বিষয়ে তদন্ত চলাই আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: breking newsCrime NewsFIR filedlatest newsOne YouthSuspected MurderTinsukiavictims family
publisher

publisher

Related Posts

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান
India

October 12, 2026
‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d