Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

চমক সৃষ্টিকাৰী আৱিষ্কাৰে সমাজত হ্ৰাস কৰিব প্ৰদূষণ

publisher by publisher
August 29, 2026
in International, News
Reading Time: 1 min read
0
Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

Plastic biskut:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:এক চাঞ্চল্যকৰ তথ্যই প্ৰায়েই মানুহৰ মাজত উদ্বেগৰ সৃষ্টি কৰে। সেয়া হৈছে পৃথিৱীৰ অধিকাংশ ঠায়েই ভৰি পৰিছে প্লাষ্টিকৰ আবৰ্জনাৰে। পৃথিৱীৰ ভূমিভাগৰ সমান্তৰালকৈ সাগৰৰ তলিতো জমা হৈছে প্ৰচুৰ পৰিমাণৰ প্লাষ্টিক, যি জৈৱবিয়োজ্য নহয়। ফলত ধ্বংস নোহোৱাকৈ সেইবোৰ বছৰৰ পাছত বছৰ ধৰি জমা হৈ আছে। আনকি মানুহৰ খাদ্যতো যে ক্রমাগতভাবে মাইক্র’ প্লাষ্টিক মিহলি হৈ পৰিছে, সেই খবৰো প্ৰায়েই শুনা যায়।

ADVERTISEMENT

কিদৰে কমাব পৰা যাব প্লাষ্টিক? এই প্লাষ্টিক বাৰু মানুহৰ খাদ্যজগতৰ অংশ হৈ পৰিব পাৰে নেকি? সম্প্রতি ছাদার্ণ ইলিনয়েছ ইউনিভাৰচিটি কাৰ্বনডেলৰ এদল গৱেষকে তৈয়াৰ কৰিছে এনে এক খাদ্যযোগ্য কুকি, যাৰ মুখ্য উপাদানসমূহৰ মাজত অন্যতম হৈছে প্লাষ্টিকৰ বটল আৰু উদ্ভিজ্জ আবৰ্জনা। এই কুকিৰ নাম ৰখা হৈছে ‘মাইক্র’বাইটছ’। বিস্কুট জাতীয় এই খাদ্যবিধ কেৱল খোৱাই নহয়, বৰঞ্চ ইয়াৰ দ্বাৰা পেট ভৰাবও পৰা যাব।

‘নাছা ডীপ স্পেচ ফুড চেলেঞ্জ’ৰ বাবে এই প্রকল্পটো নিৰ্মাণ কৰা হৈছিল। সম্প্রতি ইয়াক বিশ্বৰ দুটা সমস্যা- খাদ্য নিৰাপত্তাহীনতা আৰু প্লাষ্টিক প্ৰদূষণৰ মোকাবিলাৰ সম্ভাব্য উপায়ৰূপে দাঙি ধৰা হৈছে। আমেৰিকান কেমিকেল ছ’চাইটিৰ এক বৈঠকত গৱেষকৰ দলটোৱেএই কুকী উপস্থাপন কৰে।

তেওঁলোকে দাবী কৰে যে এই পদ্ধতিত প্লাষ্টিক আৰু উদ্ভিজ্জ আবর্জনাক ভোজ্য উপাদানলৈ ৰূপান্তৰিত কৰি, পুষ্টিকৰ আৰু প্ৰ’টিনসমৃদ্ধ খাদ্য তৈয়াৰ কৰাটো সম্ভৱ। গৱেষকৰ দলটোৰ মতে, বিশ্বৰ কোটি কোটি মানুহ ক্ষুধার্ত আৰু তেওঁলোকৰ স্বাস্থ্যকৰ খাদ্য ক্ৰয়ৰ সামৰ্থ নাই। সেয়ে খাদ্য নিৰাপত্তাহীনতাৰ সমস্যা সম্প্রতি আঞ্চলিক নহয়, বিশ্বজনীন।

বিশ্ব স্বাস্থ্য সংস্থাৰ ২০২৬ৰ তথ্য অনুসৰি, বিশ্বৰ ৭.৮ শতাংশ অর্থাৎ আনুমানিক ২১০ কোটি মানুহে অনাহাৰত ভুগি আছে। গৱেষকৰ দলটোৰ মতে, তেওঁলোকৰ এই পদ্ধতিয়ে এফালো যিদৰে খাদ্য সংকটৰ মোকাবিলাত সহায় কৰিব পাৰে; আনফালে, প্লাষ্টিকৰ আবৰ্জনাও নিয়ন্ত্রণত ৰাখিব।

# প্লাষ্টিকৰ বটলৰ পৰা কিদৰে কুকী তৈয়াৰ হয়?

গৱেষকৰ দলটোৱে এই কামত প্রথমে ‘পেট’ (PET) প্লাষ্টিক ব্যৱহাৰ কৰে। সাধাৰণতে খোৱাপানীৰ বটল তৈয়াৰ কৰাত এই ধৰণৰ প্লাষ্টিক ব্যৱহাৰ হয়। ইয়াৰ লগত লোৱা হ’ল পেলাই দিয়া মাকৈ গছৰ কাণ্ড, পাত আৰু অন্যান্য বায়ো-মাচ। এই উপাদান সমূহক অক্সিডেটিভহাইড্র’ থার্মাল ডিছলিউচন প্ৰক্ৰিয়াৰ মাধ্যমেৰে লৈ যোৱা হয়। ফলত সেইবোৰ ভাঙি ব্যৱহাৰযোগ্য উপাদানত পৰিণত হয়। পৰৱৰ্তী স্তৰত বিশেষ ইষ্টৰ সংস্পৰ্শলৈ আহে এই উপাদানবোৰ। এই ইষ্টে সেইবোৰক নতুন খাদ্য উপাদানলৈ ৰূপান্তৰিত কৰে। ইয়াৰ ভিতৰত আছে প্ৰ’টিন, ফেট আৰু বিভিন্ন এচিড।

আশা কৰা হৈছে যে আগন্তুক দিনত এই কুকীসমূহক সুস্বাদু আৰু সুগন্ধী কৰি তুলিব পৰা যাব। ভেনিলা ফ্লেভাৰো যোগ কৰা হ’ব পাৰে। অৱশ্যে এই প্লাষ্টিক-জাত কুকীৰ এই পর্যন্ত কোনা প্রাতিষ্ঠানিক অনুমোদন লাভ কৰা নাই বিজ্ঞানীসকলে। অৱশ্যে তেওঁলোকে বিশ্বাস কৰে যে গৱেষণাৰ পৰৱৰ্তী স্তৰত সঁচাকৈয়ে সেয়া সম্ভৱ হ’ব। সেয়ে এতিয়াই এই প্লাষ্টিকৰ বিস্কুটক মানুহৰ খাদ্য উপযোগী বুলি কৈ দিব পৰা হোৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NASAPlastic biskut
publisher

publisher

Related Posts

CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী
India

October 10, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

October 10, 2026
পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ
India

পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

October 10, 2026
অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু
India

অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

October 10, 2026
দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী
India

দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

October 10, 2026
আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d