Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

পৰৱৰ্তী লক্ষ্য ইউৰোপৰ সৰ্বোচ্চ শিখৰ

publisher by publisher
August 29, 2026
in Assam, News
Reading Time: 1 min read
0
Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Zuben Garg Tribute:মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দিৱসৰ তৃতীয় দিন

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

ULFA (I) Members Surrender in Indo-myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচাওত আলফা (স্বাধীন) সদস্যৰ আত্মসমৰ্পণ

Pranay Bordoloi:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক;চলিত মাহৰ ১৫ আগষ্টত অৰ্থাৎ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো সফলতাৰে আৰোহণ কৰা পৰ্বতাৰোহী তথা বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈক আজি বিভিন্ন দল সংগঠনে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।

ADVERTISEMENT

অসমীয়া যুৱ মঞ্চ, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, বীৰ লাচিত সেনা, ৰংঘৰ সাংস্কৃতিক সমাজ, অসমৰ উদ্যোগত আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সহযোগত আজি প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট পৰ্বতাৰোহী গৰাকীক দল -সংগঠন সমুহৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

আজিৰ সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট পৰ্বতাৰোহী গৰাকীয়ে নিজৰ কিলিমাঞ্জাৰো আৰোহণৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে – টকা পইচা উপাৰ্জনে মানুহৰ শেষ লক্ষ্য হোৱা উচিত নহয়। জীৱন উপভোগ কৰিবলৈ হ’লে বিদেশ ভ্ৰমণ কৰা উচিত। জীৱনৰ মাদকতা মৰ্মে মৰ্মে উপলব্ধি কৰিবলৈ হ’লে পৰ্বতাৰোহণৰ দৰে বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ সৈতে নিজকে জড়িত কৰা উচিত। চেষ্টাৰ অসাধ্য একো নাই। মনত সংকল্প থাকিলে দৃঢ় মনোবল থাকিলে আৰু লক্ষ্য স্থিৰ হ’লে অসম্ভৱ বুলি মানুহৰ কোনো কামেই নাথাকে।

বিশিষ্ট পৰ্বতাৰোহী গৰাকীয়ে তেওঁৰ কিলিমাঞ্জাৰো আৰোহণৰ সম‌য়তকিমান কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল আৰু যোৱাৰ পূৰ্বে শাৰীৰিক আৰু মানসিকভাৱে তেওঁ কেনেদৰে প্ৰস্তুতি চলাইছিল সেই সম্পৰ্কেও উল্লেখ কৰে।

আনহাতে অসমৰ মানুহেও আফ্রিকালৈ গৈ ব্যৱসায় কৰাৰ কথা, আৰু তাৰ মানুহখিনিৰ অতিথি পৰায়ণতাৰ বিষয়েও তেওঁ উল্লেখ কৰে। শৰীৰ থিকে থাকিলে আগন্তুক সময়ত ইউৰোপৰ সৰ্বোচ্চ শিখৰ আৰোহণ কৰাৰ সপোন বুকুত বান্ধি ৰখাৰ কথাও তেওঁ জানিব দিয়ে। আজিৰ সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে।

উল্লেখ্য যে পূৰ্বেও হিমালয়ৰ বিভিন্ন শৃংগ সফলতাৰে আৰোহণ কৰা প্ৰণয় বৰদলৈৰ পাহাৰ-পৰ্বতৰ সৈতে আছে মধুৰ সম্পৰ্ক। লগতে বিভিন্ন সময়ত চাইকেলেৰে বিদেশ ভ্ৰমণৰো বহু অভিজ্ঞতা তেওঁ বুটলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfricaGuwahatilatest newsMount kilimanjaroMountaineerOrganizationsPranay bordoloiRecognition
publisher

publisher

Related Posts

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান
India

জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য
Assam

সোণ ক্রয় কৰোতে এই কথালৈ দৃষ্টি দিয়েনে?

জুবিন দিৱসৰ দিনাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, ‘জয় জুবিন দা’ ধ্বনিত মুখৰ জুবিনক্ষেত্ৰ
Assam

জুবিন দিৱসৰ দিনাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, ‘জয় জুবিন দা’ ধ্বনিত মুখৰ জুবিনক্ষেত্ৰ

September 20, 2026
প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত
Assam

প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d