Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !

    Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

    Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

    10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

বৃহৎ পৰিমাণৰ হেৰ 'ইনসহ গ্ৰেপ্তাৰ অসম আৰক্ষীৰ লেন্স নায়ক, মণিপুৰৰ দুই মহিলাও ধৃত

publisher by publisher
August 29, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

Heroin seized in Guwahati:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:সৰিয়হৰ ডুলিতে ভূত৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হৈছে অসম আৰক্ষীৰ এজন লেন্স নায়কৰ ক্ষেত্ৰত ৷ ড্ৰাগছৰ চোৰাং ব্যৱসায়ত অসম আৰক্ষীৰ একাংশ লোক জড়িত থকাৰ তথ্য শুকুৰবাৰে পুনৰ পোহৰলৈ আহে।

ADVERTISEMENT

আৰক্ষীৰ বিশেষ টাস্ক ফ’র্চ (এছটিএফ)ৰ দলে যোৱা নিশা মহানগৰীৰ বেহাৰবাৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক দ্রব্যসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ ভিতৰৰ দুগৰাকী হ’ল মহিলা। ধৃত আনজন হ’ল অসম আৰক্ষীৰ লেন্স নায়ক। এছটিএফে বশিষ্ঠ আৰক্ষী থানাৰ অধীনৰ বেহাৰবাৰীৰ সোণকোচি পথত এএছ-০১ ইএল-৭৭৫৬ নম্বৰৰ এখন বাহন আগচি ধৰি তালাচী চলায়। এই তালাচীত বাহনখনৰ ভিতৰৰ পৰা ৩৭ টা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত ৩৯৭ গ্রাম হেৰ’ইন জব্দ কৰে। জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য হৈছে কমেও তিনি কোটি ৫০ লাখ টকা হ’ব, এছটিএফৰ তথ্যত প্রকাশ।

এই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে সৰবৰাহত জড়িত থকা কাছাৰৰ বাসিন্দা তথা লেন্স নায়ক কিৰণ সিংহৰ লগতে মণিপুৰৰ পূব ইম্ফলৰ এছ নেংপি ভাইফেই আৰু চূড়াচান্দপুৰৰ গেইনেছং নামৰ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হয়। দুয়োগৰাকীয়ে ছাইৰাং এক্সপ্ৰেছ ৰেলখনৰে এই ড্ৰাগছখিনি গুৱাহাটীলৈ কঢ়িয়াই আনিছিল।

উল্লেখ্য যে লেন্স নায়ক কিৰণ ইয়াৰ পূৰ্বেও ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত দিছপুৰ আৰক্ষী থানাত ৰুজু হৈ থকা ৭৭৩/২০২৫ নম্বৰৰ এটা গোচৰত গ্ৰেপ্তাৰ হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Police Jawan ArrestedBasistha policebreking newsCrime NewsGuwahatiHeroin Seizedlatest news
publisher

publisher

Related Posts

Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !
Flood

Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !

August 29, 2026
Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !
International

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

August 29, 2026
Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প
Flood

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

August 29, 2026
BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে
India

BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

August 29, 2026
10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন
Assam

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d