Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Flood

Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !

সদাশিৱই আমাক ৰক্ষা কৰিলে, মৃত্যুমুখৰ পৰা উভতি ক'লে পুণ্যার্থীয়ে

publisher by publisher
August 29, 2026
in Flood, International, News
Reading Time: 1 min read
0
Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Kailash Manas Sarovar Yatra:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ভগৱান শিৱৰ আশীৰ্বাদ ল’বলৈ গৈছিল দলটো; কিন্তু হঠাতে নামি আহিছিল মৃত্যুদূত। অৱশ্যে এই মৃত্যুমিছিলত তেওঁলোক যুক্ত নহ’ল। দৈৱক্ৰমে পৰিত্ৰাণ পালে সেই দলৰ প্ৰতিজন পূণ্যার্থীয়েই। তাৰ পাছতে তামিলনাডুৰ পৰা কৈলাস মানস সৰোবৰলৈ যাত্রা কৰা সেই ভক্তৰ দলটোৱে দাবী কৰিছে যে পাহাৰৰ গাত তেওঁলোকে ভগৱান শিৱৰ মুখ দেখা পাইছিল। স্বয়ং ভোলানাথেই তেওঁলোকক ৰক্ষা কৰা বুলিও দলটোৱে দাবী কৰিছে।

ADVERTISEMENT

বিপদৰ পাছত উদ্ধাৰ পোৱাৰ পাছতে কাঠমাণ্ডু বিমানবন্দৰত সংবাদ মাধ্যমৰ স’তে কথা পতাৰ সময়ত দলটোৰ এগৰাকী মহিলা তীর্থযাত্রীয়ে কয়, ‘আমি ভগৱান শিৱৰ আশীৰ্বাদ ল’বলৈ গৈছিলো; কিন্তু দুর্যোগৰ বাবে সেই স্থানত উপস্থিত হ’ব নোৱাৰিলো। অৱশ্যে দুৰ্যোগৰ সময়ত যেতিয়া বান ঢাঁহি-মুহি আহিল, তেতিয়া পাহাৰৰ গাত আমি ভগৱান শিৱৰ মুখ দেখা পাওঁ। ভগৱানে আমাক ৰক্ষা কৰিবলৈ আহিছিল।’ তীর্থযাত্ৰীৰ দলটোৱে এখন ম’বাইলত তোলা ফটো দেখুৱাই দাবী কৰে যে পাহাৰৰ গাত জমা হৈ থকা বোকা আৰু ধ্বংসস্তূপৰ আকৃতি প্রায় ভগৱান শিৱৰ দৰে আছিল।

কৈলাস পর্বতত তীর্থযাত্রাত যোৱা শ শ মানুহৰ ভিৰতে আছিল তামিলনাডুৰ তীৰ্থযাত্ৰীৰ দলটো। দক্ষিণ-পশ্চিম তিব্বতত অৱস্থিত হিমালয়ৰ এই পৰ্বত শৃংগক হিন্দু শাস্ত্রমতে, শিৱৰ বাসস্থানৰূপে গণ্য কৰা হয়। চীন সীমান্তৰ দিশে আগুৱাই যোৱা এজন তীর্থযাত্রীয়ে ঘটনাটোৰ বৰ্ণনা দি কয়, ‘আমি আছিলো ৬০জনৰ এটা দল। তিনিখন বাছত আহিছিলো ইয়ালৈ। হঠাৎ নদীৰ পাৰত বিশাল ধোঁৱা দেখিবলৈ পাওঁ। ভাবিছিলো হয়তো কোনো বিস্ফোৰণ ঘটিছে।

ইয়াৰ পাছতে বোকা আৰু বালিসহ পানীৰ সোঁত ঢাঁহি-মুহি আহিল। চালকৰ আসনৰ দিশেৰে বাহিৰ ওলাই আমি সকলোৱে এখন সৰু পাহাৰৰ ওপৰত আশ্রয় লওঁ।’ সেইদৰে প্ৰাণৰক্ষা পোৱাৰ পাছত তেওঁলোকে জনাইছে কিদৰে পাহাৰৰ গাত শিৱৰ আকৃতিয়ে তেওঁলোকক বুজাই দিছিল যে তেওঁৰ আশীৰ্বাদতে এই যাত্রাত তীর্থযাত্রী দলটোৰ প্ৰাণ ৰক্ষা পৰিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: breking newsKailash Manas Sarovar Yatralatest newsnepal floodsaving livestamilnadu people
publisher

publisher

Related Posts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d