Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

    R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা

    Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

    Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !

    Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

    Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশৰ জল উৎসৰ সামৰ্থ্য অর্ধেকৰো অধিক হ্রাস

কেন্দ্রীয় জল আয়োগৰ নিৰীক্ষণত উদ্বেগজনক তথ্য পোহৰলৈ শুকাই গৈছে নৈ-নিজৰা, জান-জুৰিঃ ২৮ শতাংশলৈ হ্রাস অসমৰ খানডং বান্ধৰো মজুত পানীৰ পৰিমাণ

publisher by publisher
April 13, 2026
in India, News
Reading Time: 1 min read
0
দেশৰ জল উৎসৰ সামৰ্থ্য অর্ধেকৰো অধিক হ্রাস
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Dhubri:উৎকট গৰমৰ বাবে ধুবুৰীত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি

Dispur:দিছপুৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

বহুতৰে অলক্ষিতে দ্রুততৰে চৌপাশৰ নৈ-নিজৰা, জান-জুৰি আদি প্রাকৃতিক জলৰ উৎসসমূহ শুকাবলৈ ধৰিছে। অসমকে ধৰি সমগ্র দেশত এনে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্র দেশৰ ১৬৬ টা জলাধাৰ বা বান্ধ আৰু নৈৰ ২০ টা অৱবাহিকা নিৰীক্ষণ কৰা কেন্দ্ৰীয় জল আয়োগে এই তথ্য পোহৰলৈ আনিছে।

ADVERTISEMENT

আয়োগে শেহতীয়াভাবে যোৱা ন এপ্রিলত প্ৰকাশ কৰা তথ্যত দেখা গৈছে যে সমগ্র দেশৰ প্ৰাকৃতিক জল উৎস তথা নৈ অৱবাহিকাসমূহত বর্তমানে উপলব্ধ পানীৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে। আনকি আয়োগে নিৰীক্ষণত ৰখা ১৬৬ টা জলাধাৰৰ মুঠ পানীৰ পৰিমাণ অর্ধেকৰো অধিক হ্রাস পাইছে।

ফলত সম্প্রতি এই জল উৎসসমূহৰ পানী ৪৪.৭১ শতাংশলৈ হ্রাস পাইছে। একেদৰে দেশৰ নৈৰ ২০টা অৱবাহিকাৰো পানীৰ পৰিমাণ সম্প্ৰতি মাথোঁ ৩০ৰ পৰা ৬০ শতাংশৰ মাজত আছে। ইয়াৰে সামান্য সংখ্যকৰহে পানীৰ পৰিমাণ স্বাভাৱিক হৈ আছে। আনকি বিহাৰৰ চন্দন বান্ধ সম্পূৰ্ণৰূপে তৰাং হৈছে।

অৱশ্যে যোৱা বছৰৰ তুলনাত এইবাৰ পৰিস্থিতি কিছু উন্নত বুলিও জল আয়োগে আঙুলিয়াই দিছে। তৎসত্ত্বেও যোৱা ফেব্ৰুৱাৰীৰ পৰা যি হাৰত নৈ-নিজৰা আদিৰ পানী শুকাবলৈ ধৰিছে সেয়া উদ্বেগৰ বিষয় বুলি চর্চা হৈছে।

কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি আয়োগে নিৰীক্ষণ কৰা এই ১৬৬ বান্ধ বা জলাধাৰত সম্প্ৰতি থকা পানীৰ পৰিমাণ হৈছে ১৮৩.৫৬৫ অর্বুদ ঘনমিটাৰ। ইয়াৰ পৰিমাণ দেশৰ আনুমানিক মুঠ সামর্থ্য ২৫৭.৮১২ অর্বুদ ঘনমিটাৰৰ ৭১.২ শতাংশ।

যোৱা ন এপ্ৰিললৈ উপলব্ধ পানীৰ পৰিমাণ ৮২.০৭ অর্বুদ ঘনমিটাৰ আছিল। অর্থাৎ এই প্রাকৃতিক জল উৎসসমূহত উপলব্ধ পানীৰ পৰিমাণ মাথোঁ ৪৪.৭১ শতাংশহে। ইয়াৰ বিপৰীতে যোৱা বছৰ এই প্রাকৃতিক জল উৎসসমূহত ৬৯.৭৫২ অর্বুদ ঘনমিটাৰ পৰিমাণৰ পানী আছিল।

এনেদৰে নৈ-নিজৰাসমূহ শুকাবলৈ ধৰা সম্পৰ্কত বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে যোৱা বছৰ বৰষুণৰ ফলত জল উৎসসমূহত পানী জমা হৈছিল। কিন্তু এইবাৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত বৰষুণ প্রায় নোহোৱাত প্রাকৃতিক জল উৎসসমূহত পানীৰ পৰিমাণ উদ্বেগজনকভাবে হ্রাস পাবলৈ ধৰে।

আনকি আঠটা বৃহৎ জলাধাৰ বা বান্ধৰ পানীৰ পৰিমাণ স্বাভাৱিকতকৈ ৫০ শতাংশ বা ততোধিক হ্রাস পায়। এই জল উৎসসমূহৰ সর্বাধিক শোচনীয় অৱস্থা বিৰাজ কৰিছে বিহাৰৰ চন্দন বান্ধত।

একেদৰে পানীৰ পৰিমাণ অসমৰ ডিমা হাছাওৰ খানডং (২৮ শতাংশ), কৰ্ণাটকৰ তাতিহাল্লা (১৬ শতাংশ) , কেৰালাৰ পেৰিয়াৰ (৩৩ শতাংশ), শ’লায়াৰ (১৩ শতাংশ) আৰু তামিলনাডুৰ ভৈগাই (২৬ শতাংশ) হ্রাস পাইছে। উল্লেখ্য যে খানডং বান্ধৰে কপিলী জলবিদ্যুৎ প্রকল্পত বিদ্যুৎ উৎপাদন কৰা হয়।

কেন্দ্ৰীয় জল আয়োগৰ উক্ত তথ্যত কোৱা হৈছে যে দেশৰ পূব অঞ্চলত বান্ধসমূহত পানীৰ পৰিমাণ ৬৪.৩২ শতাংশৰ পৰা ৪২.২০ শতাংশ পর্যন্ত হ্রাস পাইছে। এই তথ্যত লগতে উদ্বেগ প্রকাশ কৰা হৈছে যে সম্প্রতি দেশৰ এটাও নৈ অৱবাহিকা পানীৰে পৰিপূৰ্ণ নহয়। অথচ বর্তমানে এপ্ৰিলৰ দ্বিতীয় সপ্তাহ চলি আছে। এনে অৱস্থাতো অধিকাংশ নৈ অৱবাহিকাত ৩০ৰ পৰা ৬০ শতাংশ পানীহে আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা
Assam

August 29, 2026
R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা
Crime

R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা

August 29, 2026
Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক
Assam

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

August 29, 2026
Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !
Flood

Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !

August 29, 2026
Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !
International

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

August 29, 2026
Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !
Assam

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

August 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d