Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত

    Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

    শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’

    সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু

    Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

    ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

বন্ধ হ'ব নেকি মধ্যপ্ৰাচ্যৰ যুদ্ধ?

publisher by publisher
May 7, 2026
in International, News
Reading Time: 1 min read
0
হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

জেহাদি নিধনৰ নতুন অধ্যায়?

ইৰাণ-আমেৰিকা সংঘাতত যুদ্ধবিৰতি, ‘ৱাৰ পাওৱাৰ্ছ এক্ট’ লৈ নতুন বিতৰ্ক

Iran-Israel-war:✒️হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাই বিশ্বৰ এই গুৰুত্বপূর্ণ জলপথ পুনৰ স্বাভাৱিক কৰাৰ লক্ষ্যৰে এক বিশেষ চুক্তিত সন্মত হৈছে ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ।

ADVERTISEMENT

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত তেনে দাবী কৰা হৈছে। ইয়াৰ পিছতেই সকলোৰে মাজত উদয় হৈছে এটা প্ৰশ্ন— তেন্তে কি অৱশেষত মধ্যপ্ৰাচ্যত স্থায়ীভাৱে বন্ধ হ’ব নেকি যুদ্ধ?

তথ্য অনুসৰি, বৃহস্পতিবাৰে ইৰান আৰু আমেৰিকাই এই চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হৈছে। সেই চুক্তি অনুসৰি, দুয়ো পক্ষই শীঘ্ৰে হৰমুজ প্ৰণালীত জাৰি থকা অবৰোধ আঁতৰাই দিব। ফলত বিশ্বৰ অন্যতম গুৰুত্বপূর্ণ এই জলপথ পুনৰ আগৰ দৰে স্বাভাৱিক ছন্দলৈ উভতি যাব।

এক প্ৰতিবেদনত দাবী কৰা হৈছে যে, আগন্তুক কেইঘণ্টামানৰ ভিতৰতে এই চুক্তি স্বাক্ষৰিত হ’ব পাৰে। এই চুক্তি কার্যকৰী হোৱাৰ পাছত হৰমুজত আবদ্ধ হৈ থকা পণ্যবাহী জাহাজসমূহ পুনৰ নিৰ্বিঘ্নে নিজৰ গন্তব্যস্থানলৈ যাত্ৰা কৰিব পাৰিব।

যদিও এই বিষয়ত এতিয়ালৈকে ৱাশ্বিংটন (Washington), D.C. অথবা তেহৰাণ— কোনো পক্ষই আনুষ্ঠানিকভাৱে মুখ খোলা নাই।

বিশেষজ্ঞসকলৰ মতে, যদি সঁচাকৈয়ে দুয়ো দেশৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়, তেন্তে মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ স্থায়ী সমাধানৰ সম্ভাৱনা সৃষ্টি হ’ব পাৰে।

ইফালে, মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প(Donald Trump)ৰ ‘প্ৰজেক্ট ফ্ৰিডম’ক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইৰানৰ মাজত নতুনকৈ উত্তেজনা বৃদ্ধি পাইছিল।

ইৰানে দাবী কৰিছিল যে, তেওঁলোকে মার্কিন যুদ্ধজাহাজ লক্ষ্য কৰি আক্ৰমণ চলাইছে। ওলোটাই আমেৰিকাই জনায়, ইৰানে আক্ৰমণৰ চেষ্টা কৰিছিল যদিও সেই আক্ৰমণ সফলভাৱে প্ৰতিহত কৰা হৈছে আৰু ইৰানৰ ৬খন নৌকা ধ্বংস কৰা হৈছে।

আনহাতে, সংযুক্ত আৰব আমিৰশ্বাহীৰ তেল ভাণ্ডাৰ লক্ষ্য কৰি ড্ৰোন আক্ৰমণ চলোৱাৰ অভিযোগো উঠিছে ইৰানৰ বিৰুদ্ধে। এই ঘটনাৰ পিছতেই মার্কিন প্ৰতিৰক্ষা সচিব পিট হেগছেথে(Pete Hegseth) কয়, “আমি যুদ্ধ কৰিব বিচৰা নাই। তেওঁলোকে কৈছে যে তেওঁলোকেই প্ৰণালী নিয়ন্ত্ৰণ কৰি আছে। কিন্তু বাস্তৱত সেয়া নহয়। আমেৰিকাই ইৰানৰ আক্ৰমণৰ পৰা জাহাজসমূহক সুৰক্ষা প্ৰদান কৰি আছে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPIran-Israel warUnited States
publisher

publisher

Related Posts

ক্রান্তীয় অঞ্চলেই মিথেন গেছৰ প্ৰধান উৎস ! 
International

ক্রান্তীয় অঞ্চলেই মিথেন গেছৰ প্ৰধান উৎস ! 

August 26, 2026
চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত
India

চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত

August 26, 2026
Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
Assam

Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

August 26, 2026
শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’
Assam

শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’

August 26, 2026
সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু
Assam

সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু

August 26, 2026
Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ
Assam

Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d