Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত

    Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

    শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’

    সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু

    Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

    ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ক্রান্তীয় অঞ্চলেই মিথেন গেছৰ প্ৰধান উৎস ! 

publisher by publisher
August 26, 2026
in International, News
Reading Time: 1 min read
0
ক্রান্তীয় অঞ্চলেই মিথেন গেছৰ প্ৰধান উৎস ! 
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত

Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : গোলকীয় উষ্ণতাৰ অন্যতম কাৰণ হৈছে মিথেন গেছ। উদ্যোগ-শিল্পৰ বিকাশৰ লগে লগে এই গেছৰ পৰিমাণ আৰু বৃদ্ধি পাইছে। অৱশ্যে শিল্পায়নৰ পূর্বে পৰিস্থিতি কেনেকুৱা আছিল? এই বিষয়ত বিজ্ঞানীসকলে ইমানদিনে কেৱল অনুমানেই কৰিছিল। এইবাৰ সেই অনুমান ‘সত্য’ প্রমাণিত হ’ল।

বিজ্ঞানীসকল নিশ্চিত হৈছে যে উদ্যোগ-শিল্পৰ বিকাশৰ বহু আগৰে পৰাই ক্রান্তীয় অঞ্চলবোৰ আছিল পৃথিৱীৰ মিথেন গেছৰ প্ৰধান উৎস।কাৰ্বন-ডাই অক্সাইডৰ পাছত যি গ্রীণ হাউছ গেছ পৃথিৱীত সবাতোকৈ বেছি পৰিমাণে পোৱা যায়, সেয়া হৈছে মিথেন। গ্রীণ হাউছ গেছ হৈছে যিবোৰ গেছে সূৰ্যৰ তাপ শোষণ কৰি বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে।

কাচেৰে তৈয়াৰী গ্রীণহাউছ বা নাৰ্ছাৰীৰ দৰে এই গেছবোৰেও সূৰ্যৰ তাপক পৃথিৱীৰ পৰা ঘূৰি যোৱাটো ৰোধ কৰে।কাৰ্বন-ডাই অক্সাইডৰ তুলনাত প্রায় ২৮ গুণ তাপ ধৰি ৰাখিব পাৰে মিথেনে।

সম্প্রতি পৃথিৱীত ক্রান্তীয় অঞ্চলেই সবাতোকৈ বেছি সৃষ্টি হয়। উদ্যোগ-শিল্পৰ যিমান উন্নতি হৈছে, তাৰ সমান্তৰালকৈ বতাহত মিথের নির্গমনো বৃদ্ধি পাইছে; কিন্তু শিল্পায়নৰ পূৰ্বে? তেতিয়া কি আছিল মিথেন গেছৰ প্ৰধান উৎস?

মন কৰিবলগীয়া যে শিল্পৰ বিকাশ ভিন্ন স্থানত ভিন্ন সময়ত ঘটিছে। এই ক্ষেত্রত গৱেষণাত ব্রিটেইনত শিল্পায়নৰ আগৰ সময়খিনিক বুজোৱা হৈছে, অর্থাৎ ১৭৬০ৰ আগৰ সময়খিনি। বিজ্ঞানীসকলৰ অনুমান আছিল যে তেতিয়াও ক্রান্তীয় অঞ্চলতেই সবাতোকৈ বেছি মিথেন সৃষ্টি হৈছিল। কাৰণ সেই অঞ্চলত তাপমাত্রা বেছি। প্ৰচুৰ বৃষ্টিপাতো হয়। ফলত আৰ্দ্ৰতাৰ কাৰণে সেই অঞ্চলবোৰত মিথেন গেছ বেছিকৈ উৎপন্ন হয়। ক্ৰান্তীয় অঞ্চলৰ জলভূমি, মেনগ্রোভ (উপকূলীয় লবণাক্ত) অৰণ্যত থকা বেক্টেৰিয়াই জৈৱ পদাৰ্থ পচাই প্ৰচুৰ পৰিমাণৰ মিথেন গেছ উৎপন্ন কৰে।

ADVERTISEMENT

সেইবাবেই বিজ্ঞানীসকলে অনুমান কৰিছিল যে শিল্পায়নৰ পূৰ্বেও ক্রান্তীয় অঞ্চলেই হয়তো মিথেনৰ প্রধান উৎস আছিল। অৱশ্যে এই বিষয়ত তেওঁলোকৰ হাতত কোনো নির্দিষ্ট প্রামাণিক তথ্য নাছিল।

প্রাচীন কালৰ বায়ুমণ্ডল কেনেকুৱা আছিল সেয়া বুজিব পাৰি ‘আইচ কোৰ’ বিশ্লেষণ কৰি। ‘আইচ কোৰ’ হৈছে হিমবাহ খনন কৰি তুলি অনা নলীৰ আকাৰৰ দীঘলীয়া বৰফৰ টুকুৰা, যাৰ ভিতৰত সেই হিমবাহৰ হেজাৰ হেজাৰ বছৰৰ পুৰণি স্তৰ আছে। এই ‘আইচ কোৰ’ৰ মাজত আবদ্ধ হৈ থাকে প্রাচীন কালৰ বতাহৰ কণিকা।

সেইবোৰ বিশ্লেষণ কৰি অতীতৰ জলবায়ু, গ্রীণ হাউছ গেছ, বতৰসহ বিভিন্ন বিষয়ত জানিব পাৰে বিজ্ঞানীসকলে। যদিও ইমান দিনে যিমানবোৰ ‘আইচ কোৰ’ পোৱা গৈছে, তাৰ অধিকাংশই পোৱা গৈছে গ্রীণলেণ্ড আৰু এন্টার্কটিকাৰ পৰা। এই দুই স্থান বিষুৱৰেখাৰ পৰা বহু দূৰত অৱস্থিত। আনহাতে, অধিকাংশ মিথেন গেছ উৎপন্ন হয় ক্রান্তীয় অঞ্চলতহে।

সম্প্ৰতি প্ৰাচীন কালৰ মিথেনৰ উৎসক কেন্দ্ৰ কৰি থকা সন্দেহ দূৰ কৰিছে আন্দেছ পৰ্বতমালাৰ এটুকুৰা বৰফে। পেৰুত আন্দেছ পর্বতমালা (ক্রান্তীয় অঞ্চলত অৱস্থিত পৰ্বত)ৰ নেভাডো উয়াছকাৰান পর্বতশৃংগৰ পৰা পোৱা এক ‘আইচ কোৰ’ বিশ্লেষণ কৰি চাইছে এদল বিজ্ঞানীয়ে। এই গৱেষণাত নেতৃত্ব দিছে অহায়’ ষ্টেট ইউনিভাৰচিটি বাৰ্ড পোলাৰ এণ্ড ৰিছাৰ্চ ক্লাইমেট চেণ্টাৰৰ গৱেষক কাৰা লামান্টিয়াই। তেওঁলোকে সেই বৰফৰ টুকুৰাত আবদ্ধ হৈ থকা বতাহৰ কণিকাৰ পৰা প্ৰায় দুহেজাৰ বছৰৰ মিথেন গেছৰ তথ্য সংগ্ৰহ কৰিছে।

গৱেষণাত দেখা গৈছে যে শিল্পায়নৰ পূৰ্বে ক্রান্তীয় অঞ্চলেই আছিল মিথেন গেছৰ প্ৰধান প্রাকৃতিক উৎস। অৱশ্যে যিমান ভবা হৈছিল, তাতকৈ বেছি মিথেন গেছ নির্গত হৈছিল সেই সময়ত।

কম্পিউটাৰ মডেলৰ মাধ্যমেৰে বিশ্লেষণ কৰি দেখা গৈছে যে মেৰু অঞ্চলৰ পৰা যি পৰিমাণৰ মিথেন উৎপন্ন হয়, ক্রান্তীয় অঞ্চলত তাৰ প্ৰায় ২৪ শতাংশ বেছি মিথেন উৎপন্ন হয়। লামান্টিয়া আৰু তেওঁ সহযোগীসকলৰ এই গৱেষণা সম্প্রতি ‘নেচাৰ’ প্রত্রিকাত প্রকাশ পাইছে।

গৱেষণাত দেখা গৈছে যে খ্ৰীষ্টাব্দ গণনাৰ আৰম্ভণিৰে পৰা ১৮৫০ পর্যন্তদুই মেৰুৰ তুলনাত ক্রান্তীয় অঞ্চলতেই মিথেন গেছৰ ঘনত্ব বেছি আছিল। ইয়াৰ বাবে তেওঁলোকে গ্রীণলেণ্ডৰ জিআইএছপি২ ‘আইচ কোৰ’ আৰু এন্টার্কটিকাৰ ডব্লিউএআইএছ ডিভাইডৰ ‘আইচ কোৰ’ৰ স’তে আন্দেছৰ পৰা পোৱা ‘আইচ কোৰ’ৰ তুলনা কৰি চায়। তাতেই দেখা গ’ল যে আন্দেছৰ নমুনাত গ্রীণলেণ্ডতকৈ ৪৬ গুণ আৰু এন্টার্কটিকাতকৈ ৯৪ গুণ বেছি মিথেন আছিল। গৱেষণা অনুসৰি, ১৭৫০ত বতাহত যি পৰিমাণৰ মিথেন আছিল, এতিয়া সেয়া প্রায় ১৬০ শতাংশ বৃদ্ধি পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত
India

চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত

August 26, 2026
Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
Assam

Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

August 26, 2026
শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’
Assam

শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’

August 26, 2026
সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু
Assam

সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু

August 26, 2026
Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ
Assam

Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

August 26, 2026
ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট
Assam

ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d