Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dhruv Rathee non bailable warrant: বিপদত জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী !

    Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত

    Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে

    GDP:অহা বছৰ ভাৰতত আৰু ভয়াৱহ হ’ব মূল্যবৃদ্ধিৰ প্ৰকোপ: জিডিপিও হ্রাস পাব ৭.২ শতাংশলৈ !

    Bijni AAMSU :বিজনীত আমছুৰ জনজাগৰণ সভাত আমছুৰ সভাপতি ইমতীয়াজ হুছেইন

     Dhubri:ধুবুৰী অধিবক্তা সন্থাৰ নিৰ্বাচনত আমিনুৰ ৰহমান আহমেদ সভাপতি, জমছেৰ তালুকদাৰ সম্পাদক নিৰ্বাচিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী-ৰাষ্ট্ৰপতি মুৰ্মুৰ

publisher by publisher
October 8, 2026
in Entertainment, News
Reading Time: 1 min read
0
নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত
6
SHARES
62
VIEWS
ShareShareShareShare

RelatedPosts

Dhruv Rathee non bailable warrant: বিপদত জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী !

Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত

Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে

NanaPatekarPassesAway : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে পুৱাই আহিল দুঃখবৰ ! প্ৰয়াত নানা পাটেকৰৰ (Nana Patekar) বিয়োগৰ দুঃসংবাদ বিয়পি পৰাৰ পাছৰে পৰাই শোকত ভাঙি পৰিছে তেওঁৰ সতীৰ্থসকল। বৃহস্পতিবাৰে গোৱাৰ বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় অভিনেতাগৰাকীক। সুস্থ-সবল মানুহগৰাকী মাত্ৰ চাৰি দিন পূৰ্বেই গোৱাৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

ADVERTISEMENT

কোনোপধ্যেই তেওঁৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই ঘনিষ্ঠসকলে। নানা পাটেকৰৰ বিয়োগত বিনোদন জগতৰ লগতে শোকৰ ছাঁ পৰিছে ৰাজনৈতিক মহলতো। সক্ৰিয়ভাৱে কেতিয়াও ৰাজনীতিৰ পথাৰত তেওঁক দেখা পোৱা নগ’লেও অভিনেতাগৰাকী যে মনেপ্ৰাণে গেৰুৱাপন্থী আছিল, সেই কথা একাধিক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল তেওঁ। নানাৰ বিয়োগত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও (PM Modi)।

স্পষ্টবাদী আৰু অকপট অভিনেতাগৰাকীৰ বিয়োগত প্ৰধানমন্ত্ৰী মোদীয়ে শোক প্ৰকাশ কৰি কয়, ‘ভাৰতীয় চলচ্চিত্ৰত নানা পাটেকৰজীৰ দৰে তীব্ৰতা, স্বকীয়তা আৰু অনন্য উপস্থিতিৰ অধিকাৰী অভিনেতাৰ সংখ্যা আছিল হাতৰ আঙুলিত গণিব পৰা। প্ৰতিটো চৰিত্ৰতে তেওঁ অসাধাৰণ বৈচিত্ৰ্য আৰু সৃষ্টিশীলতাৰ ছাপ ৰাখিছিল। তেওঁৰ অভিনীত বহু চৰিত্ৰ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি দৰ্শকৰ মনত স্মৰণীয় হৈ থাকিব। নিজৰ মতামত প্ৰকাশৰ ক্ষেত্ৰতো তেওঁ আছিল অত্যন্ত স্পষ্ট আৰু অকপট। মনে-প্ৰাণে যি বিশ্বাস কৰিছিল, সেয়া ক’বলৈ কেতিয়াও পিছহুঁহকি যোৱা নাছিল। হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰলৈ নানা পাটেকৰৰ অৱদান আছিল অপৰিসীম। তেওঁৰ বিয়োগত চিনে জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে। তেওঁৰ পৰিয়াল, বন্ধু আৰু অগণন অনুৰাগীৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।’

প্ৰয়াত অভিনেতাগৰাকীক পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় জনোৱাৰ কথা ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

নাটকৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ, ‘গোষ্ঠীজীৱন’ক লৈ আছিল সদৰ্থক চিন্তা সত্তৰৰ দশকত নাটকৰ জৰিয়তে অভিনয় জগতত ভৰি দিছিল নানা পাটেকৰে। সেইবাবেই জীৱনজুৰি ‘গোষ্ঠীজীৱন’ক লৈ এক সদৰ্থক চিন্তাধাৰা বজাই ৰাখিছিল তেওঁ। অন্নহীন লোকৰ কাষত থিয় দিয়াৰ পৰা সাধাৰণ মধ্যবিত্ত জীৱনৰ প্ৰতি তেওঁৰ গভীৰ টানলৈকে—এইবোৰে তেওঁক হয়তো একধৰণৰ বামপন্থী ভাবধাৰাৰ মানুহ হিচাপেও প্ৰতীয়মান কৰাইছিল।

এইক্ষেত্ৰত স্ববিৰোধৰ কথা মনলৈ আহিব পাৰে, কিন্তু সেয়া হয়তো মানুহৰ এক চাৰিত্ৰিক বৈশিষ্ট্যও। প্ৰাতিষ্ঠানিক ৰাজনীতিত কেতিয়াও প্ৰৱেশ কৰা নাছিল তেওঁ। অৱশ্যে চিনেমা আৰু কৰ্মৰ মাধ্যমেৰে সদায়েই ৰাজনৈতিক চেতনা আৰু দৰ্শনৰ স্বাক্ষৰ ৰাখিছিল।

ব্যক্তি নানা পাটেকৰৰ ক্ষেত্ৰত চিনেমাৰ ভাষা ধাৰ কৰি ক’বলৈ গ’লে, চিৰকালেই তেওঁ ‘নিষ্ঠা, পৰম্পৰা, অনুশাসন’ত বিশ্বাসী আছিল। মনেপ্ৰাণে ভাল পাইছিল মাৰাঠা সত্তাক। আৰু সেইবাবেই হয়তো সাধাৰণ মানুহৰ মনৰ ‘নায়ক’ হৈ উঠিবলৈ সক্ষম হৈছিল তেওঁ।

নানা পাটেকৰৰ এনে বিপুল জনপ্ৰিয়তাৰ বাবেই ২০১৪ ব্ব অলচনত বিজেপিৰ পৰা তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু সেই প্ৰস্তাৱ তৎক্ষণাৎ নাকচ কৰিছিল তেওঁ।

নানা পাটেকৰৰ বিয়োগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰো শোক প্ৰকাশ

নানাৰ বিয়োগত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও। এক্স হেণ্ডেলত শোক প্ৰকাশ কৰি তেওঁ লিখিছে, ‘নানা পাটেকৰে এনে বহু চৰিত্ৰত অভিনয় কৰিছে, যিবোৰ মানুহৰ হৃদয়ত দীৰ্ঘস্থায়ী হৈ থাকিব। সমাজসেৱাৰ প্ৰতি নিষ্ঠা আৰু সুবিধাবঞ্চিত লোকসকলৰ প্ৰতি তেওঁৰ গভীৰ মমত্ববোধ তেওঁৰ ব্যক্তিত্বত প্ৰতিফলিত হৈছিল।’

নানা পাটেকৰৰ বিয়োগত শোক মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

বলিউড অভিনেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও (CM Suvendu Adhikari)। এক্স হেণ্ডেলত গভীৰ দুখ প্ৰকাশ কৰি তেওঁ লিখিছে, ‘নানা পাটেকৰৰ আকস্মিক বিয়োগৰ খবৰ শুনি মই গভীৰভাৱে শোকাহত। ভাৰতীয় চিনেমাই ইয়াৰ অন্যতম শক্তিশালী, সৎ আৰু স্বতন্ত্ৰ কণ্ঠস্বৰক হেৰুৱালে। তেওঁ কেৱল চিনেমাৰ চৰিত্ৰত অভিনয় কৰা নাছিল, বৰং প্ৰতিটো চৰিত্ৰৰ মাজেৰে অকৃত্ৰিম আৰু আপোচবিহীন বাস্তৱতাক তুলি ধৰিছিল। ‘পৰিন্দা’, ‘ক্ৰান্তিবীৰ’ আৰু ‘প্ৰহাৰ’ৰ দৰে ছবিত তেওঁৰ দক্ষ অভিনয়ৰ পৰা আৰম্ভ কৰি ‘আব তক ছাপ্পান’ৰ দাপুটীয়া উপস্থিতিলৈকে—নানা পাটেকৰৰ অভিনয়শৈলীয়ে এনে এক মানদণ্ড সৃষ্টি কৰিছিল, যিটো এতিয়ালৈকে অতি কম সংখ্যক অভিনেতাৰ পক্ষেহে স্পৰ্শ কৰা সম্ভৱ হৈছে।’

ব্যক্তি নানা পাটেকৰৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘ৰূপালী পৰ্দাৰ বাহিৰতো তেওঁৰ সৰলতা, বিনয় আৰু সামাজিক কাম তথা গ্ৰামাঞ্চলৰ লোকসকলৰ কল্যাণৰ বাবে তেওঁৰ নিঃস্বাৰ্থ ভূমিকা তেওঁৰ ব্যক্তিত্বৰ মহত্ত্বক তুলি ধৰিছিল। নানা পাটেকৰৰ কণ্ঠ, তেওঁৰ তেজস্বী ব্যক্তিত্ব আৰু তেওঁৰ দীঘলীয়া অভিনয় জীৱনৰ উত্তৰাধিকাৰ চিৰকাল মানুহৰ মনত অম্লান হৈ থাকিব। তেওঁৰ পৰিয়াল, বন্ধু আৰু দেশ-বিদেশৰ অগণন অনুৰাগীৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Dhruv Rathee non bailable warrant: বিপদত জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী !
Crime

November 23, 2026
Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত
Assam

Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত

November 23, 2026
Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে
Assam

Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে

November 23, 2026
GDP:অহা বছৰ ভাৰতত আৰু ভয়াৱহ হ’ব মূল্যবৃদ্ধিৰ প্ৰকোপ: জিডিপিও হ্রাস পাব ৭.২ শতাংশলৈ !
Assam

GDP:অহা বছৰ ভাৰতত আৰু ভয়াৱহ হ’ব মূল্যবৃদ্ধিৰ প্ৰকোপ: জিডিপিও হ্রাস পাব ৭.২ শতাংশলৈ !

November 23, 2026
Bijni AAMSU :বিজনীত আমছুৰ জনজাগৰণ সভাত আমছুৰ সভাপতি ইমতীয়াজ হুছেইন
Assam

Bijni AAMSU :বিজনীত আমছুৰ জনজাগৰণ সভাত আমছুৰ সভাপতি ইমতীয়াজ হুছেইন

November 23, 2026
 Dhubri:ধুবুৰী অধিবক্তা সন্থাৰ নিৰ্বাচনত আমিনুৰ ৰহমান আহমেদ সভাপতি, জমছেৰ তালুকদাৰ সম্পাদক নিৰ্বাচিত
Assam

 Dhubri:ধুবুৰী অধিবক্তা সন্থাৰ নিৰ্বাচনত আমিনুৰ ৰহমান আহমেদ সভাপতি, জমছেৰ তালুকদাৰ সম্পাদক নিৰ্বাচিত

November 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d