ADVERTISEMENT

Tag: Virat Kohli

কন্যা সন্তানৰ দুমাহ হোৱাৰ উপলক্ষে ৰামধেনু ৰঙৰ কেক কাটিলে বিৰাট অনুস্কাই

নিজৰ ইনস্টাগ্রাম একাউন্টত অভিনেত্ৰী অনুস্কা শৰ্মাৰ স'তে ফটো শ্বেয়াৰ কৰিলে বিৰাট কোহলিয়ে । দম্পত্তিহালৰ মৰম ভালপোৱা দেখি তেওঁলোকক মৰমেৰে উপচাই ...

Read more

উইকেট ৰক্ষক হিচাপে কেনেকৈ উন্নতি ঘটালে পণ্টে ?

২০১৯ত ৰাজক'ট বাংলাদেশৰ বিৰুদ্ধে টি-২০ মেচত এটা সহজ ষ্টাম্পিঙৰ সোণালী সুযোগ ব্যৰ্থ কৰিছিল ঋষভ পণ্টে । বলটো উইকেটত লগাৰ পূৰ্বেই ...

Read more

ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ঘৰলৈ আহিল নতুন আলহী

● কন্যাসন্তানৰ মাতৃ হ'ল জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাই ●মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত আজি দুপৰীয়া জন্মলাভ কৰে বিৰাট-অনুষ্কাৰ কন্যা সন্তাটি। ●বিৰাট ...

Read more

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বেটছমেনৰ ৰেংকিঙত বিৰাট কোহলীৰ আধিপত্য

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বেটছমেনৰ ৰেংকিঙত অক্ষুণ্ণ আছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ নাম ৷ লগতে এই ৰেংকিঙৰ দ্বিতীয় স্থানত ...

Read more

” প্ৰকৃত প্ৰত্যাহ্বানত আছে প্ৰকৃত আনন্দ”

ৰয়েল চেলেঞ্জ বেংগালুৰুে শনিবাৰে ছান ৰাইজাৰ্ছ হাইদৰাবাদৰ হাতত পাঁচটা উইকেট হেৰুৱাই । ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ...

Read more

আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণত অনুমতি প্ৰদান ক্ৰিকেটাৰৰ পত্নী -সন্তানক

ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণত খেলুৱৈসকলৰ সংগী হ’ব পাৰিব তেওঁলোকৰ পত্নী বান্ধৱী বা সন্তানে। বিচিচিআইৰ এই অনুৰোধত সঁহাৰি জনাইছে ...

Read more

মই প্ৰায় ভাৰতৰ ৫০০ খেল খেলিছো, যিকোনো খেলুৱৈৰ লগত কথা পতাৰ অধিকাৰ আছেঃ সৌৰভ গাংগুলী

BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলী বিগত সময়ত দিল্লী কেপিটেল্চৰ মেন্টৰ আছিল ৷ এই সময়তে শ্ৰেয়ছ আয়াৰক সৌৰভ গাংগুলীয়ে কৰা সহায়ৰ ...

Read more

ফিট ইণ্ডিয়া অভিযানত অংশ ল’লে বিৰাট কোহলী আৰু মিলিন্দ সুমনে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিট ইণ্ডিয়া অভিযানৰ অংশ ৰূপে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অভিনেতা তথা ফিটনেছ গুৰু ...

Read more
Page 2 of 3 1 2 3