Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য

    তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

    তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

উচ্চতম ন্যায়ালয়ৰ ৰায় কাৰ্য্যকৰীকৰণ : গোৱালপাৰাৰ ডিটেনচন কেম্পত থকা ১০ বিদেশী ঘোষিত লোক মুকলি আকাশৰ তলত

publisher by publisher
August 26, 2019
in News
Reading Time: 1 min read
0
উচ্চতম ন্যায়ালয়ৰ ৰায় কাৰ্য্যকৰীকৰণ : গোৱালপাৰাৰ ডিটেনচন কেম্পত থকা ১০ বিদেশী ঘোষিত লোক মুকলি আকাশৰ তলত
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য

তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

মাটিয়া :- উচ্চতম ন্যায়ালয়ে দিয়া এক ঐতিহাসিক ৰায় কাৰ্যকৰীকৰণ কৰা বাবেই গোৱালপাৰা জিলা কাৰাগাৰৰ ডিটেনচন কেম্পত থকা ১০ গৰাকীকৈ বিদেশী ঘোষিত লোক বৰ্তমানলৈকে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছে ।উল্লেখ্যযে তিনি বছৰ বা তাতোকৈ অধিক কাল ডিটেনচন কেম্পত পাৰ কৰা লোক সকলক জামিনত স্বৰ্তসাপেক্ষে বাহিৰলৈ ওলাই অহাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশটোত কোৱা হৈছে৷ সেই মৰ্মেই বিদেশী ন্যাধিকৰণৰ পৰা জামিন লৈ গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা ওলাইছে ১০ গৰাকীকৈ বিদেশী ঘোষিত লোক । দুই লাখ টকাৰ বণ্ড সহ বায়মেট্ৰিক লোৱাৰ পিছত মোকোলাই দিয়া হয় বিদেশী ন্যায়াধিকৰনে ঘোষণা কৰা বিদেশী কেইজনক । যোৱা ৯ আগষ্টৰ পৰা আজিলৈকে গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা ওলাইছে ১০ জনকৈ লোক । ইয়াৰে গোৱালপাৰা জিলাৰ ৯ জন আৰু চিৰাং জিলাৰ ১ জন লোক আছে । জামিন লৈ মুকলি আকাশৰ তলত অহা বিদেশী ঘোষিত লোক কেইজন হল চিৰাং জিলাৰ মুন্নাফ আলী আৰু গোৱালপাৰা জিলাৰ ক্ৰমে ৰহিম আলী, সুজিত সৰকাৰ, নুৰ মহাম্মদ, অৰুনা দাস , ৰবি দে, বাচ্ছু সেখ, শ্যামল ঘোষ, সুধন চৰকাৰ আৰু মহাম্মদ ছানাউল্লা সেখ। ইয়াৰে গোৱালপাৰা জিলাৰ গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত কুমাৰীপাৰা গাঁওৰ মৃত আব্দুল আজিজৰ পুত্ৰ নুৰ মহাম্মদ(৬৫) ২০১০ চনৰ পৰা, কৃষ্ণাই থানাৰ অন্তৰ্গত খাৰিজাপাইকান গাঁওৰ মৃত ব্ৰজেন্দ্ৰ দেৰ পুত্ৰ ৰবি দে (৫৩) ২০১৫ চনৰ পৰা, গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত কাৰবালা গাঁওৰ ছভান সেখৰ পুত্ৰ বাচ্ছু সেখ(৩৯) ২০১৫ চনৰ পৰা, কৃষ্ণাই থানাৰ অন্তৰ্গত আশুডুবি গাঁওৰ মৃত কিষ্ট সৰকাৰৰ পুত্ৰ সুধন চৰকাৰ (৬৫) ২০১৬ চনৰ পৰা আৰু গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত কল্যাণপুৰ গাঁওৰ মৃত হাৰাধন দাসৰ পত্নী অৰুনা দাস(৬৯)২০১৬ চনৰ পৰা গোৱালপাৰা ডিটেনচন কেম্পত আছিল । এই সকলে আদালতত উপস্থিত নোহোৱা বাবে আদালতে একপক্ষীয় ৰায় দান কৰি বিদেশী বুলি ঘোষণা কৰিছিল । আনহাতে গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত গোৱালপাৰা চহৰৰ ছন্দৰীয়া টিলাপাৰাৰ মৃত সুধিৰ চন্দ্ৰ সৰকাৰৰ পুত্ৰ সুজিত সৰকাৰ(৫০) ২০১৫ চনৰ পৰা, কৃষ্ণাই থানাৰ অন্তৰ্গত পাইকান প্ৰথম খণ্ড গাঁওৰ মৃত দাবীৰ চাংমাৰ পুত্ৰ ৰহিম আলী(৫৮) ২০১৫ চনৰ পৰা, কৃষ্ণাই থানাৰ অন্তৰ্গত আশুডুবি কৰ্মকাৰপাৰা গাঁওৰ মৃত সুশীল ঘোষৰ পুত্ৰ শ্যামল ঘোষ(৫১) ২০১৫ চনৰ পৰা আৰু বগুৱান থানাৰ অন্তৰ্গত বামুণডাঙ্গা দ্বিতীয় খণ্ড গাঁওৰ মৃত আব্দুল গফুৰৰ পুত্ৰ মহাম্মদ ছানাউল্লা সেখ(৪৯)২০১৬ চনৰ পৰা গোৱালপাৰা ডিটেনচন কেম্পত আছিল । উল্লেখ্যযে, প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ লগতে প্ৰয়োজনীয় সকলো নথি- পত্ৰ থকাৰ পিছতো নাম তথা উপাধিৰ সামান্য ভূলৰ লগতে বিশেষকৈ আৰক্ষী বিভাগৰ সীমান্ত শাখাৰ একাংশ বিষয়াৰ দায়িত্ব হীনতাৰ বাবেই বহু লোকে বিদেশীৰ অপযশলৈ ডিটেনচন কেম্পত থাকিব লগীয়া হোৱা বুলি প্ৰায়ে অভিযোগ উত্থাপিতহৈ আহিছে৷
# ইব্ৰাহিম আলী, মাটিয়া৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য
News

May 4, 2026
তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ
India

তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

May 4, 2026
জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ
Assam

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

May 4, 2026
গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ
News

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

May 4, 2026
যোৰহাটত পৰাস্ত গৌৰৱ গগৈ
News

যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

May 4, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d