Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

চুড়ান্ত এন আৰ চিত নাম নাথাকিলে আতংকিত নহ’বলৈ আহ্বান বাঙালী জনমুক্তি বাহিনীৰঃবিনা চৰ্তত হিন্দু সকলক এন আৰ চিত নাম সন্নিবিষ্ট কৰাৰ দাবী

publisher by publisher
August 30, 2019
in Uncategorized
Reading Time: 1 min read
0
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

শ্ৰীৰামপুৰ: কাইলৈ প্ৰকাশ পাব চুড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) ৷ এন আৰ চি প্ৰকাশৰ পাছত যাতে পৰিস্হিতি স্বাভাৱিক থাকে তাৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য প্ৰশাসনে ব্যাপক তৎপৰতা অৱলম্বন কৰাৰ সময়তে এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা লোক সকলক শংকিত নহ’বলৈ আৰু বাদ পৰা লোকসকলে যাতে কোনো প্ৰৰোচনাত ভৰি নিদিয়ে তাৰ বাবে যুদ্ধবিৰত বাঙালী জনমুক্তি বাহিনীৰ সভাপতি ৰঞ্জন সৰকাৰে আজি এক সংবাদ মেলত আহ্বান জনায়।কোনো কাৰনতে যদি নাম বাদ পৰিছে তেনেহলে অযথা আৱেগিক নহৈ পৰৱৰ্তী প্ৰক্ৰিয়াত চামিল নিজৰ নথি-পত্ৰ দাখিল কৰি নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিবলৈ অনুৰোধ কৰে। বিশেষকৈ আৱেগপ্ৰৱন লোক সকলক উদ্দেশি তেওঁ কয় যে এন আৰ চিত নাম নুঠিলে আত্মহত্যা কৰাৰ দৰে কাপুৰুষালী অপকৰ্ম যাতে কোনেও নকৰে তাৰ বাবেও বিনম্ৰতাৰে আহ্বান জনায় বাঙালী জনমুক্তি বাহিনীৰ নেতাগৰাকীয়ে। উল্লেখ্য যে ৰাইজলৈ এই বাৰ্তা দিয়াৰ উদ্দেশ্যে আজি পুৱা ১০-০০ বজাত গোসাঁইগাঁও প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেল যোগে সংগঠনটোৰ সভাপতি ৰঞ্জন সৰকাৰে কয় যে উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত চলি থকা এন আৰ চি আৰু চৰকাৰ তথা এন আৰ চি কৰ্তৃপক্ষৰ প্ৰতি আমাৰ পূৰ্ণ আস্থা আছে যে এখন শুদ্ধ আৰু বিদেশীমুক্ত এন আৰ চি প্ৰকাশ পাব। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে অসমলৈ অহা কোনো এজন নাগৰিকৰ নাম এন আৰ চিৰ পৰা বাদ নপৰে আৰু বাদ পৰিলেও প্ৰকৃত ভাৰতীয় নাগৰিক হ’লে তেওঁৰ নাম পৰৱৰ্তী পৰ্যায়ত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত৷ তেওঁ আৰু কয় যে কালি প্ৰকাশ হ’বলগীয়া তালিকাত নাম বাদ পৰিলেও শংকাৰ কোনো কাৰন নাই ৷ কাৰন পৰবৰ্তী সময়ত নাম অৰ্ন্তভুক্ত কৰাৰ বাবে ১২০ দিনৰ সময় দিয়াৰ লগতে সকলো ধৰনৰ আইনী সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে চৰকাৰে ৷ তেনে ক্ষেত্ৰত উপযুক্ত নথি-পত্ৰ থকা সকলো নাগৰিকে নিজৰ নাম সন্নিবিষ্ট কৰাৰ বাবে সুযোগ তথা সহযোগ পাব৷ আনহাতে চৰ্তহীন ভাৱে হিন্দু নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় সভাপতি গৰাকীয়ে ৷ তেওঁ কয় যে অখন্ড ভাৰত বৰ্ষত ধৰ্মৰ ভিত্তিত পাকিস্তান আৰু বাংলাদেশ গঠন হৈছিল ৷ তেনে ক্ষেত্ৰত অখন্ড ভাৰতবৰ্ষৰ নিৱাসী হিন্দু সকলৰ বসবাস কৰাৰ একমাত্ৰ দেশ হল ভাৰতবৰ্ষ ৷ হিন্দু সকল ভাৰতত থাকিব নোৱাৰিলে অতি দুৰ্ভাগ্যজনক ঘটনা হ’ব ৷ গতিকে হিন্দু সকলৰ প্ৰতি সহানুভূতি দেখুৱাই ভাৰতীয় নাগৰিকৰ মৰ্যাদা দিৱলৈ মহামান্য উচ্চতম ন্যায়ালয় আৰু চৰকাৰৰ ওচৰত দাবী কৰে ৷ আনকি তৎকালীন ভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক আইন (CAB) আনি হলেও হিন্দু নাগৰিকক ভাৰতীয় নাগৰিকত্বৰ মৰ্যাদা দিবলৈ আহ্বান জনায় সভাপতি গৰাকীয়ে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d