Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ

    Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

    SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত

    With the increase in heat, the demand for ACs has also increased:গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে চাহিদাও বৃদ্ধি পাইছে এচিৰ

    Parliament session for two days:দুদিনৰ বাবে সংসদ আহ্বান: সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক লৈ সাজু মোদী চৰকাৰ

    NRL’s Ethanol Project:পাঁচ হেজাৰ কোটিৰ ইথানল প্রকল্প চমকহে !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

IBM:সংকটত লক্ষাধিক ভাৰতীয়: কৰ্মৰ ভিছা-গ্রীণকাৰ্ডৰ স্পন্সৰশ্বিপ বন্ধ কৰাৰ সিদ্ধান্ত

ঘূৰি যাওক বা চাকৰি ত্যাগ কৰক, আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত বিদেশী কৰ্মচাৰীলৈ, আকস্মিক নির্দেশ অগ্রণী প্রযুক্তি সংস্থা আইবিএমৰ, ৩১ ডিচেম্বৰ চাকৰিৰ অন্তিম দিন ধার্য

publisher by publisher
November 27, 2026
in Uncategorized
Reading Time: 1 min read
0
IBM:সংকটত লক্ষাধিক ভাৰতীয়: কৰ্মৰ ভিছা-গ্রীণকাৰ্ডৰ স্পন্সৰশ্বিপ বন্ধ কৰাৰ সিদ্ধান্ত
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Temporary Chakka Bondh Withdrawal :সাময়িকভাৱে চকা বন্ধ প্ৰত্যাহাৰ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ

Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ

Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

IBM:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বিনা মেঘে বজ্রপাত। হঠাৎ আমেৰিকা যুক্তৰাষ্ট্ৰত গভীৰ সংকটৰ হ’ল কৰ্মৰত আইবিএমৰ লক্ষাধিক বিদেশী কর্মচাৰী। অহা ৩১ ডিচেম্বৰেই হৈছে এইসকলৰ চাকৰিৰ অন্তিম দিন। ইয়াৰে লক্ষাধিক কৰ্মচাৰী হৈছে ভাৰতীয়। প্রতিষ্ঠানটোৱে কৰ্মৰ ভিছা আৰু গ্রীণ কাৰ্ডৰ অপেক্ষাত থকা কৰ্মচাৰী সকলৰ স্পন্সৰশ্বিপ বন্ধ কৰাৰ সিদ্ধান্ত লৈ এইসকলক চাকৰি ত্যাগ কৰিবলৈ নির্দেশ দিছে। প্রতিষ্ঠানটোরে অহা ৩১ ডিচেম্বৰৰ ভিতৰত চাকৰি ত্যাগ বা নিজ দেশমুৱা হ’বলৈ বিদেশী কৰ্মচাৰীসকললৈ নির্দেশ জাৰি কৰিছে। এনে নির্দেশ লাভ কৰা বিদেশী কৰ্মচাৰীসকল হৈছে আইবিএমৰ সৰ্ববৃহৎ শাখা আইবিএম কনছাল্টিঙৰ আইবিএমৰ এই শাখাত ডেৰ লক্ষাধিক কৰ্মচাৰী নিয়োজিত হৈ আছে। ইয়াৰে গৰিষ্ঠসংখ্যকে হৈছে ভাৰতীয়।
অৱশ্যে এইসকলৰ কিমানসংখ্যক প্রতিষ্ঠানটোৰ শেহতীয়া এই নির্দেশৰ দ্বাৰা ক্ষতিগ্রস্ত হ’ব সেয়া বাতৰি লিখাৰ পৰলৈকে স্পষ্ট হোৱা নাই। তৎসত্ত্বেও সূত্রই জনোৱা মতে, কৰ্মৰ ভিছা বা এইছ-১ বি ভিছাপ্রাপ্ত আৰু গ্রীণকাৰ্ডৰ অপেক্ষাত থকাসকল ক্ষতিগ্রস্ত হোৱাটো নিশ্চিত। আমেৰিকা যুক্তৰাষ্ট্ৰ ত্যাগ কৰি আন দেশত নিয়োজিত হোৱাৰ বাবে প্ৰতিষ্ঠানটোৰ কর্তৃপক্ষই কৰ্মচাৰীসকলক তিনি সপ্তাহৰ সময় দিছে। তদুপৰি কৰ্মচাৰীসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো প্ৰতিশ্রুতি দিছে প্রতিষ্ঠান
টোৱে।
এই সকলো আদায় দি প্রতিষ্ঠানটোৱে এই কৰ্মচাৰীসকলক অহা ৩১ ডিচেম্বৰৰ ভিতৰত দেশলৈ ঘূৰি যাবলৈ বা আইবিএম ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। এই সম্পর্কত আইবিএমৰ এজন জ্যেষ্ঠ বিষয়াই সদৰী কৰা অনুসৰি, দক্ষ কৰ্মীৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে প্রতিষ্ঠানটোৱে দীর্ঘকাল ধৰি এইছ-১ বি ভিছাৰ সুযোগ লৈ আছিল। শেহতীয়াভাবে ব্যৱসায়িক চাহিদাৰ পৰিৱৰ্তন আৰু দক্ষ কর্মী সহজলভ্য হোৱাত প্রতিষ্ঠানটোৱে বৰ্তমানে কৰ্মৰত বিদেশী কৰ্মচাৰীসকলক স্পন্সৰ নকৰাৰ সিদ্ধান্ত লৈছে বুলি বিষয়াজনে জনায়।
এই সম্পর্কত বিষয়াজনে লগতে কয়, ‘দক্ষতা সহজলভ্যতা আৰু গ্রাহকসকলৰ চাহিদা সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত আইবিএমৰ কনছাল্টিং শাখাই অধিকাংশ ক্ষেত্ৰত ভিছা আৰু গ্রীণকার্ড স্পন্সৰশ্বিপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।’ উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ১৯ নৱেম্বৰলৈকে আইবিএমৰ কেৰিয়াৰ প’ৰ্টেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰত ১,২৭৮টা কনছাল্টিঙৰ খালী পদ থকা বুলি প্রকাশ পাইছিল। ইয়াৰে ১,১২৫টা পদ ভাৰতত আছে।
# ভাৰত চাকৰি হেৰুওৱাসকলৰ লক্ষ্যস্থান হোৱাৰ সম্ভাৱনা
চাকৰি যোৱাৰ পাছতো আইবিএমতে কৰ্মৰত হৈ থাকিবলৈ বিচৰাসকলৰ বাবে এটা বিকল্প আছে। এই বিকল্প হৈছে এইসকলে প্রতিষ্ঠানটোৰ আন দেশত থকা শাখাত চাকৰিৰ বাবে আবেদন জনাব পাৰিব। এই ক্ষেত্ৰত ভাৰত তেওঁলোকৰ লক্ষ্যস্থান হ’ব পাৰে। সম্প্রতি ভাৰতত আইবিএম য কনছাল্টিঙত কনছাল্টিঙত ১,১২৫টা ১,১২৫ খালী পদ আছে। একেদৰে ছিংগাপুৰত ২৩টা আৰু ব্রিটেইনত ১৮ টা পদ খালী হৈ আছে। ইচ্ছুকসকলে এই পদসমূহত নিয়োগৰ বাবে আবেদন জনাব পাৰে। গতিকে ভাৰত এই চাকৰি হেৰুওৱাসকলৰ লক্ষ্যস্থান হ’ব পাৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Breaking NewsH1B VisaIBMindian employindian nrilatest newsUSA
publisher

publisher

Related Posts

Temporary Chakka Bondh Withdrawal :সাময়িকভাৱে চকা বন্ধ প্ৰত্যাহাৰ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ
Assam

Temporary Chakka Bondh Withdrawal :সাময়িকভাৱে চকা বন্ধ প্ৰত্যাহাৰ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ

November 27, 2026
Dainik Agradoot Print Edition 25 November
Daily

November 25, 2026
West Karbianglong:বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ সৃষ্টিয়ে মানৱ সমাজক দিয়ে নতুন নতুন উপহাৰ
Uncategorized

November 23, 2026
Uncategorized

The Rubyreels Bonus Code Question Hidden Behind a Gem-Themed Lobby

November 23, 2026
Dainik Agradoot Print Edition 21 November
Daily

Dainik Agradoot Print Edition 21 November

November 21, 2026
Daily Horoscope: দিনটোৰ ৰাশিফল
Uncategorized

Daily Horoscope:দিনটোৰ ৰাশিফল

November 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d