Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

 ছীল হ’ল ভাৰত বাংলাদেশ সীমান্তৰ গেট

publisher by publisher
April 12, 2020
in COVID-19, News
Reading Time: 1 min read
0
 ছীল হ’ল ভাৰত বাংলাদেশ সীমান্তৰ গেট
6
SHARES
63
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছ প্ৰতিৰোধৰ স্বাৰ্থতে বন্ধ কৰি দিয়া হ’ল ভাৰত বাংলাদেশ সীমান্তৰ লাফাশাইল আৰু গোবিন্দপুৰৰ গেট ৷ সীমা সুৰক্ষা বাহিনীৰ তৰফৰ পৰা আজি অনিৰ্দিষ্টকালৰ বাবে এই দ্বাৰ দুখন বন্ধ কৰা যাতায়ত নিষিদ্ধ কৰা হয় । বাংলাদেশৰ পৰা ক’ভিড ১৯ ত আক্ৰান্ত ৰোগীয়ে ভাৰতত প্ৰৱেশ কৰাৰ আশংকাতে এই দ্বাৰ দুখন বন্ধ কৰা বুলি বি এছ এফৰ সূত্ৰই জনাইছে ৷ ফলত অনিৰ্দিষ্টকাললৈ খোল নাখাব সীমান্তৰ কাটাঁতাৰৰ কাষত থকা এই দ্বাৰ দুখন ৷ এই দ্বাৰ দুখনেৰেই ভাৰতলৈ অহা যোৱা কৰা কৰিমগঞ্জ জিলাৰ গাওঁ লাফাশাইল আৰু গোবিন্দপুৰৰ কে’বাশ লোক ৷ দ্বাৰ দুখন মুকলি নোহোৱা পৰ্যন্ত এই গাওঁ দুখনৰ বাসিন্দাসকলে কাটাঁতাৰৰ সিপাৰৰ ন’ মেন্ছ লেণ্ড’ অঞ্চলতে গৃহবন্দী হৈ থাকিব লাগিব ৷

ADVERTISEMENT

চৰকাৰী তথ্য অনুসৰি গোবিন্দপুৰত আছে ৩৭ টা পৰিয়ালৰ ২০৫ জন লোক আৰু লাফাশালত গাঁৱত আছে ৫৭ টা পৰিয়ালৰ কে’বাশ লোক ৷ কৰিমগঞ্জ জিলাৰ এই গাওঁ দুখনৰ বাসিন্দাসকলৰ সমস্যা দেশৰ আন নাগৰিকসকলতকৈ পৃথক ৷ কিয়নো তেওঁলোকৰ বাসগৃহ আছে কাটাঁতাৰৰ সিপাৰে, অৰ্থাৎ ভাৰত আৰু বাংলাদেশৰ সীমাৰ মাজত  থকা ভাৰতৰ অধিকৃত ন’ মেন্ছ লেণ্ড”ত ৷ কাঁটাঁতাৰৰ বাহিৰত থকা এইলোকসকলে প্ৰতি নিশাই ভাৰতীয় নাগৰিকত্ব হেৰুৱাব লগা হয় । উল্লেখযোগ্য যে এই গাওঁ দুখনৰ বাসিন্দাসকলে সুদীৰ্ঘ বছৰ ধৰি কাঁটাঁতাৰৰ বাহিৰত বসবাস কৰি আছে ৷ আনকি বসবাস কৰি থকা ভূমিত তেওঁলোকৰ নিজস্ব ভূমিৰ পট্টাও আছে ৷ বাংলাদেশৰ সীমাত ভাৰতে কাঁটাঁতাৰৰ বেৰ দিয়াৰ সময়ত চৰকাৰে এইলোক সকলক ভাৰতৰ মূল ভূখণ্ডলৈ অনাৰ প্ৰস্তুতি কৰিছিল ৷ কিন্তু ভূমিৰ ক্ষতিপূৰণৰূপে চৰকাৰে দিব বিচৰা মূল্য কম হোৱাৰ বাবেই গাওঁ দুখনৰ বাসিন্দাসকলে কাঁটাঁতাৰৰ বাহিৰতে থকাৰ সিদ্ধান্ত লয়৷

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

আনহাতে যিকোনো প্ৰয়োজনত  ভাৰতৰ মূল ভূ খণ্ডলৈ অহাৰ প্ৰয়োজন হ’লেই গাঁৱবাসীয়ে বি এচ এফৰ অনুমতি লৈ কাঁটাতাৰত থকা দ্বাৰ দুখনেৰে সোমাই আহে ৷ ইফালে লোকসকলে কাঁটাঁতাৰৰ বাহিৰত থকা কুশীয়াৰা নদীখনৰ পৰা দৈনন্দিন ব্যৱহাৰৰ কাৰণে পানী আনিব লাগে ৷ কিছুমানে আকৌ গৰু ছাগলীক ঘাঁহ খুৱাবৰ কাৰণে কাঁটাঁতাৰৰ সিপাৰত এৰি দিয়ে ৷ গতিকে সম্প্ৰতি সীমান্তৰ দ্বাৰ বন্ধ কৰি দিয়াত সমস্যাৰ সন্মুখীন হৈছে লোকসকল ৷ ইপিনে বাংলাদেশত ক’ভিড১৯ ৰোগীৰ সংখ্যা অত্যাধিক ভাৱে বৃদ্ধি পালে চিকিৎসাৰ সুযোগ লৈ বহু লোক ভাৰতত প্ৰবেশ কৰিব পাৰে বুলি সন্দেহ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ গতিকে সীমান্তৰ দ্বাৰ বন্ধ কৰিছে চৰকাৰে ৷আন্তজাৰ্তিক নিয়ম অনুসৰি কোনো ৰোগীয়ে আন দেশৰ পৰা প্ৰবেশ কৰিলে প্ৰথমে তেওঁৰ চিকিৎসা কৰিব লাগিব আৰু তাৰ পাছত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। উল্লেখযোগ্য যে সম্প্ৰতি বি এছ এফ তৰফৰ পৰা সীমান্তৰ লোকসকলক পেয় পানীৰ ব্যৱস্থা কৰি দিছে  ৷ সেইদৰে কাঁটাতাঁৰৰ বাহিৰত থকা লোকসকলৰ যাতে খাদ্য কোনো অসুবিধা নহয়, সেই ক্ষেত্ৰতো বি এছ এফে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONALockdownSTAY HOME STAY HOME
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d