Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

এবছৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন, বাতিল মৰগীয়া বানছ

publisher by publisher
April 19, 2020
in COVID-19, News
Reading Time: 1 min read
0
এবছৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন, বাতিল মৰগীয়া বানছ
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

ক’ৰনা যুদ্ধত সহায়ৰ বাবে ইতিমধ্যে দৰমহা কমিল মন্ত্ৰী-সাংসদ সকলৰ। এইবাৰ কোপ পৰিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনটো। মাৰ্চৰ পৰা পৰৱৰ্তী এটা বছৰৰ বাবে প্ৰতিমাহে কেন্দ্ৰীয় চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ এদিনৰ দৰমহা যাব পি এম-কেয়াৰ্ছ তহবিললৈ। আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনভোগী সকলৰ বছৰত দুবাৰ মৰগীয়া বানচ বৃদ্ধিৰ পৰা বঞ্চিত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ বিভাগৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে।
উল্লেখ্য যে এই মাৰাত্মক জীৱাণুৰে সংগ্ৰামৰ বাবে এই পৰ্যন্ত কোনো শক্তিশালী অস্ত্ৰ ওলোৱা নাই। অথচ চিকিৎসা ব্যৱস্থাৰ উন্নতিৰ যোগেদিহে সংক্ৰমণ ৰোধ কৰা সম্ভৱ। ইয়াৰ বাবে চৰকাৰক বিপুল পৰিমাণৰ ধনৰ আৱশ্যক। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহে নিজাববীয়াকৈ ত্ৰাণ তহবিল গঢ়ি সেই ধন সংগ্ৰহৰ চেষ্টা অব্যাহত ৰাখিছে। তাৰেই অংশৰূপে ইয়াৰ আগতে মন্ত্ৰী আৰু সাংসদ সকলৰ দৰমহাৰ ৩০% কৰ্তন কৰি প্ৰধানমন্ত্ৰীৰ ত্ৰাণ তহবিলত দিয়া হৈছিল। এবছৰৰ বাবে এই নিয়ম প্ৰযোজ্য হৈ থাকিব। ইয়াৰ দ্বাৰা বহুখিনি ধন সংগ্ৰহ হব বুলি ধাৰণা কৰিছে বিশেষজ্ঞই। লাঘৱ  হব ক’ৰণা মুকবিলাৰ ব্যয়ৰ ওজন। এইবাৰ সেই একেই নিয়ম  প্ৰয়োগ হল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ ক্ষেত্ৰত। অৱশ্যে  এবছৰলৈ তেওঁলোকে এদিনৰ দৰমহাহে দিব লাগিব। উল্লেখ্য যে ক’ভিড-১৯ যুদ্ধত যিসকল কেন্দ্ৰীয় কৰ্মচাৰী পোনপটীয়াকৈ যুক্ত হৈ আছে, তেওঁলোকেও প্ৰতি মাহে এদিনৰ দৰমহা দি বৰ্ধিত সাহায্য কৰিব।
কেন্দ্ৰৰ ৰাজহ বিভাগৰ তৰফৰ পৰা দিয়া নিৰ্দেশিকাত লগতে কোৱা হৈছে যে মহামাৰী মোকাবিলাৰ বাবেই সম্প্ৰতি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰা নহয়। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত সকলে সচৰাচৰ বছৰি দুবাৰ এই সুবিধা ভোগ কৰি আহিছে। জানুৱাৰী আৰু অক্টোবৰত নিৰ্দিষ্ট হাৰত মৰগীয়া বানচ বৃদ্ধি হয়। কিন্তু এইবাৰ পৰিস্থিতি ভিন্ন। দেশজুৰি মহামাৰী প্ৰকোপত চৰকাৰী কোষাগাৰ সমূহতো চাপ বৃদ্ধি পাইছে। তলা বন্ধৰ বাবে বন্ধ হৈ আছে উদ্যোগ – বাণিজ্য। ফলত উপাৰ্জনৰ পথো সম্প্ৰতি বন্ধ। সকলো মিলাই এই বিৰাট চাপ সম্ভালিবলৈ কৰ্মচাৰীসকলকে দায়িত্ব দিলে কেন্দ্ৰই। পৰৱৰ্তী এবছৰলৈ এইসকল কৰ্মচাৰীৰ এদিনৰ দৰমহা প্ৰধানমন্ত্ৰী ৰ ত্ৰাণ তহবিললৈ দান কৰিলে কিছু সকাহ পোৱা যাব বুলি আশা কৰা হৈছে। উল্লেখ্য যে এপ্ৰিলত প্ৰাপ্ত দৰমহাতে এদিনৰ ধন কাটি লোৱা হৈছে। ২০২১ ৰ মাৰ্চ পৰ্যন্ত এই হাৰতে ধন কৰ্তন কৰা হ’ব।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM CORONA VIRUSCorona VirusCovid-19LockdownLOCKDOWN_ASSAMNarendra Modi
publisher

publisher

Related Posts

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d