Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

    Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

    অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

    দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

    লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

    মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

    মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধত বিধ্বস্ত নগাঁৱৰ কৃষি অৰ্থনীতি : দুশ্চিন্তাত কৃষক ৰাইজ

publisher by publisher
April 23, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধত বিধ্বস্ত নগাঁৱৰ কৃষি অৰ্থনীতি : দুশ্চিন্তাত কৃষক ৰাইজ
5
SHARES
51
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

ADVERTISEMENT

গৰুক খুৱাইছে কুইন্টলে কুইন্টলে বিলাহী,ছিঙি পেলাইছে কেপছিকাম

মহামাৰী ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে চৰকাৰে বলবৎ কৰা তলাবন্ধৰ ফলত নগাঁও জিলাৰ কৃষি অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে । উৎপাদিত পাচলি বজাৰত বিক্ৰী কৰিব নোৱাৰি অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈছে জিলা খনৰ কৃষক ৰাইজ । পথাৰতে পকি নষ্ট হৈ গৈছে কৃষকৰ বিঘাই বিঘাই বিভিন্ন তৰহৰ পাচলি । বিশেষকৈ বিলাহী, বেঙেনা, জিকা, লেচেৰা, স্কোৱাছ, তিঁয়হ আদিৰ খেতি কৰা কৃষক সকল তলাবন্ধৰ ফলত চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, কৃষিপ্ৰধান জিলা নগাঁৱৰ মুঠ কৃষি ভূমিৰ প্ৰায় বিশ ভাগ কৃষি ভূমিতেই জিলা খনৰ কৃষক সকলে বিভিন্ন শাক-পাচলিৰ খেতি কৰে । হাড়ভঙা পৰিশ্ৰমেৰে এইবাৰো জিলা খনৰ হেজাৰ হেজাৰ কৃষকে বেংক, ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান, বিভিন্ন গোট আনকি একাংশ সুদখোৰৰ পৰা টকা ধাৰলৈ লৈ নিজা পথাৰত বিভিন্ন তৰহৰ পাচলিৰ খেতি কৰিছিল। পূৰ্বতকৈয়ো দুগুণ উদ্যমেৰে জিলা খনৰ কৃষক সকলে এইবাৰ  বিলাহী, বেঙেনা, জলকীয়া, জিকা, স্কোৱাচ, তিঁয়হ, কবি, তিতা কেৰেলা, পানীলাও, ভেন্দি,লেছেৰা মাহ আদিৰ খেতি কৰিছিল। নিৰ্দিষ্ট সময়ত কৃষকৰ পথাৰত লমালমে লাগিছিল বিলাহী, বেঙেনা, লেছেৰা, তিঁয়হ, জিকা,পানীলাও আদি।

ইয়াৰ লগে লগে কৰ্মঠ কৃষক সকলৰো আশাবোৰ ঠন ধৰি উঠিছিল। পথাৰৰ পাচলি চিঙি বজাৰত বিক্ৰী কৰাৰ বতৰতে নগঞা কৃষক ৰাইজলৈ এই এৰম বিপৰ্যয় নমাই আনে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকাৰ সমগ্ৰ দেশজুৰি বলবৎ কৰা তলাবন্ধই। তলাবন্ধৰ ফলত দেশৰ অন্য ঠাইৰ লগতে নগাঁও জিলা খনো স্তব্ধ হৈ পৰে। প্ৰায় অচল হৈ পৰে জনজীৱন। যাৰ পৰিপ্ৰেক্ষিতত কৃষক সকলে নিজা পথাৰত উৎপন্ন হোৱা বিভিন্ন তৰহৰ পাচলি চিঙি বজাৰত বিক্ৰী কৰিব নোৱাৰা হয়। এই পাচলি সমূহ প্ৰতি দুই-তিনি দিনৰ মূৰে মূৰে চিঙি বজাৰত বিক্ৰী কৰিব লাগে, কিন্তু তলাবন্ধৰ ফলত কৃষকে পাচলি খেতিৰ ওচৰেই চাপিব নোৱাৰাত বিঘাই বিঘাই উৎকৃষ্ট মানদণ্ডৰ। পাচলি পথাৰতে  নষ্ট হৈ পৰে। পথাৰতে বুঢ়া হৈ গৈছে তিঁয়হ, জিকা, পানীলাও।

নগাঁও জিলাৰ ধিং, আলিটাঙনী, ডুমডুমীয়া, বালিসত্ৰ, জুৰীয়া, ৰূপহী, চামগুৰি,আমবাগান, নলতলী, শিৱস্থান, ভূৰবন্ধা, বৰঘূলি, বেঙেনাআটি, কৃষ্ণাইখাট, ৰাঙলু, সোণাইবালিকে প্ৰমুখ্য কৰি জিলা খনৰ অন্তৰ্গত বিভিন্ন চৰ চাপৰিৰ হেজাৰ হেজাৰ কৃষকে কে’বাশ হেক্টৰ মাটিত  বিভিন্ন  পাচলিৰ খেতি কৰি স্বাৱলম্বীতাৰ বাট বুলিছিল। কিন্তু এই কৃষক সকলৰ আশাবোৰে ঠণ ধৰিবলৈ নাপাওতেই যোৱা ২৪মাৰ্চত ঘোষিত লকডাউনে তেওঁ লোকৰ সকলো স্বপ্ন ওলট পালট কৰি দিয়ে । এতিয়া কৃষি প্ৰধান জিলা খনৰ চৌদিশে কৃষকৰ হাঁ-হুমুনিয়াহ। এলাগী পথাৰত গেলিছে বিলাহী, হেন্দালিতে বুঢ়া হৈছে জিকা, তিঁয়হ ,লেছেৰা, জাতিলাও, স্কোৱাচ আদি।

জিলা খনৰ ধিং গায়ন গাঁৱৰ যুৱ কৃষক নজমূল হকে কয়,”লকডাউনৰ বাবে বজাৰ বন্ধ হৈ থকাত আমাৰ পাচলি বোৰ তুলি বিক্ৰী কৰিব পৰা নাই। জিকা বোৰ ডাঙৰ হোৱাৰ লগে লগেই তাক হেন্দালিৰ পৰা চিঙি বিক্ৰী কৰিব লাগে । প্ৰতি দুদিনৰ মূৰে মূৰে আমি জিকা চিঙিব লাগে। নহ’লে জিকা বুঢ়া হৈ যায় । এইবাৰ বজাৰ নথকাত মই হেন্দালিতে বুঢ়া হৈ যোৱা ১৫ কুইন্টল জিকা চিঙি পেলাই দিব লগীয়া হও । মোৰ বহুত লোকচান হৈছে। এই অৱস্থা আমাৰ অঞ্চলৰ আন খেতিয়কৰো।”

তেওঁ লগতে কয় যে,”দুদিনৰ পৰা বেপাৰীৰ এখন গাড়ী আহিছে। কিন্তু পাচলিৰ দাম বহুত কমকৈ দিয়ে। পথাৰৰ পৰা পাচলি চিঙি আনি বেপাৰীক পানী দামত বিক্ৰী কৰিবলৈ মন নাযায় যদিও উপায়হীন হৈ বিক্ৰী কৰিছো।জিকা প্ৰতিকেজিত ৪ টকা আৰু বিলাহী প্ৰতি কেজিত ২টকা মূল্যত বেপাৰীক বিক্ৰী কৰিবলৈ বাধ্য হৈছো। বজাৰ যিহেতু বন্ধ, গাড়ী-মটৰ বন্ধ আমি পাচলি ক’লৈ নিম ক’ত বিক্ৰী কৰিম। পথাৰত নষ্ট হোৱাতকৈ পানী দামতেই বিক্ৰী কৰিছো।” একেই দশা হৈছে গাঁও খনৰ আব্দুল ছহিদ আৰু নাছিৰ উদ্দিন প্ৰমুখ্যে কৃষক সকলৰো।

আনহাতে, ধিং অঞ্চলৰে বগৰিগুৰি গাঁৱৰ যুৱ কৃষক মাইনুলে এক বিঘা মাটিত, তেওঁৰ ভায়েক মহিজুলে ডেৰ বিঘা মাটিত, খুড়াক ৰিয়াজ উদ্দিনে দুই বিঘা মাটিত, বৰদেউতাক চামচুদ্দিনে ১বিঘা মাটিত, প্ৰতিৱেশী নজৰুলে এক বিঘা মাটিত পৃথকে পৃথকে বাঁহৰ হেন্দালি দি জিকা খেতি কৰিছিল। মাটি চহ কৰা, বীজ ক্ৰয় কৰা, বাঁহ ক্ৰয় কৰি হেন্দালি দিয়া আদি কামত প্ৰতি জন কৃষকৰে অতি কমেও ২৫-৩০হেজাৰকৈ টকা খৰচ হৈছিল। কিন্তু এই কৃষক সকলৰ হেন্দালিতে জিকা বুঢ়া হৈ নষ্ট হৈ পৰিছে। ঠিক একেদৰে,জিলা খনৰ সুঁতিৰ পাৰৰ কৃষক আব্দুল মান্নান আৰু নাঙলধোৱাৰ কৃষক চুলতান আলীয়েও ১০বিঘা মান মাটিত কবি, পটল, তিয়হ, জিকা, বেঙেনা, জলকীয়া আদিৰ খেতি কৰি পাচলি বজাৰত বিক্ৰী কৰিব নোৱাৰি চকুলো টুকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইপিনে, জিলা খনৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ভূৰবন্ধা বজাৰ গাঁৱৰ কৃষক আব্দুল কাদিৰ আৰু বৰঘূলিৰ কৃষক জহুৰ উদ্দিনেও ৮-১০বিঘাকৈ মাটিত এইবাৰ জলকীয়া, স্কোৱাচ, তিঁয়হ, লেচেৰা,পানীলাও আদিৰ খেতি কৰিছিল যদিও তলাবন্ধৰ বাবে তেওঁ লোকেও পাচলি বজাৰত বিক্ৰী কৰিব নোৱাৰিলে। ফলত পথাৰতে নষ্ট হৈছে বিঘাই বিঘাই পাচলি।

ইপিনে, কৃষ্ণাই খাটতো জিতেন বৰা, বোধেন বৰা, বাচা বৰা প্ৰমুখ্যে কৃষক সকলৰ প্ৰায় পাঁচশ বিঘা মাটিৰ কেপছিকাম, জাতিলাও, বিলাহী লকডাউনৰ বাবে বজাৰত বিক্ৰী কৰিব নোৱাৰি কৃষক সকল ভীষণ লোকচানৰ সন্মুখীন হয়। বজাৰ বন্ধ থকা বাবে জিতেন বৰাই কে’বা বিঘা মাটিৰ কেপছিকাম গছতে পকাত সেইবোৰ চিঙি পেলাই দিব লগীয়া হয় বুলি জানিব পৰা গৈছে। কৃষি প্ৰধান জিলা নগাঁৱত এতিয়া চৌদিশে হতাশগ্ৰস্ত কৃষকৰ বিবৰ্ণ মুখ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownSTAY HOME STAY SAFE
publisher

publisher

Related Posts

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি
Assam

September 9, 2026
Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ
Assam

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

September 9, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব
India

দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d