Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ভৱিষ্যতক লৈ উদ্বিগ্নঃতলাবন্ধৰ হতাশাত আত্মহত্যাৰ প্ৰৱণতা অসমত

publisher by publisher
April 29, 2020
in COVID-19, News
Reading Time: 1 min read
0
ভৱিষ্যতক লৈ উদ্বিগ্নঃতলাবন্ধৰ হতাশাত আত্মহত্যাৰ প্ৰৱণতা অসমত

Print

1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

মধ্য অসমৰ এটি দুখীয়া পৰিয়ালৰ ৩৫ বছৰীয়া যুৱক দীপক বৰা (প্ৰকৃত নাম নহয়) ৷ ঘৰৰ যিকণ মাটি আছে তাতেই এইবাৰ বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠান এটাৰ পৰা লক্ষাধিক টকাৰ ঋণ লৈ বিভিন্ন পাচলিৰ খেতি কৰিছিল,কিন্তু দীঘলীয়া তলাবন্ধৰ ফলত সকলো পাচলি খেতি পথাৰতে নষ্ট হয়। ফলত বৰাৰ চকুৰ আগত এতিয়া কেৱল অন্ধকাৰ আৰু অন্ধকাৰ।
ইফালে ঋণৰ কিস্তি প্ৰতি মাহে পৰিশোধ কৰিবই লাগিব ৷ পাচলি নষ্ট হ’লেও ঋণ আদায়ৰ পৰা ৰেহাই নাপায় ।চৰম হতাশাত ভাগি পৰা বৰাৰ মনলৈ জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ ভাৱো মনলৈ আহিছে । পশ্চিম অসমৰ এখন পিছপৰা জিলাৰ পৰা গুৱাহাটীলৈ বহু আশাৰে আহি ব্যক্তিগত প্ৰতিষ্ঠান এটাত মূৰ গুজিবলৈ সক্ষম হৈছিল নিম্ন মধ্যবিত্ত পৰিয়ালৰ এজন যুৱকে ৷সম্প্ৰতি ঘৰত থকা যুৱকজনে জানিব পাৰিছে যে তলাবন্ধৰ পাছত প্ৰতিষ্ঠানটো খুলিলেও তেওঁৰ চাকৰি নাথাকে। অথচ ঘৰখনৰ বাবেই তেওঁৰ যিকোনো চাকৰি এটাৰ অতি প্ৰয়োজন।
চাকৰি নথকাৰ খবৰটো পোৱাৰে পাছৰে পৰা সেয়ে দুশ্চিন্তাত ভাগি পৰিছে ২৫ ৰ উধ্বৰ যুৱকজন। মানৱ জাতিক ভয়াৱহ ক’ভিড ১৯ ৰ গ্ৰাসৰ পৰা ৰক্ষাৰ উদ্দেশ্য বিভিন্ন প্ৰান্তৰ দৰে ভাৰততো অব্যাহত আছে দীঘলীয়া তলাবন্ধ ৷অথচ এই তলাবন্ধই উল্লিখিত দুটা উদাহৰণৰ দৰে বহুতৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। তলাবন্ধ খোলাৰ পাছত পৰিবেশ আৰু কেনে ধৰণৰ হ’ব পাৰে সেয়া বৰ্তমানৰ পৰিস্থিতিত কল্পনাৰো অগোচৰ। কৰ’নাৰ পাশ্বক্ৰিয়াৰ ভয়াৱহ হতাশাৰ ছবিখন অসম আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে ।
দীঘলীয়া তলাবন্ধৰ ফলত অৱসাদকে ধৰি মানসিক যিকোনো সমস্যাৰ সমাধানৰ বাবে আৰক্ষীয়ে কে’বাটাও হেল্প লাইন নম্বৰ মুকলি কৰিছে। যোৱা সাত এপ্ৰিলত এই সেৱা আৰম্ভ কৰাৰ পাছৰে পৰা হেল্প লাইনৰ আটাইকেইটা নম্বৰত মানসিক সাহায্য বিচৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। তেনে সাহাৰ্যত নিয়োজিত মানসিক ৰোগৰ চিকিৎসক ডা° বৰ্ণালী দাসে কয় যে তেওঁ অকলেই ৬০ টাৰো অধিক মানসিক সাহাৰ্য বিচৰা ফোনকল পাইছে। সেই সকলোকে ফোনৰ জৰিয়তে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা হৈছে।
ইফালে পৰামৰ্শ বিচৰা সকলৰ সমস্যাৰ ধৰণৰ প্ৰসংগত ডা° দাসে কয় যে ভৱিষ্যতক লৈ অধিকাংশৰ হতাশাৰ মূল কাৰণ ৷ কোনোবাই বহু কষ্টৰে ধন যোগাৰ কৰি ঋণ লৈ ব্যৱসায়ত হাত দি বৃহৎ লোকচানৰ গৰাহত পৰিছে ৷কোনোবাই নতুনকৈ চাকৰিত যোগ দি পুনৰ নিবনুৱা হোৱাৰ আশংকাত ভূগিছে ।কোনোবাই পৰিয়ালৰ গধুৰ দায়িত্ব পালন কৰিবলৈ গুৱাহাটীলৈ আহি এতিয়া দিশহাৰা হৈ পৰিছে। কোনোবাই আকৌ ঘৰ চলাবলৈ বহিঃৰাজ্যলৈ গৈ তাত কৰ্মহীন হোৱাত উৱাদিহ নাপাই ভাগি পৰিছে। কোনোবাই আকৌ বহিঃৰাজ্যলৈ গৈ তাত কৰ্মহীন হোৱাত ভাগি পৰিছে ৷কাৰোবাৰ আকৌ পুৰণি মানসিক ৰোগে উক দিছে ৷ এনে ধৰণৰ অজস্ৰ কাৰণত মানুহবোৰ ভূগিছে ৷
একাংশই আকৌ কৰ’নাত সংক্ৰমিত হোৱাৰ আশংকাত ভূগিছে বুলি চিকিৎসকগৰাকীয়ে সদৰি কৰেো উল্লেখযোগ্য যে মানসিক সমস্যাত ভুগি সহায় বিচৰাসকলৰ অধিকাংশই ২০ ৰ পৰা ৩৫ বছৰৰ বয়সৰ ।আনহাতে ৪০ ৰ ওপৰৰ সকলৰ ভিতৰত পুৰণি মানসিক ৰোগে উক দিয়া,ঘৰলৈ অনা সামগ্ৰীৰ পৰা কৰ’নাত আক্ৰান্ত হোৱাৰ আশংকা,জৰুৰী ঔষধ নাপাই উদ্বিগ্নতা ভোগা আদি সমস্যাৰ মাত্ৰা অধিক ।ডা° দাসে কয়” কিছুমানৰ হতাশাৰ মাত্ৰা ইমানেই বাঢ়িছে যে আত্মহত্যাৰ প্ৰৱণতায়ো মনত বাহ লৈছে। সহায় বিচৰা সকলোকে পাৰ্যমানে পৰামৰ্শ দিয়া হৈছে ৷জীৱনৰ সুৰক্ষাৰ ভীতিয়ে সৃষ্টি কৰা উদ্বিগ্নতা অতি স্পৰ্শকাতৰ ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM CORONA VIRUSASSAM FIGHTS CORONACorona VirusCovid-19DepressionINDIA CORONA VIRUS
publisher

publisher

Related Posts

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে
International

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

September 6, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

September 6, 2026
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d