Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাৰ প্ৰভাৱত ৩১ মাৰ্চলৈ বৃদ্ধি চলিত শিক্ষা বৰ্ষৰ সময়সীমা

publisher by publisher
May 14, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’নাৰ প্ৰভাৱত ৩১ মাৰ্চলৈ বৃদ্ধি চলিত শিক্ষা বৰ্ষৰ সময়সীমা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

চলিত শিক্ষা বৰ্ষৰ সময়সীমা ২০২১ ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে । ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ পৰামৰ্শৰ ভিত্তিতে শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই যোৱা ১১ মে’ত এ এইচ ই ২০২/২০২০/২৪ নম্বৰযোগে এই সম্পৰ্কত এক অধিসূচনা জাৰি কৰে । লগতে আগন্তুক শিক্ষা বৰ্ষসমূহ প্ৰতিবছৰে এপ্ৰিলত আৰম্ভ কৰাৰ বাবে টাস্ক ফ’চে আগবঢ়োৱা পৰামৰ্শৰ ওপৰত সংশ্লিষ্ট সকলোপক্ষই মতামত দাখিল কৰিব পৰাকৈ শিক্ষা বিভাগে মুকলি কৰিছে এটা ৱেবছাইট । শিক্ষা বিভাগৰ এক সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত যোৱা ১৬ মাৰ্চৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত বন্ধ হৈ আছে পাঠদান প্ৰক্ৰিয়া । অহা ১৮ মে’ৰ পৰা দেশব্যাপী আৰম্ভ হ’ব চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ ৷

ADVERTISEMENT

এই সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দেশব্যাপী অব্যাহত থকা তলাবন্ধৰ কাৰণে কেতবোৰ নীতি নিৰ্দেশনা শিথিল কৰিছে যদিও শিক্ষানুষ্ঠানসমূহ খোলাৰ কাৰণে কোনো অনুমতি দিয়া নাই । ফলত চলিত বৰ্ষৰ বছৰেকীয়া পৰীক্ষা জানুৱাৰীলৈ পিছুৱাব বুলি ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফৰ্চে যোৱা দুই মে’ত অনুষ্ঠিত প্ৰথমলানি বৈঠকতে সম্ভাৱনা ব্যক্ত কৰে । লগতে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কমেও ডেৰ দুমাহৰ প্ৰয়োজন বুলি উল্লেখ কৰে । ইয়াৰ ভিত্তিত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চলিত শিক্ষা বৰ্ষৰ সময়সীমা ২০২১ ৰ ৩১ মাৰ্চলৈ বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সূত্ৰটোৱে জনায় । ইফালে সামাজিক দূৰত্ব বজাই ৰাখি অহা পহিলা জুনৰ পৰা গৱেষক ছাত্ৰসকলে নিজ নিজ শিক্ষা প্ৰতিষ্ঠানত আৰম্ভ কৰিব পাৰিব গৱেষণাৰ কাম কাজ । লগতে ভিন্ন বিদ্যালয়ৰ অনুদান আয়োগে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সংশ্লিষ্ট ষান্মাষিকৰ পাঠদান প্ৰক্ৰিয়া আগুৱাই নিয়াৰ স্বাৰ্থত সৰলীকৃত বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা বুলি সূত্ৰটোৱে অৱগত কৰে ।

আনহাতে উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাত নামভৰ্তি ক্ষেত্ৰত অনলাইন পদ্ধতিক প্ৰাধান্য দিয়ে শিক্ষা বিভাগে ৷ এৰাব নোৱাৰা পৰিস্থিতিত প্ৰপত্ৰ পূৰণ পদ্ধতিৰ নামভৰ্তি কৰাব লগীয়া হ’লেও বাধ্যতামূলকভাৱে সংশ্লিষ্ট পক্ষক সুৰক্ষিত বিধি ব্যৱস্থা গ্ৰহণৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ দিয়ে । তলাবন্ধৰ মাজতে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ মাজত শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে শিক্ষা নিৰ্দেশ দিছে । তলাবন্ধ খোলাৰ পিছতে সংশ্লিষ্ট বিষয়সমূহৰ ওপৰত বিদ্যালয়, খণ্ড জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰদৰ্শনী অনুষ্ঠিত হ’ব । তদুপৰি এই সময়ছোৱাত দীক্ষা এপ, বিশ্ব বিদ্যা এপ আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিতো শিক্ষা বিভাগে গুৰুত্ব দিয়া বুলি সূত্ৰটোৱে জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d